• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসমৰ নিবনুৱাসকলৰ বাবে সুখবৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 17, 2022
in Exclusive, News, অসম, উত্তৰ পূৰ্বাঞ্চল, চাকৰি, জীৱনশৈলী, প্ৰযুক্তি, ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
অসমৰ নিবনুৱাসকলৰ বাবে সুখবৰ
Share on FacebookShare on Twitter

বিভিন্ন উদ্যোগৰ সৈতে ৰাজ্যৰ উদ্যোগী, দক্ষতা আৰু নিয়োগ বিভাগৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে চৰকাৰে ।

অসমৰ নিবনুৱাসকলৰ বাবে আৰম্ভ হ’ল বিভিন্ন উদ্যোগৰে ৰাজ্যৰ উদ্যোগী , দক্ষতা আৰু নিয়োগ বিভাগৰ চাকৰি ।

 

 

নতুন চুক্তি স্বাক্ষৰৰ বুজাবুজিৰ স্মাৰকপত্ৰৰ জৰিয়তে আগন্তুক সময়ত অসমক স্বাস্থ্য খণ্ডৰ কেন্দ্ৰ ৰূপে গঢ়ি তোলা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰদান কৰে ।

এই চুক্তিৰ জৰিয়তে ৰাজ্য চৰকাৰৰ সৈতে বিভিন্ন দিশত ৰাজ্যখনৰ উন্নয়নৰ বাবে গুগল, এছ জে ভি এন লিমিটেড, টাটা ষ্ট্ৰাইভ, হেলথকেয়াৰ এছ এছ চি, লাৰ্চেন এণ্ড টাৰ্বো ইণ্ডিয়া, নৌকৰি ডট কম আৰু মাইক্ৰ’ছফ্টে সহযোগ আগবঢ়াব বুলি সংবাদ মাধ্যমক জানিব দিছে ।

জনতা ভৱনৰ আলোচনা গৃহত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচা আৰু শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষানেও অংশগ্ৰহণ কৰে।

Tags: #assam job vacancy#Headline8#himanta biswa sharma#noukri.com
Previous Post

ৰাস মহোৎসৱৰ লাইখুটা স্থাপন

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

বৰঝাৰ বিমানকোঠত দীপাৱলী উপলক্ষে বিশেষ কাৰ্যসূচী

বৰঝাৰ বিমানকোঠত দীপাৱলী উপলক্ষে বিশেষ কাৰ্যসূচী

‘দিশা’ৰ সদস্য পদত কুমাৰ ইঞ্জিনিয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱ

'দিশা'ৰ সদস্য পদত কুমাৰ ইঞ্জিনিয়াৰিঙৰ স্বত্বাধিকাৰী কুমাৰ গৌৰৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8