বান পৰিস্থিতিৰ বাবে উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ কেইবাটাও বিষয়ৰ পৰীক্ষা স্থগিত কৰা হৈছিল। বৰ্তমান পৰিস্থিতি উন্নত হোৱাত পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হৈছে।
- ১৮ মে’ত স্থগিত হোৱা পৰীক্ষা অনুষ্ঠিত হ’ব ৬ জুনত।
- ২০ মে’ত স্থগিত হোৱা পৰীক্ষা অনুষ্ঠিত হ’ব ৭ জুনত।
- ২১ মে’ত স্থগিত হোৱা পৰীক্ষা অনুষ্ঠিত হ’ব ৮ জুনত।
- অসম শিক্ষা সংসদে জাৰি কৰিছে এই নিৰ্দেশনা।