• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মেটাক সন্ত্ৰাসবাদ আখ্যা ৰাছিয়াৰ কিন্ত্ত কিয় ?

নিউজ ডেস্ক by নিউজ ডেস্ক
October 12, 2022
in Exclusive, News, আন্তৰ্জাতিক, বিবিধ, মনোৰঞ্জন, সংবাদ
1 min read
0
মেটাক সন্ত্ৰাসবাদ আখ্যা ৰাছিয়াৰ কিন্ত্ত কিয় ?
Share on FacebookShare on Twitter

মাৰ্ক জুকাৰ্বাগৰ কোম্পানী মেটাক ৰাছিয়াই সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে ।

 

মেটা ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ মূল কোম্পানী । মঙলবাৰে মস্কোৰ এখন আদালতে ছʼচিয়েল মিডিয়াৰ প্লেটফৰ্মত উগ্ৰপন্থী কাৰ্যকলাপৰ অভিযোগ দাঙি ধৰি দাবী কৰে যে, ইউক্ৰেইনৰ ছʼচিয়েল মিডিয়া ব্যৱহাৰ কাৰীসকলক ৰাছিয়াৰ বিৰুদ্ধে হিংসাৰ প্ৰচাৰ কৰাৰ অনুমতি প্ৰদান কৰিছে । যাৰ ফলত ৰাছিয়াই যোৱা বছৰ মাৰ্চত ফেচবুক আৰু ইনষ্টাগ্ৰাম  নিষিদ্ধ কৰিছিল ।

ৰাছিয়াৰ বিষয়া সকলৰ অভিযোগ অনুসৰি ছʼচিয়েল মিডিয়াৰ মঞ্চসমূহে ৰাছিয়াৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছিল । ৰাছিয়াত বিজ্ঞাপন আৰু বিক্ৰিৰ বাবে ইনষ্টাগ্ৰাম জনপ্ৰিয় মঞ্চ আছিল । মেটাৰ উকীলে সেই সকলো অভিযোগ খাৰিছ কৰিছিল । ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেনৰ ওপৰত হোৱা আক্ৰমণৰ পিছত সামাজিক মাধ্যমত কঠোৰ সতৰ্কতা লয় যদিও ইউৰোপৰ প্ৰযুক্তি কোম্পানীবোৰে ৰাছিয়াৰ সংবাদ মাধ্যম বোৰ বন্ধ কৰি দিয়ে । ৰাছিয়া ইউক্ৰেইনৰ মাজৰ যুঁজ নৱম মাহত প্ৰৱেশ কৰিছে যদিও কোনো ধৰণৰ শান্তিৰ লক্ষণ বৰ্তমানলৈ নাই । যোৱা ১০ অক্টোবৰত ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত মিছাইল নিক্ষেপ কৰাৰ পাছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে কয় যে, ৰাছিয়াই আমাক নিশ্চিহ্ন কৰাৰ ষড়যন্ত্ৰ কৰিছে ।

Previous Post

শিলচৰ-গুৱাহাটী ৰে’লৰ পৰা মঙলবাৰে ৰে’ল আৰক্ষীৰ দ্বাৰা উদ্ধাৰ দুই কিশোৰী

Next Post

ৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণপদক লাভ কৰিলে লাভলীনা বৰগোহাঁইয়ে

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
India emerging as export powerhouse for U.S. firms, says BCG Report
News

India emerging as export powerhouse for U.S. firms, says BCG Report

September 22, 2023
Next Post
লাভলীনাৰ বাবে শীঘ্ৰেই প্রশিক্ষকৰ ব্যৱস্থা কৰক! ভাৰতীয় অলিম্পিক সংস্থালৈ ক্রীড়া বিভাগৰ নিৰ্দেশ

ৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণপদক লাভ কৰিলে লাভলীনা বৰগোহাঁইয়ে

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম কন্যা

ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম কন্যা

দুৰ্ঘটনাগ্ৰস্ত মিগ-২৯, পাইলটে জপিয়ালে সাগৰলৈ!

দুৰ্ঘটনাগ্ৰস্ত মিগ-২৯, পাইলটে জপিয়ালে সাগৰলৈ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8