• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কৃষি বিজ্ঞান কেন্দ্ৰত কৃষি যান্ত্ৰিকীকৰণৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি

নিউজ ডেস্ক by নিউজ ডেস্ক
June 20, 2022
in শিক্ষা, অসম, সংবাদ
1 min read
0
কৃষি বিজ্ঞান কেন্দ্ৰত কৃষি যান্ত্ৰিকীকৰণৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি
Share on FacebookShare on Twitter

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্র, কামৰুপকেন্দ্ৰ চৌহদত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্রকল্প চমুকৈ এপাৰ্টৰ অধীনত তথা আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিস্থানৰ সহযোগিতাত ১৬ ৰ পৰা ১৮ জুনলৈ এটি তিনিদিনীয়া প্রশিক্ষণ শিবিৰ অনুস্থিত হয়। এপাৰ্টৰ অধীনৰ কৃষক কোম্পানী সমূহৰ কৃষি সা-সজুলি ভাড়া দিয়া কেন্দ্ৰ সমূহক সৱলীকৰণৰ উদ্দেশ্যে অনুস্থিত কৰা শিবিৰত গোৱালপাৰা আৰু কামৰুপ জিলাৰ তিনিটা কৃষক কোম্পানীৰ ২০ জন সদস্যই অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ এপার্টৰ সহযোগী প্রকল্প বিজ্ঞানী দিবাকৰ মোহদীয়ে প্ৰশিক্ষাৰ্থীসকলক আদৰণি জনায় আৰু প্ৰশিক্ষণৰ উদ্দেশ্যেৰ বিষয়ে বিশদভাৱে অৱগত কৰে।

প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে ভাগ লৈ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিস্থানৰ বিজ্ঞানী ড° ৰোহিত নামদেই মেচিনৰ দ্বাৰা কঠিয়া নপৰাকৈ প্ৰতক্ষ্যভাৱে মূল পথাৰত বোকা বা শুকান মাটিত প্ৰণালীবদ্ধ ভাৱে ধান সিঁচাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বোকা মাটিৰ বাবে ‘ড্ৰাম ছিদাৰ’ আৰু শুকান মাটিৰ বাবে ছিদ্র কাম ফার্টিলাইজাৰ ড্রিল’ ব্যবহাৰ পদ্ধতি বিস্তাৰিতৰূপে আলোকপাত কৰে। শিবিৰত প্ৰশিক্ষাৰ্থীসকলক দলিচা পদ্ধতিত কঠিয়া সিঁচা আৰু যন্ত্ৰৰ দ্বাৰা ধান ৰোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। শিবিৰত দলিচা কঠিয়াতলী প্ৰস্তুতকৰন, কঠিয়াতলী ব্যবস্থাপনা, সমন্বিত অপতৃণ নিয়ন্ত্ৰণ আদিকে সামৰি মূলত কৃষি যান্ত্ৰিকীকৰনৰ ওপৰত গুৰুত্ত্ব প্ৰদান কৰা হয়। শিবিৰত প্ৰশিক্ষক তথা সমল ব্যক্তি হিচাপে কৃষি বিজ্ঞান কেন্দ্র, কামৰুপৰ এপার্টৰ প্ৰকল্প সহযোগী ড° মুন্সী বৰা, ভূমি বিশেষজ্ঞ ৰিতুপৰ্ণ শি‍ইকীয়া, কাৰিকৰী সুহায়ক অৰুপ কাকতি আৰু অনন্ত গগৈ উপস্থিত থাকে।

Previous Post

শ্বহীদ উদ্যানৰ মাজেৰে দীপৰ বিললৈ বৈ আছে ডাম্পিং গ্ৰাউণ্ডৰ দূষিত পানী

Next Post

কটন বিশ্ববিদ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কটন বিশ্ববিদ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন

কটন বিশ্ববিদ্যালয়ত বিষ্ণু ৰাভা দিৱস উদযাপন

এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত ভাৰতৰ ব্ৰঞ্জ

এছিয়ান ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত ভাৰতৰ ব্ৰঞ্জ

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী ক’ভিড পজিটিভ!

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী ক'ভিড পজিটিভ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8