• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাঁহিকুছিৰ SIPRDৰ উদ্যোগত ডেৰমহীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি

নিউজ ডেস্ক by নিউজ ডেস্ক
December 24, 2022
in শিক্ষা, গুৱাহাটী, সংবাদ
1 min read
0
কাঁহিকুছিৰ SIPRDৰ উদ্যোগত ডেৰমহীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি
Share on FacebookShare on Twitter

পশ্চিম গুৱাহাটীৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ (SIPRD) অধীনৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ (ETC) চৌহদত ৰাজ্যৰ পঞ্চায়ত সমূহক সৱলীকৰণৰ লক্ষৰে পঞ্চায়ত প্ৰতিনিধি আৰু বিষয়া সকলৰ দক্ষতা বিকাশৰ বাবে সময়ে সময়ে বিভাগীয়ভাবে বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে। ইয়াৰ অংশ হিচাপে ৫ নৱেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ এক ডেৰমহীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়।

প্ৰশিক্ষণ কাৰ্যসূচীত পঞ্চায়ত প্ৰতিনিধি আৰু বিষয়া সকলক বেটছ হিচাপত দুদিনকৈ গাঁও পঞ্চায়তৰ উন্নয়ন পৰিকল্পনাৰ ( জি পি ডি পি ২০২৩ – ২৪ ) সন্দৰ্ভত কামৰূপ, কামৰূপ মহানগৰ , মৰিগাঁও আৰু গোৱালপাৰা জিলাত প্ৰশিক্ষণ প্ৰদান কৰা হয়। তেনেদৰে গাঁও পঞ্চায়ত পৰিকল্পনা সহায়কাৰী দল ( জি পি পি এফ টি ) আৰু ৯ টা বিষয়ভিত্তিক ক্ষেত্ৰ দলত প্ৰশিক্ষণ প্ৰদান কৰা হয়।

আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীত ETCৰ ফেকাল্টি সকলে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে জিলা আৰু খণ্ড পৰ্যায়ৰ সমল ব্যক্তি সকলে প্ৰশিক্ষণ প্ৰদান কৰে। ETCৰ অধ্যক্ষা লালৰেম চিয়ামী গামলায়ে জানিবলৈ দিয়া মতে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে প্ৰশিক্ষণত ভাগ লোৱা প্ৰশিক্ষাৰ্থী সকলে যাতে নিজৰ নিজৰ গাঁও পঞ্চায়ত সমূহত ৰাইজক পোনপটীয়াকৈ সহায় কৰিব পাৰে।

Previous Post

ICICI বেংকৰ প্ৰাক্তন CEO আৰু তেওঁৰ স্বামীক গ্ৰেপ্তাৰ CBIৰ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজি পৱিত্ৰ বৰদিন

আজি পৱিত্ৰ বৰদিন

অসম সাহিত্য সভাৰ নতুন সভাপতি সূৰ্যকান্ত হাজৰিকা

অসম সাহিত্য সভাৰ নতুন সভাপতি সূৰ্যকান্ত হাজৰিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8