• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে জীয়াই থাকিমঃ জুবিন

নিউজ ডেস্ক by নিউজ ডেস্ক
October 15, 2022
in Exclusive, News, অসম, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী, জীৱনশৈলী, ফেশ্বন, মনোৰঞ্জন, সংবাদ
1 min read
0
যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে জীয়াই থাকিমঃ জুবিন
Share on FacebookShare on Twitter

সততে মঞ্চত বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰি চৰ্চাত থাকে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। জনপ্ৰিয় কণ্ঠশিল্পী গৰাকী তেওঁৰ কিছুমান আপত্তিজনক কথাৰ বাবে প্ৰায়েই চৰ্চাৰ বিষয় হৈ পৰে ।
গীতেই হওক বা তেওঁ বিভিন্ন সময়ত কৰা মন্তব্যই হওক প্ৰায়েই বিতৰ্কৰ সন্মুখীন হয় । জুবিন গাৰ্গ কেইবাবাৰো বিতৰ্কৰ মাজত সোমাই পৰিছে ।
কিন্তু অলপতে বৰপেটা জিলাৰ হাউলীৰ মৌটুপুৰীত লক্ষ্মী পূজা উপলক্ষ্যে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত জুবিনৰ এক মন্তব্যই সকলোকে আৱেগিক কৰি তুলিছে । সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ মাজতেই জুবিনে দৰ্শকক উদ্দেশ্যি কয়, ‘৫০ বছৰতে বহুত উৎপাত কৰিলো । যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে জীয়াই থাকিম, যিদিনা নোৱৰা হ’ম সেইদিনাই মৰি যাম । খটম, বাই বাই………।’
জুবিনৰ এই মন্তব্যই উপস্থিত সকলোকে আৱেগিক কৰি তোলে।

Tags: #assamese music#Headline8#jubinFC
Previous Post

তেজস্বীতা বৰুৱাৰ সাক্ষ্য দিবলৈ ওলাই আহিল কেইবাটাও ছাত্ৰ সংগঠন

Next Post

ফাইজান আহমেদৰ মৃত্যুক লৈ চাঞ্চল্য

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ফাইজান আহমেদৰ মৃত্যুক লৈ চাঞ্চল্য

ফাইজান আহমেদৰ মৃত্যুক লৈ চাঞ্চল্য

চিটিবাছ সেৱাৰ পৰা বঞ্চিত পশ্চিম গুৱাহাটীবাসী ৰাইজ

চিটিবাছ সেৱাৰ পৰা বঞ্চিত পশ্চিম গুৱাহাটীবাসী ৰাইজ

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8