• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

২০২৩ৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে ‘দি গ্রেট এক্সামছ্’

অসমত ২০২৩ৰ মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা নতুন শিক্ষা পদ্ধতিৰ শুভাৰম্ভ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 5, 2023
in শিক্ষা, অসম, সংবাদ
1 min read
0
২০২৩ৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে ‘দি গ্রেট এক্সামছ্’
Share on FacebookShare on Twitter

২০২৩ বৰ্ষত আপোনাৰ ঘৰত বা সম্বন্ধীয় নতুবা ওচৰ-চুবুৰীয়াৰ কোনোবা মেট্ৰিক পৰীক্ষা (HSLC Exam) দিবলগীয়া আছে নেকি? চিন্তা কৰিছে নেকি ফলাফল (result) কেনে হব? আৰু এনেকুৱা কোনোবা আছে নেকি যাৰ এতিয়াও পৰীক্ষাৰ কাৰণে কৰিব লগীয়া প্ৰস্তুতি সম্পূৰ্ণ হোৱা নাই।

তেন্তে ২০২৩ ত বহিব লগীয়া সকলো ছাত্র-ছাত্ৰীৰ কাৰণে এটি সুখবৰ আছে। “দি গ্রেট এক্সামছ্” (The Great Exams)নামৰ এটা প্ৰতিষ্ঠানে অসমৰ ছাত্ৰ- ছাত্ৰী তথা অভিভাৱক সকলক চিন্তা মুক্ত কৰিবলৈ অতি কম সময়ত, পৰীক্ষাৰ আগে আগে প্রস্তুতি শেষ হোৱাকৈ আৰু অতি কম খৰছত যাতে সকলো অভিভাৱকে নিজৰ লৰা- ছোৱালীক পঢ়াব পাৰে তাৰ কাৰণে এটা উন্নত শিক্ষণ পদ্ধতিৰে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছে। তথা পৰীক্ষাত ১০০% যাতে উত্তীৰ্ণ হব পাৰে তাৰ বাবে TGE পদ্ধতিৰে প্ৰস্তুতি কৰা হৈছে। ২০২১ৰ বাহিৰে আগৰ আৰু পাছৰ মেট্ৰিকৰ ফলাফলত প্ৰায় ৩৫%ৰ পৰা ৪৩% অনুত্তীৰ্ণ হৈছিল যি প্ৰায় ১৫০০০০ ৰ পৰা ১৭৪০০০ মান ছাত্র ছাত্রী আছিল। সেয়েহে  The Great Exams এ. এইবাৰ আগবাঢ়ি আহিছে ২০২৩ৰ ফলাফল ভাল কৰাবৰ কাৰণে। কাৰণ আজিৰ ছাত্ৰ ছাত্ৰী সকলে ভৱিষ্যতৰ অসম গঢ়িব।

এই The Great Exams প্ৰতিষ্ঠানৰ পাঠদান পদ্ধতি অনলাইন তথা ভিডিও স্ক্রীনিংৰ (online and video screening (method) মাধ্যমৰ যোগেদি হব। মাত্র ৪৯৯/- টকাত সকলো মূল পাঠ্যক্রমসমূহ ৩৫ দিনৰ ভিতৰত সম্পূৰ্ণকৈ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি তুলিব, যি সকলে জানুৱাৰীৰ পৰা ২০ জানুৱাৰী ২০২৩ৰ ভিতৰত নাম ভৰ্ত্তি (registration) কৰিব www.thegreatexams in নামৰ ৱেবচাইটত গৈ৷ লগতে পৃথক এটা বিষয়লৈও পঢ়িব পৰা ব্যৱস্থা আছে মাত্ৰ ৩০০/- তে। তাৰ পিছত ২১ জানুৱাৰীত সকলো ছাত্র ছাত্রী ও নিজক পৰীক্ষণ কৰিব পৰা self assessment” টেষ্ট দিব লাগিব। এই পৰীক্ষাত সকলো গম পাব তেওঁলোক কিমান আগ বাঢ়ি আছে। ২১ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰী লৈকে এই পাঠ্যক্রম চলিব। ইয়াত অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমৰ কথাৰে বুজোৱা হয়। The Great Exams কতৃপক্ষই দাবী কৰিছে যে, যি সকল ছাত্র ছাত্রীৰ TGE ৰ পদ্ধতিৰ নিয়ম অনুসৰি প্ৰস্তুতি চলাৱ, তেওঁলোক অহা ২০২৩ ৰ মেট্ৰিক পৰীক্ষাত পাছ কৰাৰ উপৰিও ভাল ফলাফল কৰিব পাৰিব। যদি কোনো ঠাইৰ শিক্ষা প্রতিষ্ঠান অথবা প্রশিক্ষন কেন্দ্রই TGE ৰ লগত জড়িত হব বিচাৰে তেন্তে 8099957665 বা E-mail id: [email protected] ত যোগাযোগ কৰিব পাৰিব।

 

Previous Post

এমাহৰ ভিতৰত এহেজাৰ ভূমিপট্টা দিয়ক বেকাজানবাসীকঃ অজন্তা নেওগ

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব উত্তৰ-পূৱৰ প্ৰথমখন অলিম্পিক পাৰ্ক

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব উত্তৰ-পূৱৰ প্ৰথমখন অলিম্পিক পাৰ্ক

লামডিঙত বাৰ্মিজ চুপাৰী সহ আটক ৩ মহিলা

লামডিঙত বাৰ্মিজ চুপাৰী সহ আটক ৩ মহিলা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8