• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

সৈনিক স্কুল, ইষ্ট চিয়াঙত NCC ৰ শাখা মুকলি

নিউজ ডেস্ক by নিউজ ডেস্ক
September 28, 2022
in শিক্ষা, উত্তৰ পূৰ্বাঞ্চল, সংবাদ
1 min read
0
সৈনিক স্কুল, ইষ্ট চিয়াঙত NCC ৰ শাখা মুকলি
Share on FacebookShare on Twitter

অসমৰ ধেমাজি জিলাৰ জোনাইৰ পৰা মাত্ৰ ১০ কিঃমিঃ নিলগৰ অৰুণাচল প্ৰদেশৰ ইষ্ট চিয়াং জিলাৰ নিগলক গাঁওত ২০১৮ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা পাঠদান আৰম্ভ হোৱা ৰাজ্যখনৰ প্ৰথমখন সৈনিক স্কুলত অৱশেষত স্থাপনৰ চাৰি বছৰ পাছত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (NCC) শাখা মুকলি কৰে হৈছে। এনচিচিৰ ডিব্ৰুগড় গ্ৰুপ কমাণ্ডাৰ কাৰ্যালয়ৰ অধীনস্থ অৰুণাচল প্ৰদেশৰ পাছিঘাটস্থিত ২২ এপি NCC বেটেলিয়ায়নৰ অধীনত নতুনকৈ খোলা জুনিয়ৰ ডিভিজনৰ শাখাটোত স্কুলৰ অধ্যয়ণৰত ১৫০ জন শিক্ষাৰ্থীক কেডেট হিচাপে ভৰ্ত্তি কৰোৱা হৈছে। আনহাতে ২৬ ছেপ্টেম্বৰ এই উপলক্ষে স্কুলখনৰ হাংপান দাদা কেডেট’ছ মেছত আয়োজিত এক অনুষ্ঠানত NCCৰ উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান , মেজৰ জেনেৰেল ভাস্কৰ কলিতাই স্কুলৰ অধ্যক্ষ তথা ভাৰতীয় নৌ সেৱাৰ কমাণ্ডাৰ প্ৰবীণ কুমাৰ পলাক বাহিনীটোৰ বেনাৰ , স্মাৰক প্ৰদান কৰি শাখাটো মুকলি কৰা হৈছে বুলি ঘোষণা কৰে।

আনহাতে অধ্যক্ষ , কমাণ্ডাৰ প্ৰবীণ কুমাৰ পলাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মেজৰ জেনেৰেল ভাস্কৰ কলিতাই স্কুলৰ শিক্ষাৰ্থী, অধ্যক্ষ, প্ৰশাসনিক বিষয়া, প্ৰশিক্ষক, সেনা বাহিনীৰ বিষয়া সকলোকে আদৰণি জনায় কয় মই আজিৰে সৈতে স্কুলখনলৈ তিনিবাৰ আহিছো। মই লিকাবালিত সেনাৰ জিঅচি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত স্কুলখনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু আজি এনচিচিৰ শাখা স্থাপন কৰিবলৈ পাই সুখী অনুভৱ কৰা বুলি ব্যক্ত কৰি ভাস্কৰ কলিতাই কেডেট সকলৰ উজ্বল ভৱিষ্যত কামনা কৰে। অনুষ্ঠানত ইষ্ট চিয়াঙৰ বিধায়ক নিনং ইৰিং, ২২ এপি NCC বেটেলিয়ায়নৰ কমাণ্ডিং অফিচাৰ লেফটেনেণ্ট কৰ্ণেল এম এছ নিজাৰ, প্ৰশাসনিক বিষয়া লেফটেনেণ্ট কৰ্ণেল এম এছ আহুৱালীয়া, গুৱাহাটীস্থিত ৪৮ আসাম নেভেল এনচিচি ইউনিটৰ কমাণ্ডিং অফিচাৰ কমাণ্ডাৰ দেবানন্দ দলে, সৈনিক স্কুলখনৰ প্ৰশাসনিক বিষয়া স্কোৱাদ্ৰোণ লীডাৰ গৌৰৱ সেৰণ, অভিভাৱকৰ প্ৰতিনিধি ডঃ মৰে চনুকে ধৰি কেবাজনো বিশিষ্টা লোক উপস্থিত থাকে।

Previous Post

দেশত নিষিদ্ধ ঘোষিত হ’ল PFI

Next Post

এয়াৰটেলে মুকলি কৰিলে Xsafe ─ এটা উন্নত ঘৰুৱা নিৰীক্ষণ সমাধান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
এয়াৰটেলে মুকলি কৰিলে Xsafe ─ এটা উন্নত ঘৰুৱা নিৰীক্ষণ সমাধান

এয়াৰটেলে মুকলি কৰিলে Xsafe ─ এটা উন্নত ঘৰুৱা নিৰীক্ষণ সমাধান

উত্তৰ-পূব ভ্ৰমণত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং!

উত্তৰ-পূব ভ্ৰমণত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং!

২৩হাজাৰ যুৱক-যুৱতীক আজি মুখ্যমন্ত্ৰীয়ে দিব নিযুক্তি পত্ৰ

GMC ৰ মেয়ৰ আৰু কাউন্সিলৰসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8