• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শিক্ষক নিযুক্তি! প্ৰতিখন চাহ বাগিচা আদৰ্শ বিদ্যালয়ত ৮জনকৈ শিক্ষকক দিয়া হব নিযুক্তি

নিউজ ডেস্ক by নিউজ ডেস্ক
May 26, 2022
in শিক্ষা, অসম, ৰাজনীতি
1 min read
0
শিক্ষক নিযুক্তি! প্ৰতিখন চাহ বাগিচা আদৰ্শ বিদ্যালয়ত ৮জনকৈ শিক্ষকক দিয়া হব নিযুক্তি
Share on FacebookShare on Twitter

চৰকাৰে নিৰ্মাণ কৰা চাহ বাগিচাৰ বিদ্যালয়সমূহৰ প্ৰতিখনত আঠজনকৈ শিক্ষক নিযুক্তি দিয়া হ’ব, শিৱসাগৰ জিলাৰ আমগুৰিত চাহ বাগিচা আদৰ্শ বিদ্যালয় মুকলি কৰি এই কথা সদৰি কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

দীৰ্ঘদিন ধৰি বাগিচাত কৰ্মৰত শ্ৰমিকসকল প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছিল, উন্নয়ন, শিক্ষা, স্বাস্থ্যৰ কথা আহিলেই কেৱল কোম্পানীক দোষাৰূপ কৰা হৈছিল। কেৱল নিৰ্বাচনৰ সময়ত ভোটবেংক হিচাপে ব্যৱহাৰ কৰিছিল ৰাজনৈতিক দল সমূহে।” শিৱসাগৰ জিলাৰ আমগুৰিত আমগুৰি চাহ বাগিচা আৰ্দশ উচ্চ মাধ্যমিক বিদ্যালয় মুকিল কৰি ভাষণ প্ৰসংগত এই মন্তব্য কৰে শিক্ষা তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডা: ৰণোজ পেগুৱে।

চাহ বাগিচা অঞ্চলত মডেল হাইস্কুল স্থাপনৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন ৰাজ্য চৰকাৰে লোৱা সংকল্প অনুসৰি আজি যোৰহাট জিলাত ৬খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰোঁ। 1/4 @himantabiswa pic.twitter.com/CserxQIYxX

— Ranoj Pegu (@ranojpeguassam) May 25, 2022

চাহবাগিচাৰ শিক্ষাৰ প্ৰসাৰৰ বাবে বৰ্তমানৰ চৰকাৰখনে প্ৰথম পৰ্য্যায়ত ১১৯ খন বিদ্যালয়ৰ ভিতৰত ৯৬ খন বিদ্যালয় মুকলি কৰে । আনহাতে মন্ত্ৰীগৰাকীক উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পৰীক্ষা আৰু ছাত্র-ছাত্ৰী সকলৰ ভৱিষ্যত সম্পৰ্কে প্ৰশ্ন কৰাত তেওঁ কয় যে, ‘কাউঞ্চিল এটা স্বায়ত্ত শাসিত অনুষ্ঠান তাৰ এজন চেয়াৰমেন থাকে মই পোনপটীয়াকৈ তাৰ সৈতে জড়িত নহয়। এই সম্পৰ্কে মই খবৰ কৰিব লাগিব।’

Previous Post

কাশ্মীৰত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে অভিনেত্ৰীক

Next Post

APCCৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ ৰকিবুল হুছেইনৰ

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি
সংবাদ

গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি

November 24, 2023
আজি লাচিত দিৱস
সংবাদ

আজি লাচিত দিৱস

November 24, 2023
Next Post
APCCৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ ৰকিবুল হুছেইনৰ

APCCৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ ৰকিবুল হুছেইনৰ

বেংকৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰত ধাৰ্য হ’ল নতুন নিয়ম

বেংকৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰত ধাৰ্য হ'ল নতুন নিয়ম

লিচু খাই ভাল লাগে! কি কি ৰোগ নিৰ্মূল কৰে জানে নে?

লিচু খাই ভাল লাগে! কি কি ৰোগ নিৰ্মূল কৰে জানে নে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8