• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰাস মহোৎসৱৰ লাইখুটা স্থাপন

নিউজ ডেস্ক by নিউজ ডেস্ক
October 17, 2022
in Exclusive, News, অসম, উত্তৰ পূৰ্বাঞ্চল, জীৱনশৈলী, বিবিধ, মনোৰঞ্জন, সংবাদ
1 min read
0
ৰাস মহোৎসৱৰ লাইখুটা স্থাপন
Share on FacebookShare on Twitter

আজি দিনৰ ভাগত আগুন্তক ৰাস উদযাপন স্থলিত ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয় ।

গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া মইনাখোৰোংস্থিত খেলপথাৰত থকা শ্ৰী শ্ৰীকৃষ্ণ গীতা মন্দিৰ প্ৰাংগণত বিগত বছৰৰ দৰে এইবাৰো অহা ৭ নৱেম্বৰৰ পৰা ১৩ ,নৱেম্বৰলৈ সাতদিনীয়া কাৰ্যসূচীৰে ২৩ সংখ্যক ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হব ।

মাংগলিক কাৰ্যৰ মাজেৰে লাইখুটা স্থাপন কৰে ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ʼদীপক বড়োৱে ʼ। আনহাতে এই অনুষ্ঠানত সভাপতি দীপক বড়োয়ে তেওঁৰ চমু ভাষণত পামহীক অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি বুলি উল্লেখ কৰে ।এই বৃহত্তৰ অঞ্চলটোত চলি অহা পামহী ৰাস মহোৎসৱে সম্প্ৰীতিৰ বাণী বিলাই আহিছে বুলিও ব্যক্ত কৰে ।

 

অনুষ্ঠানত সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ টুমুং , উপ সভাপতিদ্বয় বলেশ্বৰ ৰংপী আৰু বিষ্ণু বড়ো , সাধাৰণ সম্পাদকদ্বয় জয়ন্ত টুমুং আৰু পুনাল বড়োকে ধৰি কেবাজনো কৰ্মকর্তা আৰু অঞ্চলটোৰ বহু লোক উপস্থিত থাকে ।

Tags: #asaam treaditional news#assam news#Headline8#pamohi
Previous Post

AICC সভাপতি পদৰ নিৰ্বাচনী বতাহ

Next Post

অসমৰ নিবনুৱাসকলৰ বাবে সুখবৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অসমৰ নিবনুৱাসকলৰ বাবে সুখবৰ

অসমৰ নিবনুৱাসকলৰ বাবে সুখবৰ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

বৰঝাৰ বিমানকোঠত দীপাৱলী উপলক্ষে বিশেষ কাৰ্যসূচী

বৰঝাৰ বিমানকোঠত দীপাৱলী উপলক্ষে বিশেষ কাৰ্যসূচী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8