• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 19, 2022
in Exclusive, News, অসম, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী, জীৱনশৈলী, ফটো, বিবিধ, মনোৰঞ্জন
1 min read
0
আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ

People watch a laser show on the banks of the river Sarayu during Deepotsav celebrations on the eve of the Hindu festival of Diwali in Ayodhya on November 3, 2021. (Photo by SANJAY KANOJIA / AFP) (Photo by SANJAY KANOJIA/AFP via Getty Images)

Share on FacebookShare on Twitter

দিপাৱলীত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি কৰিছে ।

 

পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ প্ৰতিবছৰেই দিপাৱলীৰ সময়ত প্ৰদূষণ ৰোধ কৰিবলৈ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰে ৷

এইবাৰো ৰাজ্যত প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে কিছু নীতি-নিৰ্দেশনা জাৰি কৰিছে  ৷ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে দীপাৱলীৰ সময়ত আতচবাজীৰ ফলত সৃষ্টি হোৱা শব্দ আৰু বায়ু প্ৰদূষণ নিৰীক্ষণ কৰিবলৈ গুৱাহাটী চহৰত এটা পষেকীয়া ড্ৰাইভ আৰু আন সাতখন ঠাইত দুদিনীয়া অভিযান চলাবলৈ সিদ্ধান্ত লৈছে ৷

 

 

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ কাৰ্যকৰীকৰণ নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে ৷  সেই অনুসৰি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত আতচবাজী ফুটোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

উচ্চতম ন্যায়ালয়ে ১২৫ ডেচিবেল বা ১৪৫ ডেচিবেলতকৈ অধিক শব্দৰ স্তৰ সৃষ্টি কৰা আতচবাজী নিৰ্মাণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰিছিল  ৷

 

সেয়ে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে অক্টোবৰত গুৱাহাটী, ডিব্ৰুগড়, নগাঁও, গোলাঘাট, তেজপুৰ, শিলচৰ আৰু বঙাইগাঁওৰ কিছুমান স্থানত দেৱালীৰ পূৰ্বে পৰিৱেশৰ বায়ুৰ মানদণ্ড আৰু শব্দ-স্তৰৰ নিৰীক্ষণ কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে  ৷

Tags: #assam news#assam police #tinsukiya #assam news#Headline8
Previous Post

আজি ছানী দেউলৰ জন্মদিন

Next Post

সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা

Related Posts

PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing
News

PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing

November 30, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
News

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati

November 30, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
আজি ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ প্ৰদান কৰা ভাষণ
News

PM to interact with beneficiaries of Viksit Bharat Sankalp Yatra on 30th November

November 29, 2023
Otis India offers online order-booking for Gen3™ Nova range of elevators
News

Otis India offers online order-booking for Gen3™ Nova range of elevators

November 29, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
Next Post
সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা

সোমবাৰক লৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ঘোষণা

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

পুনৰ টোলগেট

পুনৰ টোলগেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8