• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন

নিউজ ডেস্ক by নিউজ ডেস্ক
December 16, 2022
in Exclusive, News, আন্তৰ্জাতিক, সংবাদ
1 min read
0
মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন
Share on FacebookShare on Twitter

মালয়েছিয়াত ভয়ংকৰ ভূমিস্খলন হোৱাৰ বাতৰি আহিছে । খবৰ অনুসৰি পুৱতি নিশা কুৱালালামপুৰৰ পৰা প্ৰায় ৩১ মাইল উত্তৰত অৱস্থিত এটা শিবিৰত সংঘটিত হৈছে ভূমিস্খলন ঘটনা ৷ উল্লেখ্য যে, শিবিৰটোত আছিল ৯৪ জন মালয়েছিয়ান লোক ৷

কৰ্তৃপক্ষই জনোৱা মতে, ভূমিস্খলনৰ ফলত শিশুসহ ১৬ গৰাকী লোকৰ মৃত্যু । আঘাতপ্ৰাপ্ত হৈছে প্ৰায় ৭ জন লোক ।আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । উদ্ধাৰকাৰী দলে ভূমিস্খলনৰ স্থানৰ পৰা ৫৩ জন লোকক কোনো ক্ষতি নোহোৱাকৈ উদ্ধাৰ কৰিছে যদিও প্ৰায় ১৭ গৰাকীকৈ লোক এতিয়াও সন্ধানহীন হৈ আছে । বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান ।

Tags: #erosion#Headline8#malaysia
Previous Post

বিজ্ঞাপনৰ নামত ৩,৭২৩ কোটি টকা খৰচ চৰকাৰৰ

Next Post

আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুধৰ্ষ চোৰাংচিকাৰী

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
India emerging as export powerhouse for U.S. firms, says BCG Report
News

India emerging as export powerhouse for U.S. firms, says BCG Report

September 22, 2023
Next Post
আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুধৰ্ষ চোৰাংচিকাৰী

আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুধৰ্ষ চোৰাংচিকাৰী

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

লামডিঙত জব্দ ২ কোটি টকাৰ গাঞ্জা

লামডিঙত জব্দ ২ কোটি টকাৰ গাঞ্জা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8