• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শিৱসাগৰ জ্ঞানজ্যোতি চিনিয়ৰ চেকেন্ডেৰী স্কুল গড়মুৰৰ উদ্যোগত ভাওনা অনুষ্ঠান

নিউজ ডেস্ক by নিউজ ডেস্ক
May 9, 2022
in শিক্ষা, অসম
1 min read
0
শিৱসাগৰ জ্ঞানজ্যোতি চিনিয়ৰ চেকেন্ডেৰী স্কুল গড়মুৰৰ উদ্যোগত ভাওনা অনুষ্ঠান
Share on FacebookShare on Twitter

শিৱসাগৰ জিলাৰ গড়মূৰ চাৰিআলিৰ জ্ঞানজ্যোতি চিনিয়ৰ চেকেন্ডেৰী স্কুলৰ উদ্যোগত ৮ তাৰিখে অনুষ্ঠিত হয় ভাওনা।
পুথিগত শিক্ষাৰ লগতে ছাত্র-ছাত্রী সকলক আধ্যাত্মিক শিক্ষা প্ৰদানৰ উদ্দেশ্যে এই সুকীয়া পথ আৰম্ভ কৰিছে জ্ঞানজ্যোতি চিনিয়ৰ চেকেন্ডেৰী স্কুলে। যাৰ মৰ্মে প্ৰতি শণিবাৰে আধ্যাত্মিক শিক্ষাৰ লগতে নীতি শিক্ষা, নাটক, ছবি, সাধাৰণ জ্ঞান আদিৰো পাঠদান কৰা হয় এই বিদ্যালয়ত।

কুৰুসন্ধ্যা নামৰ ভাওনাখনিৰ জৰিয়তে জ্ঞানজ্যোতি চিনিয়ৰ চেকেন্ডেৰী স্কুলে আৰম্ভ কৰিছে আধ্যাত্মিক শিক্ষাৰ যাত্রা। যোৱা ৮ মে’ তাৰিখে প্ৰথমখনি ভাওনা মাউৎ গাঁৱৰ ১০৯ বছৰীয়া নোমল বৰগোহাঁইৰ বাসগৃহত অনুষ্ঠিত হয়।
বিদ্যালয়ৰ সঞ্চালক প্ৰধান নিতু দত্তই এই বিষয়ে কয়, “সাম্প্রতিক সময়ত পুথিগত শিক্ষাৰ বাহিৰেও আমাৰ ছাত্র-ছাত্রী সকলক মানুহ হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ আধ্যাত্মিক শিক্ষাৰো প্ৰয়োজন আছে। আধুনিকতাৰ কৰাল গ্ৰাসৰ পৰা আঁতৰাই ছাত্র ছাত্রী সকলক পুথি গত শিক্ষাৰ বাহিৰেও আধ্যাত্মিক শিক্ষাৰেও নৈতিকতা গঢ়ি প্ৰকৃতাৰ্থত মানৱ সম্পদ গঢ়ি তুলিবলৈ আমি প্ৰয়াস কৰিছোঁ।”

উল্লেখ্য যে, সপ্তমৰ পৰা দশম শ্রেণীৰ ছাত্র-ছাত্রীসকলে এই ভাওনা পৰিবেশন কৰে।

Previous Post

ম’বাইলৰ আসক্তিৰ পৰা সন্তানক আঁতৰাই ৰখাৰ কেইটামান সহজ উপায়

Next Post

নৰ্থ-ইষ্ট ষ্টাইল আইকন ২০২২ সম্পন্ন

Related Posts

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!
সংবাদ

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

June 7, 2023
বিশ্ব পৰিৱেশ দিৱসত ইয়ং ইণ্ডিয়ান (Yi) গুৱাহাটী অধ্যায় আৰু ছেবাৰ সহযোগত ইয়ং এচিভাৰ কুইজৰ আয়োজন
সংবাদ

বিশ্ব পৰিৱেশ দিৱসত ইয়ং ইণ্ডিয়ান (Yi) গুৱাহাটী অধ্যায় আৰু ছেবাৰ সহযোগত ইয়ং এচিভাৰ কুইজৰ আয়োজন

June 7, 2023
HDFC বেংকে উদযাপন কৰিলে বিশ্ব পৰিবেশ দিৱস
সংবাদ

HDFC বেংকে উদযাপন কৰিলে বিশ্ব পৰিবেশ দিৱস

June 7, 2023
Next Post
নৰ্থ-ইষ্ট ষ্টাইল আইকন ২০২২ সম্পন্ন

নৰ্থ-ইষ্ট ষ্টাইল আইকন ২০২২ সম্পন্ন

CAA বিৰোধী আন্দোলনৰ অভিকেন্দ্র শ্বাহিনবাগত উচ্ছেদ অভিযান

CAA বিৰোধী আন্দোলনৰ অভিকেন্দ্র শ্বাহিনবাগত উচ্ছেদ অভিযান

আহি আছে অছানিঃ অসমকে ধৰি চাৰিখন ৰাজ্যত হ’ব পাৰে প্ৰৱল ধুমুহা

আহি আছে অছানিঃ অসমকে ধৰি চাৰিখন ৰাজ্যত হ'ব পাৰে প্ৰৱল ধুমুহা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8