• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবেও প্ৰৱেশ পৰীক্ষা!

নিউজ ডেস্ক by নিউজ ডেস্ক
March 22, 2022
in শিক্ষা, ৰাষ্ট্ৰীয়
1 min read
0
স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবেও প্ৰৱেশ পৰীক্ষা!
Share on FacebookShare on Twitter

এতিয়াৰে পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কিমান শতাংশ নম্বৰ লাভ কৰিছে সেইয়া হয়টো বৰ গুৰুত্বপূৰ্ণ নহ’ব। জেএনইউ ,দিল্লী বিশ্ববিদ্যালয় বা আন দেশৰ কেন্দ্ৰীয় বিশ্ব বিদ্যালয়ত স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত লাভ কৰা নম্বৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সেই অনুসৰি সংশ্লিষ্ট বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিছিল কাট অফ মাৰ্কৰ তালিকা।

কিন্তু এতিয়াৰ পৰা কমন ইউনিভাৰ্চিটি এড্যুকেশ্যন টেষ্ট চমুকৈ CUETঅনুষ্ঠিত কৰি এই বিশ্ববিদ্যালয় সমূহত নামভৰ্তিৰ ব্যৱস্থা কৰা হ’ব। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ এন জগদীশ কুমাৰে সদৰি কৰিছে এই কথা। জুলাই মাহৰ প্ৰথম সপ্তাহত এই পৰীক্ষা অনুষ্ঠিত হ’ব। ২০২২-২৩ বৰ্ষৰ স্নাতক শ্ৰেণীৰ নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী সকল অৱতীৰ্ণ হ’ব লাগিব এই পৰীক্ষাত।

এই পৰীক্ষা অনুষ্ঠিত কৰিব নেচনেচ টেষ্টটিং এজেঞ্জি চমুকৈ NTA। এখন দেশ এটা প্ৰৱেশ পৰীক্ষাৰ নীতিৰে এই প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি তেওঁ জানিব দিয়ে। NTRTৰ দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ ভিত্তিত এই পৰীক্ষাৰ চিলেবাছ প্ৰস্তুত কৰা হ’ব। ছাত্ৰ সকলে হিন্দী ,ইংৰাজী, অসমীয়া, বাংলা, গুজৰাটী, মালায়লম আদি বিভিন্ন মাধ্যমত প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।

Previous Post

ৰেলৰ চেপাত নিহত এজন

Next Post

মহানগৰীৰ ৰাজপথত উলংগ যুৱতীৰ মৃতদেহ উদ্ধাৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
Next Post
মহানগৰীৰ ৰাজপথত উলংগ যুৱতীৰ মৃতদেহ উদ্ধাৰ

মহানগৰীৰ ৰাজপথত উলংগ যুৱতীৰ মৃতদেহ উদ্ধাৰ

উপায়ুক্তক অৱগত নকৰাকৈ চাকৰিয়ালে এৰিব নোৱাৰিব জিলা!

উপায়ুক্তক অৱগত নকৰাকৈ চাকৰিয়ালে এৰিব নোৱাৰিব জিলা!

মুখ্যমন্ত্ৰীৰ কাৰ্যত মঠ-মন্দিৰত দুঘণ্টা ধৰি বাজি উঠিব ঘণ্টাধ্বনি!

মুখ্যমন্ত্ৰীৰ কাৰ্যত মঠ-মন্দিৰত দুঘণ্টা ধৰি বাজি উঠিব ঘণ্টাধ্বনি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8