• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘দিশা’ৰ সদস্য পদত কুমাৰ ইঞ্জিনিয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 18, 2022
in Exclusive, News, অসম, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী, চাকৰি, জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, মনোৰঞ্জন, ৰাষ্ট্ৰীয়
1 min read
0
‘দিশা’ৰ সদস্য পদত কুমাৰ ইঞ্জিনিয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱ
Share on FacebookShare on Twitter

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰত থলুৱা প্ৰযুক্তিৰে উন্নত মানৰ ই – ৰিক্সা আৰু পেট্ৰল – ডিজেল চালিত পাৱাৰ টিলাৰ নিৰ্মাণ কৰি সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা কুমাৰ ইঞ্জিনিয়াৰিঙৰ স্বতাধিকাৰী , উদ্যোগী ব্যক্তি হিচাপে পৰিচিত কুমাৰ গৌৰৱক ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰণালয়ে অসমৰ বাবে ৰাজ্যিক পৰ্যায়ৰ জিলা সমন্বয় আৰু নিৰীক্ষণ কমিটিৰ ( দিশা ) বেচৰকাৰী সদস্য পদৰ বাবে মনোনীত কৰিছে ।

 

মন্ত্ৰণালয়ৰ উপ সচিব আৰ কে সিঙে ১২ অক্টোবৰত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিবলৈ প্ৰেৰণ কৰা এখন চৰকাৰী পত্ৰত কুমাৰ গৌৰৱক ‘দিশা’ৰ ৰাজ্যিক পৰ্যায়ৰ কমিটিৰ বেচৰকাৰী সদস্য হিচাপে প্ৰতিনিধি মনোনীত কৰাৰ বিষয়ে অৱগত কৰে । উল্লেখযোগ্য যে, লোকসভাৰ সাংসদক অধ্যক্ষ , বিধায়কক সদস্য হিচাপে লৈ গঠন কৰা ‘দিশা’ কমিটিৰ মূল উদ্দেশ্য হৈছে কেন্দ্ৰীয় আঁচনিৰ ধনেৰে ৰাজ্যত চলি থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম – কাজ সমূহ সঠিক ৰূপত ৰূপায়িত হৈছে নে নাই , হিতাধিকাৰী সকলে আঁচনিৰ সা – সুবিধা সমূহ সঠিক ভাবে লাভ কৰিছে নে নাই তাৰ তদাৰক কৰা ।

 

উল্লেখযোগ্য যে, ঝান্সীৰ বুন্দেলখণ্ড বিশ্ববিদ্যালয়ৰ পৰা ফাইনেন্স আৰু মাৰ্কেটিঙত প্ৰথম শ্ৰেণীত এম বি এ ডিগ্ৰী লাভ কৰা কুমাৰ গৌৰৱে ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড এডভান্স গ্লোবেলৰ পৰা তথ্য আৰু প্ৰযুক্তিবিদ্যাত ডিপ্লমা , কেনছিংটন বিশ্ববিদ্যালয়ৰ পৰা বি এছ ইঞ্জিনীয়াৰিঙত সুখ্যাতিৰে ডিগ্ৰী লাভ কৰিছে । বৰ্তমান জালুকবাৰী নিবাসী কুমাৰ গৌৰৱে ধাৰাপুৰত থকা তেওঁৰ উদ্যোগিক প্ৰতিষ্ঠানত ৰাজ্যৰ কৃষক , নিবনুৱা যুৱক – যুৱতীক কম মূল্যত কিদৰে উন্নতমানৰ ই – ৰিক্সা , পাৱাৰ টিলাৰ , কৃষিজাত সামগ্ৰী বা আন মালবাহী পৰিবহণ কৰা বাহন নিৰ্মাণ কৰি ৰাজ্যৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াব পাৰি তাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

Previous Post

বৰঝাৰ বিমানকোঠত দীপাৱলী উপলক্ষে বিশেষ কাৰ্যসূচী

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজি ছানী দেউলৰ জন্মদিন

আজি ছানী দেউলৰ জন্মদিন

আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ

আতচবাজী ফুটোৱাত নিষেধাজ্ঞা জাৰি প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8