• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ফুটপাথ গ্ৰন্থমেলাৰ কথাৰে…..

এখন ব্যতিক্ৰমী গ্ৰন্থমেলা

নিউজ ডেস্ক by নিউজ ডেস্ক
January 10, 2022
in Exclusive, News, অসম, গুৱাহাটী, সংবাদ
1 min read
0
ফুটপাথ গ্ৰন্থমেলাৰ কথাৰে…..
Share on FacebookShare on Twitter

এখন ফুটপাথ গ্ৰন্থমেলা । শুনিবলৈ আচহুৱা নহয়নে ? গ্ৰন্থ বুলি কলে আমাৰ সকলোৰে ভাল লাগে । গুৱাহাটীৰ চান্দমাৰীৰ খেলপথাৰত প্ৰথম অসম গ্ৰন্থমেলা।গ্ৰন্থৰ বাকৰিলৈ ওলাই আহিছে সকলো লানি নিছিগা ভিৰ ভাঙি ১০ টকীয়া টিকট কাটি সকলো সোমাই গৈছে ।
গ্ৰন্থৰ সুবাসত মতলীয়া চৌপাশ । উদূলি মুদূলি এতিয়া গুৱাহাটী মহানগৰীৰ চান্দমাৰীৰ অভিযান্ত্ৰিক খেলপথাৰ । ইয়াৰ মাজতেই দেখিবলৈ পোৱা গ’ল এখন ব্যতিক্ৰমী গ্ৰন্থমেলা। গ্ৰন্থমেলা খনৰ নাম ফুটপাথ গ্ৰন্থমেলা । বিৰ দি বাট নোপোৱা গ্ৰন্থমেলাৰ প্ৰৱেশ দুৱাৰৰ বাহিৰতেই এক সুকীয়া দৃশ্য দেখা গ’ল ।
এজন ব্যক্তি আৰু এখন সৰু দোকান, ঠিক দোকান বুলি কলে হয়তো ভুল হ’ব প্ৰথমে আমি দেখি ভাবিছিলো এয়া হয়তো এটা ৰাষ্টাৰ কাষৰ কিতাপৰ দোকান । কিন্তু আমি ভালকৈ চালো তেওঁলোকৰ লগত কথা পাতিলো । এয়া এখন গ্ৰন্থমেলা যাৰ নাম দিয়া হৈছে ফুটপাথ গ্ৰন্থমেলা।
আমি জানিবলৈ চেষ্টা কৰিলো, গুৱাহাটীৰ চান্দমাৰী খেলপথাৰত চলি থকা গ্ৰন্থ মেলাৰ ঠিক বাহিৰতেই কিয় এই ব্যতিক্ৰমী পদক্ষেপ বাচি ললে ? ইয়াৰ উদ্দেশ্যই বা কি ?
প্ৰকৃততে এই তিনিগৰাকী লোক জৰিত বোলছবি জগতৰ সৈতে । চিত্ৰনাট্য ,পৰিচালনা আদিৰ লগত এওঁলোক সাধাৰতে জৰিত । কিন্তু কিতাপ পঢ়াৰ যি হাবিয়াস যি আগ্ৰহ সেইখিনি জীয়াই ৰাখিবলৈ এওঁলোকে এই প্ৰচেষ্টা হাতত লৈছে ।
সকলো বস্তু ডিজিটেল হোৱাৰ সময়তে যেন কিতাপ পঢ়াৰ আনন্দবোৰ নোহোৱা হৈছে । বিভিন্ন গল্প কবিতাবোৰ এতিয়া সামাজিক মাধ্যমত উপলব্ধ হৈ পৰাৰ পাছতেই কমি আহিছে কিতাপ পঢ়াৰ মাদকতা । কিন্তু এওঁলোকৰ এই পৰীক্ষামূলক চিন্তাধাৰাই ৰাইজৰ মনত কিতাপ পঢ়াৰ এক নতুন উদ্যম কঢ়িয়ায় আনিছে ।
সামাজিক মাধ্যমৰ দ্ৰুত গতিৰ সময়তেই এওঁলোকৰ বিশেষ প্ৰচেষ্টা । নবীন লেখক লেখিকাসকলক প্ৰকাশৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ কথাৰে এই ধনাত্মক গ্ৰন্থ আন্দোলনৰ সৃষ্টি কৰিছে । উচিত সম্পাদনাৰ ওপৰত ভিত্তি কৰি পাঠকৰ সন্মূখলৈ গ্ৰন্থৰ সোৱাদ যোগাই তোলাৰ এই প্ৰচেষ্টা যাতে সফল হয় Headline 8 ৰ তৰফৰ পৰা এওঁলোকলৈ থাকিল বহুতো শুভকামনা ।

 

Previous Post

জনপ্ৰিয়তাৰ তৃতীয় স্থানত ড০ হিমন্ত বিশ্ব শর্মা

Next Post

আকাশত উদয় হ’ল সূৰ্যতকৈ প্ৰায় ৫গুণ বেছি তাপমাত্ৰাৰ কৃত্ৰিম সূৰ্য!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
আকাশত উদয় হ’ল সূৰ্যতকৈ প্ৰায় ৫গুণ বেছি তাপমাত্ৰাৰ কৃত্ৰিম সূৰ্য!

আকাশত উদয় হ’ল সূৰ্যতকৈ প্ৰায় ৫গুণ বেছি তাপমাত্ৰাৰ কৃত্ৰিম সূৰ্য!

SP সন্মিলনত ক’ৰোনা সংক্ৰমণ! অসম আৰক্ষীৰ বহু শীৰ্ষ বিষয়া আক্ৰান্ত

SP সন্মিলনত ক'ৰোনা সংক্ৰমণ! অসম আৰক্ষীৰ বহু শীৰ্ষ বিষয়া আক্ৰান্ত

মাজুলীৰ ফেৰী দুর্ঘটনাত প্রাণ হেৰুওৱা নিকটাত্মীয়ক নিযুক্তি-পত্র প্ৰদান মুখ্যমন্ত্রীৰ

মাজুলীৰ ফেৰী দুর্ঘটনাত প্রাণ হেৰুওৱা নিকটাত্মীয়ক নিযুক্তি-পত্র প্ৰদান মুখ্যমন্ত্রীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8