• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চাকিৰ জুইত অগ্নিদগ্ধ এখন বাছ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 25, 2022
in Exclusive, News, বিবিধ, ৰাষ্ট্ৰীয়
1 min read
0
চাকিৰ জুইত অগ্নিদগ্ধ এখন বাছ
Share on FacebookShare on Twitter

কালী পূজাৰ নিশাই ৰাঁচীত সংঘটিত হ’ল এক কৰুণ ঘটনা । চাকিৰ পৰা সূত্ৰপাত হোৱা অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হ’ল বাছ চালক আৰু পৰিচালক ।

সোমবাৰে নিশা ৰাঁচীৰ খাদগড়া বাছ আস্থানত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ কাৰণ এটা চাকি বুলি জানিব পৰা গৈছে । বাছ আস্থানত বাছখন ৰখাই চালক মদন আৰু পৰিচালক ইব্ৰাহিমে বাছখনৰ ভিতৰতে এটা চাকি জ্বলাই শুই আছিল ।

পৰৱৰ্তী সময়ত সেই চাকিটোৰ পৰা অগ্নিকাণ্ডৰ সূচনা হয় আৰু জুইৰ লেলিহান শিখাই গোটেই বাছখন আৱৰ ধৰে । ফলস্বৰূপে বাছৰ ভিতৰতে থকা চালক আৰু পৰিচালকগৰাকী জীৱন্তে অগ্নিদগ্ধ হয় ।

ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় অগ্নি নিৰ্বাপক বাহিনী আহি ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে যদিও ইতিমধ্যে দুয়োজনৰ মৃত্যু হয় । পৰৱৰ্তী সময়ত আৰক্ষীয়ে দুয়োৰে অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰে ।

Tags: #diwali#Headline8#ranchi police#UP news
Previous Post

ভাৰতীয় মূলৰ ঋষি চুনাক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী !

Next Post

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সতৰ্কবাণী ক’ভিড এতিয়াও শেষ হোৱা নাই

Related Posts

India emerging as export powerhouse for U.S. firms, says BCG Report
News

India emerging as export powerhouse for U.S. firms, says BCG Report

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী
ৰাজনীতি

মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী

September 22, 2023
ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদানৰ পদক্ষেপক উচ্চ প্ৰশংসা অসমৰ বিজ্ঞান আৰু গৱেষণা সমাজৰ
অসম

ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদানৰ পদক্ষেপক উচ্চ প্ৰশংসা অসমৰ বিজ্ঞান আৰু গৱেষণা সমাজৰ

September 21, 2023
Government comes out with a new set of National Awards in the field of Science, Technology and Innovation known as “Rashtriya Vigyan Puraskar’’
News

Government comes out with a new set of National Awards in the field of Science, Technology and Innovation known as “Rashtriya Vigyan Puraskar’’

September 21, 2023
বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী ক্ষেত্ৰত “ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ” শীৰ্ষক এলানি নতুন ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ
সংবাদ

বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী ক্ষেত্ৰত “ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ” শীৰ্ষক এলানি নতুন ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ

September 21, 2023
Next Post
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সতৰ্কবাণী ক’ভিড এতিয়াও শেষ হোৱা নাই

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সতৰ্কবাণী ক'ভিড এতিয়াও শেষ হোৱা নাই

ভয়াবহ ৰূপত ছিট্ৰাং

ভয়াবহ ৰূপত ছিট্ৰাং

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উদ্যোগত গুৱাহাটীৰ দুখন থানাত এম্বুলেঞ্চ সেৱা মুকলি

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উদ্যোগত গুৱাহাটীৰ দুখন থানাত এম্বুলেঞ্চ সেৱা মুকলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8