উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰা হ’ব ২৭ জুনত। এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে।
Results of f HIgher Secondary examination will be announced on 27th June at 9 am. My best wishes results
— Himanta Biswa Sarma (@himantabiswa) June 25, 2022
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা উল্লেখ কৰে। ঘোষণা অনুসৰি পুৱা ৯ বজাত ফলাফল পাব ছাত্ৰ-ছাত্ৰীয়ে। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুঠ ২,৪৯,৮১২গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।
তলৰ ৱেবছাইটত পাব ফলাফলঃ
sebaonline.org
resultsassam.nic.in
results.shiksha
assamresult.in
assamresult.co.in