• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসমৰে এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে দুদিন দিন–ৰাতি একাকাৰ কৰি অভিভাৱকে কৰিলে অপক্ষা!

নিউজ ডেস্ক by নিউজ ডেস্ক
March 21, 2022
in শিক্ষা, অসম
1 min read
0
অসমৰে এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে দুদিন দিন–ৰাতি একাকাৰ কৰি অভিভাৱকে কৰিলে অপক্ষা!
Share on FacebookShare on Twitter

শিৱসাগৰৰ ১নং টাউন প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ ব্যতিক্ৰমী দৃশ্য। সন্তানৰ নামভৰ্তিৰ বাবে আবেদন পত্ৰ সংগ্ৰহ কৰিবলৈ দুদিন দিন–ৰাতি একাকাৰ কৰি প্ৰৱেশদ্বাৰৰ সন্মুখত অপেক্ষা কৰিলে অভিভাৱকসকলে। কোনেৱে পদপথতে আঁঠুৱা তৰি, কোনোৱে ধূপ জ্বলাই ম’হ খেদাই, আন কোনোৱে আকৌ গাড়ী বা ৰিক্সাতে শুই ৰাতিটো পাৰ কৰিলে।

উল্লেখ্য যে, ১৮৮২ চনত স্থাপিত ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ প্ৰথম শ্ৰেণীত আছে ৬০খন আসন। কিন্তু শ শ অভিভাৱকে সন্তানৰ নামভৰ্তিৰ বাবে আশা পুহি ৰাখিছে। ৰাজ্যত যি সময়ত ছাত্ৰ–ছাত্ৰীৰ অভাৱত বহু চৰকাৰী বিদ্যালয় বন্ধ হৈছে,সেই সময়তে শিৱসাগৰৰ ১নং টাউন প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ব্যতিক্ৰমী আৰু আদৰ্শস্বৰূপ হৈ পৰিছে। উল্লেখযোগ্য যে, বিদ্যালয়খনৰ শিক্ষাগুৰুসকলে গঢ়ি তোলা সুন্দৰ শৈক্ষিক পৰিৱেশ, ছাত্ৰ–ছাত্ৰী সকলক সুন্দৰকৈ গঢ় দি আহিবলৈ সক্ষম হোৱা বাবেই বছৰি নামভৰ্তিৰ বাবে হেতা–ওপৰা লাগে।

Previous Post

মহানগৰীৰ ৰাজপথত বিৰামহীন ‘অল আউট’! কি এই ‘অল আউট’?

Next Post

নৃশংসঃ ৮ বছৰীয়া শিশুক দলবদ্ধ বলাৎকাৰ

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
নৃশংসঃ ৮ বছৰীয়া শিশুক দলবদ্ধ বলাৎকাৰ

নৃশংসঃ ৮ বছৰীয়া শিশুক দলবদ্ধ বলাৎকাৰ

কংগ্ৰেছৰ মিটিঙত কি কি হয়, মই সকলো খবৰ পাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছৰ মিটিঙত কি কি হয়, মই সকলো খবৰ পাওঁঃ হিমন্ত বিশ্ব শৰ্মা

দ্য কাশ্মীৰ ফাইলছঃ সত্য নম্ৰতাৰে প্ৰকাশ কৰা উচিত

দ্য কাশ্মীৰ ফাইলছঃ সত্য নম্ৰতাৰে প্ৰকাশ কৰা উচিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8