• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এইবাৰ ৰাজনীতিত উজলিব জ্বলন্ত টৰ্চ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 11, 2022
in Exclusive, News, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
এইবাৰ ৰাজনীতিত উজলিব জ্বলন্ত টৰ্চ
Share on FacebookShare on Twitter

উদ্ধৱ ঠাকৰে নেতৃত্বাধীন গোটে নতুন প্ৰতীক আৰু নতুন নামৰ সৈতে এখন পোষ্টাৰ মুকলি কৰে । নিৰ্বাচন আয়োগে শিৱসেনাৰ বিভক্ত গোটসমূহক নতুন নাম আৰু চিহ্ন আৱন্টন কৰিব দিয়াৰ কেই ঘন্টাৰ পিছতে শিৱসেনাই সামাজিক মাধ্যমত পোষ্টাৰ মুুুুুুুুুুুুকলি কৰে ।

 

জানিব পৰা মতে, তেওঁলোকৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত যিটো এতিয়াও “শিৱসেনা” নামেৰে জনা যায় তাত তেওঁলোকৰ গোটৰ নতুন নাম “শিৱসেনা”(উদ্ধৱ বালাচাহেব ঠাকৰে) আৰু নতুন প্ৰতীক “জ্বলন্ত টৰ্চ”(মশাল) থকা পোষ্টাৰ শ্বেয়াৰ কৰিছে ।

 

উল্লেখ্য যে, অহা মাহৰ ৩ নৱেম্বৰত অনুষ্ঠিত হব লগীয়া অন্ধেৰী পূৱ সমষ্টিৰ উপনিৰ্বাচনত নিৰ্বাচন আয়োগে ঠাকৰে আৰু একনাথ সিন্দে নেতৃতাধীন দুয়োটা দলক ধনু আৰু তীৰৰ প্ৰতীক ব্য়ৱহাৰত বাধা আৰোপ কৰিছিল ।

নিৰ্বাচন আয়োগে চলিত উপ-নিৰ্বাচনত আৰু বৰ্তমানৰ বিবাদত চূড়ান্ত আদেশ প্ৰদান নোহোৱালৈকে “জ্বলন্ত টৰ্চ”ক ঠাকৰে গোটৰ প্ৰাৰ্থীৰ প্ৰতীক হিচাপে ঘোষণা কৰে ।

Previous Post

BCCI ৰ যুটীয়া সম্পাদক হোৱাৰ দিশে অসমৰ দেৱজিৎ শইকীয়া!

Next Post

পুনৰ কংগ্ৰেছী নেতাৰ বিজেপিত যোগদান

Related Posts

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
India emerging as export powerhouse for U.S. firms, says BCG Report
News

India emerging as export powerhouse for U.S. firms, says BCG Report

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী
ৰাজনীতি

মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী

September 22, 2023
ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদানৰ পদক্ষেপক উচ্চ প্ৰশংসা অসমৰ বিজ্ঞান আৰু গৱেষণা সমাজৰ
অসম

ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদানৰ পদক্ষেপক উচ্চ প্ৰশংসা অসমৰ বিজ্ঞান আৰু গৱেষণা সমাজৰ

September 21, 2023
Next Post
পুনৰ কংগ্ৰেছী নেতাৰ বিজেপিত যোগদান

পুনৰ কংগ্ৰেছী নেতাৰ বিজেপিত যোগদান

ৰাণীৰ বাকাৰাপাৰাত মৃত বনৰীয়া হাতী উদ্ধাৰ

ৰাণীৰ বাকাৰাপাৰাত মৃত বনৰীয়া হাতী উদ্ধাৰ

বৰঝাৰ বিমানকোঠত যাত্ৰীয়ে ঘূৰাই পালে হেৰুৱা টকাসহ মূল্যবান নথিপত্ৰ

বৰঝাৰ বিমানকোঠত যাত্ৰীয়ে ঘূৰাই পালে হেৰুৱা টকাসহ মূল্যবান নথিপত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8