• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি

নিউজ ডেস্ক by নিউজ ডেস্ক
January 24, 2023
in শিক্ষা, গুৱাহাটী, সংবাদ
1 min read
0
পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি
Share on FacebookShare on Twitter

মহানগৰীৰ ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা “মহাবিদ্যালয় বাৰ্ষিক সপ্তাহ”ৰ ২৩ জানুৱাৰীত আনুষ্ঠানিক ভাৱে সামৰণি পৰে। মহাবিদ্যালয়খনৰ ছাত্র একতা সভাৰ উদ্যোগত অনুষ্ঠিত বাৰ্ষিক সপ্তাহৰ মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে অধ্যক্ষ ডঃ ৰাণা শৰ্মাই। ইয়াৰ পিছত আছুৰ পতাকা উত্তোলন কৰে ধাৰাপুৰ ছাত্র সন্থাৰ সভাপতি অভিজিৎ কলিতাই আৰু ছাত্র একতা সভাৰ পতাকা উত্তোলন কৰে সভাপতি হিৰকজ্যোতি কলিতাই। শ্বহীদ তৰ্পণ কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ পাৰুল বৈশ্যই। আনহাতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰে অধ্যক্ষ ডঃ ৰাণা শৰ্মা আৰু উপাধ্যক্ষ পাৰুল বৈশ্যই। খেল উদ্বোধন কৰে অধ্যাপক ডঃ হজৰত আলিয়ে।

উল্লেখ্য যে সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিযোগিতাত ইংৰাজী বিভাগে প্ৰথম, বাণিজ্য বিভাগে দ্বিতীয় আৰু অসমীয়া বিভাগে তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। তদুপৰি এইবেলি মহাবিদ্যালয় বাৰ্ষিক সপ্তাহৰ শ্ৰেষ্ঠ সংগীত শিল্পীৰ সন্মান যুটীয়া ভাবে অৰ্জন কৰে জিলমিল ৰূপালী জোনাক আৰু স্বপ্ননীল গোস্বামীয়ে। আনহাতে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে চাহিদুল ইছলামে আৰু শ্ৰেষ্ঠ সমাজসেৱকৰ বঁটা লাভ কৰে প্ৰণৱজ্যোতি ৰাভাই। মিঃ পি জি এমৰ খিতাপ অৰ্জন কৰে প্ৰাঞ্জল কাকতিয়ে।

উল্লেখ্য যে কালি সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সুপ্ত প্ৰতিভা বিকাশ শীৰ্ষক এটা অনুষ্ঠান অনুষ্ঠিত হয়। এটি বিয়ানাম পৰিবেশন কৰি অনুষ্ঠানটো মুকলি কৰে অসমীয়া বিভাগৰ তিনি অধ্যাপিকা ক্ৰমে ডঃ পূৰবী কলিতা, ডঃ কুকিলা গোস্বামী আৰু হিমাশ্ৰী বৰ্মণে। অনুষ্ঠানটোত ছাত্র-ছাত্ৰী সকলে তেওঁলোকৰ বিভিন্ন পাৰদৰ্শিতা সমূহ প্ৰদৰ্শন কৰে। অধ্যক্ষ ডঃ ৰাণা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণি সভাখনৰ আঁত ধৰে ছাত্র একতা সভাৰ সম্পাদক সৌৰভ কাকতিয়ে। সভাত বাৰ্ষিক সপ্তাহত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্র-ছাত্ৰী সকলক বঁটা আৰু মানপত্ৰ সমূহ প্ৰদান কৰা হয়। বঁটা বিতৰণি সভাত ডঃ গগণজ্যোতি বৰা আৰু ডঃ হজৰত আলিয়ে ছাত্র-ছাত্ৰী সকলক উদ্দেশ্যি এক সাৰুৱা ভাষণ আগবঢ়ায়।

Previous Post

দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী আন্দোলনৰ নেতা মাণিক চন্দ্ৰ ভাগৱতীৰ স্মৃতিচাৰণ

Next Post

নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ

নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ

সদৌ অসম কোষাগাৰ কৰ্মচাৰী ক্ৰিকেট প্ৰতিযোগিতা

সদৌ অসম কোষাগাৰ কৰ্মচাৰী ক্ৰিকেট প্ৰতিযোগিতা

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8