• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শিক্ষকসকলক অনাশৈক্ষিক কামত ব্যৱহাৰঃ শিক্ষামন্ত্ৰীৰ আহ্বানক প্ৰত‍্যাহ্বান!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 25, 2022
in শিক্ষা, অসম, সংবাদ
1 min read
0
শিক্ষকসকলক অনাশৈক্ষিক কামত ব্যৱহাৰঃ শিক্ষামন্ত্ৰীৰ আহ্বানক প্ৰত‍্যাহ্বান!
Share on FacebookShare on Twitter

শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ কিছুমান ঘোষণাই ৰাজ্যৰ শিক্ষক সমাজৰ মাজত তুমুল প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শিক্ষামন্ত্ৰীয়ে গৰমৰ বন্ধ হ্ৰাস কৰাৰ ইংগিত দিয়াৰ উপৰি বন্ধৰ সময়ছোৱাতো পাঠদানৰ বাবে শিক্ষা বিভাগে প্ৰদান কৰা নিৰ্দেশনাক লৈ শিক্ষক সমাজৰ মাজত অসন্তুষ্টিয়ে বিৰাজ কৰিছে। আন আন বিভাগৰ কৰ্মচাৰীৰ দৰে বন্ধ আৰু ছুটী তথা সা-সুবিধাৰ পৰা বঞ্চিত শিক্ষক সমাজক গৰমৰ বন্ধৰ দিনকেইটাতো পাঠদানৰ নিৰ্দেশ দিয়া কাৰ্যক মানি ল’ব খোজা নাই বিভিন্ন শিক্ষক সংগঠনে৷ সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল গৰমৰ বন্ধৰ বিকল্প হিচাপে শিক্ষকৰ আৰ্জিত ছুটী ৩০ দিনলৈ বৃদ্ধিৰ সিদ্ধান্ত লৈও সেয়া কাৰ্যকৰী নকৰা শিক্ষা বিভাগে এতিয়া ওলোটা-খৰ মাৰিছে।

উল্লেখযোগ্য যে, শিক্ষামন্ত্ৰীক প্ৰত‍্যাহ্বান জনাইছে অসম ৰাজ্যিক শিক্ষক সন্মিলনীয়ে। শিক্ষা মন্ত্ৰীৰ বক্তব্য অনুসৰি, শিক্ষকসকলক অনাশৈক্ষিক কামত ব‍্যৱহাৰ কৰিলে কি ক্ষতি হয় সেই বিষয়ত মুকলি বিতৰ্কৰ আহ্বানক প্ৰত‍্যাহ্বান জনায় অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক প্ৰধান সম্পাদক ৰাতুল গোস্বামীয়ে। গোস্বামীৰ মতে, অসম তথা ভাৰতৰ সমগ্ৰ শিক্ষক ব‍্যৱস্থাটোৰ চৰকাৰৰ ভুলৰ বাবেই যে আজিৰ এই দশা হৈছে।এয়া তথ‍্য-প্ৰমাণসহ প্ৰত্যাহ্বান জনাবলৈ সাজু আনহাতে সাংবাদিকতা আৰু অনান‍্য ব‍্যক্তিগত অনাশৈক্ষিক কাম যেনে:জীৱন বীমা, ঠিকা-ঠুকলি, ৰাজনৈতিক দলৰ নেতাজাতীয় শিক্ষকসকলৰ বিৰুদ্ধে ব‍্যৱস্থা গ্ৰহণ কৰাৰ পক্ষত আছে শিক্ষক সন্মিলনী।

Previous Post

কামাখ্যাত ‘সাধুবাবা’ৰ জোলোঙাত ওলাল কাটাৰ! ৬গৰাকীকৈ মহিলাৰ চেইন চুৰি

Next Post

যদি দ্ৰৌপদী ৰাষ্ট্ৰপতি তেন্তে পাণ্ডৱ কোন? ৰামে কৰিলে টুইট!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
যদি দ্ৰৌপদী ৰাষ্ট্ৰপতি তেন্তে পাণ্ডৱ কোন? ৰামে কৰিলে টুইট!

যদি দ্ৰৌপদী ৰাষ্ট্ৰপতি তেন্তে পাণ্ডৱ কোন? ৰামে কৰিলে টুইট!

মহাৰাষ্ট্ৰত মহাসংকটঃ ক’ভিড আক্ৰান্ত উদ্ধৱ থাকৰে! মুখ্যমন্ত্ৰী পদৰ পৰা কৰিব নেকি পদত্যাগ?

উদ্ধৱ ঠাকৰেয়ে শেষলৈকে যুঁজ দিব, পদত্যাগ নকৰে!

১০ জুলাইৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ হেণ্ডবল লীগ

১০ জুলাইৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব অসম প্ৰিমিয়াৰ হেণ্ডবল লীগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8