• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বৰঝাৰ বিমানকোঠত দীপাৱলী উপলক্ষে বিশেষ কাৰ্যসূচী

নিউজ ডেস্ক by নিউজ ডেস্ক
October 18, 2022
in Exclusive, News, অসম, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী, জীৱনশৈলী, ফটো, বিবিধ, মনোৰঞ্জন, সংবাদ
1 min read
0
বৰঝাৰ বিমানকোঠত দীপাৱলী উপলক্ষে বিশেষ কাৰ্যসূচী
Share on FacebookShare on Twitter

দীপাৱলী উপলক্ষে বৰঝাৰ বিমানকোঠত যাত্ৰীৰ বাবে বিশেষ মনোৰঞ্জনমূলক কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছ ।
শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজা শেষ হোৱাৰ পাছত দেশৰ আন প্ৰান্তৰ দৰে অসমতো আৰম্ভ হৈছে আগন্তক দীপাৱলীক আদৰাৰ বাবে ব্যাপক তৎপৰতা ।

বিশেষকৈ কভিডৰ বাবে দুটা বছৰৰ বিৰতিৰ অন্তত উদযাপিত হবলগীয়া দীপাৱলীক আদৰিবলৈ যাবতীয় প্ৰস্তুতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে সাধাৰণ ৰাইজৰ মাজত । ইফালে অসমৰ আন প্ৰান্তৰ দৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠতো আগন্তক দীপাৱলী উপলক্ষে বিমান যাত্ৰীৰ বাবে ১৫ অক্টোবৰৰ পৰা কেতবোৰ মনোৰঞ্জনমূলক কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

 

এই কাৰ্যসূচীৰ অহা ৩০ অক্টোবৰত সামৰণি পৰিব । এই সন্দৰ্ভত বিমানকোঠৰ মুখপাত্ৰই জানিবলৈ দিয়া মতে, গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ কৰ্তৃপক্ষই বিগত সময়চোৱাত মহাপুৰুষ দুজনাৰ তিথি , বিহুকে ধৰি অসমীয়া জাতিৰ সকলো সংস্কৃতি সুন্দৰকৈ স্থানীয় ভাৱে থলুৱা শিল্পী সকলৰ সহযোগিতাত উদযাপন কৰি আহিছে ।

 

তেনেদৰে ১৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা দীপাৱলীৰ লগত সংগতি ৰাখি যাত্ৰীৰ বাবে বিমানকোঠৰ ভিতৰত বজাৰ – সমাৰ কৰাৰ সুবিধাৰ্থে গ্ৰহণ কৰা হৈছে কেতবোৰ বিশেষ ব্যৱস্থা । এই ব্যৱস্থাৰ অধীনত এঘণ্টাৰ ভিতৰত খাদ্য বা বেভাৰেজ সামগ্ৰী যদি যাত্ৰীয়ে ২,৫০০ টকাতকৈ অধিক টকাৰ সামগ্ৰী ক্ৰয় কৰে তেন্তে সেই যাত্ৰীয়ে লাভ কৰিব এটা বেগ । তেনেকৈ বিমানকোঠৰ ঘঁৰুৱা নিৰাপত্তা মণ্ডল এলেকাত দীপাৱলী উপলক্ষে সজাই পৰাই তোলা হৈছে । যত যাত্ৰীৰ বাবে কেতবোৰ মনোৰঞ্জনমূলক ব্যৱস্থা তথা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি বিমানকোঠৰ মুখপাত্ৰই জানিবলৈ দিছে ।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

‘দিশা’ৰ সদস্য পদত কুমাৰ ইঞ্জিনিয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
‘দিশা’ৰ সদস্য পদত কুমাৰ ইঞ্জিনিয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱ

'দিশা'ৰ সদস্য পদত কুমাৰ ইঞ্জিনিয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজি ছানী দেউলৰ জন্মদিন

আজি ছানী দেউলৰ জন্মদিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8