• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰে পৰা ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ আৰম্ভ

নিউজ ডেস্ক by নিউজ ডেস্ক
May 11, 2022
in শিক্ষা, অসম, ৰাজনীতি
1 min read
0
আজিৰে পৰা ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ আৰম্ভ
Share on FacebookShare on Twitter

আজিৰে পৰা ৰাজ্যত আৰম্ভ হোৱা গুণোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ প্ৰায় ৪৬ হাজাৰ বিদ্যালয়ত ৩ টা পৰ্যায়ত হ’ব গুণোৎসৱ। ১১ মে’ৰ পৰা ৪ জুনলৈ অনুষ্ঠিত হ’ব এই গুণোৎসৱ।

আজিৰ পৰা প্রথম পর্যায়ৰ গুণোৎসৱৰ কার্যসূচী। ১২ মে’ৰ পৰা ১৪ মে’লৈকে হ’ব বহী মূল্যায়ন। প্রথম পর্যায়ত বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজি, ডিব্রুগড়ত, গোৱালপাৰা, কৰিমগঞ্জ, কার্বি আংলং, নগাঁও আৰু নলবাৰীত হ’ব গুণোৎসৱ।

দ্বিতীয় পর্যায়ৰ গুণোৎসৱ আৰম্ভ হ’ব ২৩ মে’ৰ পৰা। ২৪ মে’ৰ পৰা ২৬ মে’লৈ বহী মূল্যায়ন কার্যসূচী। দ্বিতীয় পৰ্যায়ত বৰপেটা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰত, দক্ষিণ শালমাৰা, মানকাচৰ, তিনিচুকীয়া, ওদালগুৰিত হ’ব গুণোৎসৱ।

১ জুনৰ পৰা আৰম্ভ হ’ব তৃতীয় পর্যায়ৰ গুণোৎসৱ। ২ৰ পৰা ৪ জুনলৈ বহী মূল্যায়ন কার্যসূচী। তৃতীয় পৰ্যায়ত বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, ডিমা হাছাও, যোৰহাট, কামৰূপ মেট্র’, লখিমপুৰ, শোণিতপুৰ,পশ্চিম কার্বি আংলঙত হ’ব গুণোৎসৱ।

Previous Post

আলফা (স্বা)ত যোগদান কনিষ্ঠ অভিযন্তাৰ লগতে কণ্ঠশিল্পীৰ

Next Post

নলবাৰীৰ পুখুৰীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

Related Posts

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!
সংবাদ

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

June 7, 2023
বিশ্ব পৰিৱেশ দিৱসত ইয়ং ইণ্ডিয়ান (Yi) গুৱাহাটী অধ্যায় আৰু ছেবাৰ সহযোগত ইয়ং এচিভাৰ কুইজৰ আয়োজন
সংবাদ

বিশ্ব পৰিৱেশ দিৱসত ইয়ং ইণ্ডিয়ান (Yi) গুৱাহাটী অধ্যায় আৰু ছেবাৰ সহযোগত ইয়ং এচিভাৰ কুইজৰ আয়োজন

June 7, 2023
Next Post
নলবাৰীৰ পুখুৰীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

নলবাৰীৰ পুখুৰীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ শুভেচ্ছা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ শুভেচ্ছা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

জোনমণি ৰাভাৰ জ্ঞাতেই প্ৰবঞ্চনাৰ জাল মেলি দিছিল ৰাণা পগাগে! – বিস্ফোৰক অভিযোগ

জোনমণি ৰাভাৰ জ্ঞাতেই প্ৰবঞ্চনাৰ জাল মেলি দিছিল ৰাণা পগাগে! - বিস্ফোৰক অভিযোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8