- ভাৰতীয় চিনেমা জগতৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনৰ আজি জন্মদিন ।
- তেওঁ অভিনয়ৰ সমান্তৰালকৈ চিনেমা পৰিচালক তথা টেলিভিশন উপস্থাপকৰ লগতে উপলক্ষ প্লেবেক গায়ক ।
- তেওঁ ভাৰতীয় চিনেমা জগতৰ এজন অতি প্ৰভাৱশালী অভিনেতা ।
- তেওঁ ১৯৪২ চনত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ নামৰ ঠাইত জন্ম হৈছিল ।
- তেওঁ এতিয়ালৈ ১২৭ খন চিনেমাত কাম কৰিছে ।
- তেওঁৰ আহিব লগা আগুন্তক চিনেমা ২খন ক্ৰমে ঊনছাই, গনপথ ।
- তেওঁৰ পিতৃৰ নাম হৰিবংশৰায় বচ্চন ।
- তেওঁৰ মাতৃৰ নাম তেজি বচ্চন ।
- অমিতাভ বচ্চনৰ দেউতাক এজন হিন্দী কবি আছিল ।
- তেওঁ চেৰউড কলেজ, নেইনিতাল, আৰু কিৰুৰি মল কলেজ , দিল্লী বিশ্ববিদ্য়ালয়ৰ পৰা শিক্ষা অৰ্জন কৰে ।
- তেওঁ ১৯৬৯ চনত ভাৰতীয় চিনেমা জগতত ভৰি দিয়ে ।