• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২ এপ্ৰিলত গুৱাহাটীত ব্যক্তিত্ব বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাগ্ৰহণ বিষয়ক কৰ্মশালা

নিউজ ডেস্ক by নিউজ ডেস্ক
March 30, 2022
in শিক্ষা, অসম, আন্তৰ্জাতিক
1 min read
0
২ এপ্ৰিলত গুৱাহাটীত ব্যক্তিত্ব বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাগ্ৰহণ বিষয়ক কৰ্মশালা
Share on FacebookShare on Twitter

ট্ৰিডিয়া ছলিউশ্বনে শিক্ষাৰ্থীসকলক সৰ্বশ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় শিক্ষা প্ৰণালী আৰু উন্নত বিশ্ববিদ্যালয়, ব্যক্তিত্ব আৰু দক্ষতা বিকাশৰ বিষয়ে শিকাত সহায় কৰিবলৈ এক কৰ্মশালা অনুষ্ঠিত কৰিছে। কেলিফৰ্ণিয়াৰ চিলিকন ভেলীৰ এডু প্ৰযুক্তি উদ্যোগী ধ্ৰুৱ সম্পাতে কৰ্মশালাৰ প্ৰধান বক্তা হিছাপে বক্তব্য আগবঢ়াব।

সম্পাতদেৱে ষ্টেনফৰ্ড বিশ্ববিদ্যালয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। চেমিনাৰখনে শিক্ষাৰ্থীসকলক উন্নত শিক্ষানুষ্ঠানৰ লগতে, তেওঁলোকৰ আবেদন প্ৰক্ৰিয়া, পৰামৰ্শ পত্ৰ, এছ.ও.পি. আৰু স্নাতকৰ পিছত কেনেদৰে সৰ্বশ্ৰেষ্ঠ চাকৰি তথা নিযুক্তি লাভ কৰিব পাৰি সেই বিষয়ে শিকাত সহায় কৰিব।
পঞ্জীয়ন কৰিব পাৰিব..

Register now: https://docs.google.com/forms/d/1A75JDR_3bjdELfbPdvLnxzz4Xs8c-6MMQNESCrjaZPI/edit#responses

Previous Post

বিশ্বাসঘাটকতা কৰিলে মুকলিকৈ জবাব দিব লাগিব: অখিল

Next Post

নিউজ বুলেটিন

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
নিউজ বুলেটিন

নিউজ বুলেটিন

ইন্ধনৰ দামত জুৰুলা! হাইড্ৰ’জেনচালিত বাহনত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী

ইন্ধনৰ দামত জুৰুলা! হাইড্ৰ’জেনচালিত বাহনত কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰী

ৰঙালীক আদৰাৰ প্ৰস্তুতিৰে গোলাঘাটৰ ১০ দিনীয়া বিহু কৰ্মশালা

ৰঙালীক আদৰাৰ প্ৰস্তুতিৰে গোলাঘাটৰ ১০ দিনীয়া বিহু কৰ্মশালা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8