• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘মন কী বাত’ত অসমীয়া অভিধান হেমকোষৰ ব্ৰেইলী সংস্কৰণক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

নিউজ ডেস্ক by নিউজ ডেস্ক
September 25, 2022
in শিক্ষা, অসম, ৰাষ্ট্ৰীয়
1 min read
0
‘মন কী বাত’ত অসমীয়া অভিধান হেমকোষৰ ব্ৰেইলী সংস্কৰণক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
Share on FacebookShare on Twitter

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠানত ওলাল অসমৰ হেমকোষৰ কথা। অলপতে হেমকোষৰ প্ৰথমটো ব্ৰেইলী সংস্কৰণ প্ৰদান কৰা হৈছিল প্ৰধানমন্ত্ৰী মোদীক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত সাদিন–প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা হেমচন্দ্ৰ বৰুৱাৰ বংশধৰ জয়ন্ত বৰুৱাই প্ৰধানমন্ত্ৰীগৰাকীক অভিধানখনৰ ব্ৰেইলী সংস্কৰণ প্ৰদান কৰিছিল। ইয়াৰ গুৰুত্ব উপলব্ধি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেমচন্দ্ৰ বৰুৱাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে আৰু ১৯ শতিকাত প্ৰকাশ কৰা হেমকোষ অভিধানৰ উল্লেখেৰে ব্ৰেইলী সংস্কৰণ প্ৰকাশ কাৰ্যক প্ৰশংসা কৰে।

মোদীয়ে কয়- ”কিছুদিনৰ পূৰ্বে মই হেমকোষৰ ব্ৰেইলী সংস্কৰণখন পাইছোঁ। হেমকোষ অসমীয়া ভাষাৰ আটাইতকৈ পুৰণি অভিধান। ১৯০০ চনতে এইখন সম্পাদনা কৰিছিল প্ৰখ্যাত ভাষাবিদ হেমচন্দ্ৰ বৰুৱাজীয়ে। মই এই সংবেদনশীল প্ৰয়াসৰ শলাগ লৈছোঁ।”

উল্লেখ্য, দৃষ্টিহীন লোকৰ প্ৰতি লক্ষ্য ৰাখি অভিধানখনৰ ব্ৰেইলী সংস্কৰণ প্ৰকাশ কৰি উলিওৱা হৈছে। প্ৰকাশকে উল্লেখ কৰা মতে, এয়া দক্ষিণ-পূব এছিয়াৰ প্ৰথমখন ব্ৰেইলী অভিধান।

Previous Post

আজি ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ প্ৰদান কৰা ভাষণ

Next Post

মুখ্যমন্ত্ৰী, পৰ্যটন মন্ত্ৰী আৰু সদগুৰুৰ বিৰুদ্ধে এজাহাৰ দাখিল!

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
Next Post
মুখ্যমন্ত্ৰী, পৰ্যটন মন্ত্ৰী আৰু সদগুৰুৰ বিৰুদ্ধে এজাহাৰ দাখিল!

মুখ্যমন্ত্ৰী, পৰ্যটন মন্ত্ৰী আৰু সদগুৰুৰ বিৰুদ্ধে এজাহাৰ দাখিল!

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

গুপ্তধন! আৰক্ষীয়ে খান্দি উলিয়ালে লাখে লাখে টকাৰ বাণ্ডিল

গুপ্তধন! আৰক্ষীয়ে খান্দি উলিয়ালে লাখে লাখে টকাৰ বাণ্ডিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8