• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ কৰে ‘মই প্ৰকৃতি-Gauhati University Eco Club’ৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
July 20, 2023
in শিক্ষা, অসম
1 min read
0
গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ কৰে ‘মই প্ৰকৃতি-Gauhati University Eco Club’ৰ
Share on FacebookShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয় “স্নাতকোত্তৰ মহলাৰ প্ৰৱেশিকা পৰীক্ষা-২০২৩” ৰ শেষৰটো দিন আছিল আৰু পৰীক্ষাৰ সময়চোৱাত বিশ্ববিদ্যালয় চৌহদৰ বিভিন্ন স্থান অপৰিস্কাৰ হৈ পৰা পৰিলক্ষিত হয়। সেয়েহে মঙলবাৰে পৰীক্ষাৰ শেষত “মই প্ৰকৃতি-Gauhati University Eco Club”ৰ উদ্যোগত CLEAN GU MISSION ৰ অধীনত এই স্থানসমূহ পৰিস্কাৰ কৰি তোলাৰ বাবে এক স্বচ্ছতা কাৰ্যসূচী হাতত লোৱা হয়।

উল্লেখ্য যে ২০২০ চনত কোভিড মহামাৰিৰ সময়ত টুইটৰ মাধ্যম যোগে অসমত হোৱা এক ডাঙৰ আন্দোলন – Save Dehing Patkai এই ক্লাৱটোৰ নেতৃত্বতে হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদটো পৰিষ্কাৰ কৰি ৰখাৰ বাবে ‘মই প্ৰকৃতি’ ৰ ফালৰ পৰা যোৱা বছৰ CLEAN GU MISSION ৰ আৰম্ভণি কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়খন এখন সম্পূৰ্ণ Eco – Friendly চৌহদ বনোৱাৰ বাবে ভৱিষ্যত দিনত কাম কৰি যোৱাৰ বাবে সকলো সদস্য প্ৰতিজ্ঞাবদ্ধ।

Previous Post

পৰিবহণ বিভাগৰ “অভিযান সুৰক্ষিত যাতায়াত”লৈ সহযোগিতা আগবঢ়াই ৰাজপথত শিশু মূকাভিনয় শিল্পীৰ দল

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত
সংবাদ

মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত

December 6, 2023
পুনৰ এনকাউন্টাৰঃ নিহত দুধৰ্ষ ডকাইত!
সংবাদ

নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ!

December 6, 2023
৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

এৰিনা এনিমেচন ইনষ্টিটিউটৰ তেজপুৰত এটা নতুন শাখা উদ্বোধন

এৰিনা এনিমেচন ইনষ্টিটিউটৰ তেজপুৰত এটা নতুন শাখা উদ্বোধন

নগাঁওত দুস্কৃতিকাৰীৰ আক্ৰমণত আহত বনকৰ্মীক উপযুক্ত চিকিৎসা প্ৰদানৰ দাবী অসম বন কৰ্মচাৰী সন্থাৰ

নগাঁওত দুস্কৃতিকাৰীৰ আক্ৰমণত আহত বনকৰ্মীক উপযুক্ত চিকিৎসা প্ৰদানৰ দাবী অসম বন কৰ্মচাৰী সন্থাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8