• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

তেজস্বীতা বৰুৱাৰ সাক্ষ্য দিবলৈ ওলাই আহিল কেইবাটাও ছাত্ৰ সংগঠন

নিউজ ডেস্ক by নিউজ ডেস্ক
October 15, 2022
in Exclusive, News, অসম, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী, মনোৰঞ্জন, সংবাদ, স্বাস্থ্য
1 min read
0
তেজস্বীতা বৰুৱাৰ সাক্ষ্য দিবলৈ ওলাই আহিল কেইবাটাও ছাত্ৰ সংগঠন
Share on FacebookShare on Twitter

তেজস্বীতা বৰুৱাৰ মৃত্যু তথা চিকিৎসাৰ গাফিলতিৰ বিষয়ে সাক্ষ্য দিবলৈ অৱশেষত ওলাই আহিল কেইবাটাও ছাত্ৰ সংগঠন। ১০ তাৰিখৰ পৰা ১২তাৰিখলৈ ৰাজহুৱা সাক্ষ্য প্ৰদানৰ বাবে অহা নাছিল কোনো এজন লোক ৷ কিন্তু সংবাদ মাধ্যমৰ বাতৰিৰ পাছতেই সাক্ষ্য দিবলৈ আগবাঢ়ি আহে তিনিটাকৈ দল-সংগঠন ৷
শুক্ৰবাৰে গড়মূৰত উপায়ুক্ত কাৰ্যালয়ত মাজুলী জিলা ছাত্র সন্থা, কোচ ৰাজবংশী ছাত্র সন্থা আৰু মাজুলী জিলা যুৱ ছাত্র পৰিষদে সাক্ষ্য প্ৰদান কৰে।
তেজস্বীতা বৰুৱাৰ তদন্ত প্ৰক্ৰিয়াত সাক্ষী প্ৰদান কৰিলে কোনো আইনী জটিলতাৰ সন্মুখীন নহয় বুলি উল্লেখ কৰি ১৯ অক্টোবৰৰ ভিতৰত সচেতন লোকক তদন্ত প্ৰক্ৰিয়াত সহায় হোৱাকৈ সাক্ষী প্ৰদানৰ আহ্বান জনাইছে তদন্তকাৰী বিষয়াই।
উল্লেখযোগ্য যে, কন্ঠশিল্পী তেজস্বীতা বৰুৱাৰ গড়মূৰ চিকিৎসালয়ত মৃত্যু হোৱাৰে পৰা মাজুলী স্বাস্থ্য খণ্ড সমালোচনাৰ সন্মুখীন হৈ আহিছে ।
এই ক্ষেত্ৰত তদন্ত ঘোষনা কৰিছিল ৰাজ্য চৰকাৰে । ১০ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ ৰাজহুৱা সাক্ষ্যৰ দিন ঘোষনা কৰিছিল যদিও সেই সময়ত সাক্ষ্য দিবৰ বাবে ওলাই নাহিল এজনো লোক।

Tags: #Headline8Assam Police
Previous Post

গুৱাহাটীৰ চিটী বাছলৈ পৰিবহণ বিভাগৰ নিৰ্দেশনা

Next Post

যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে জীয়াই থাকিমঃ জুবিন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে জীয়াই থাকিমঃ জুবিন

যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে জীয়াই থাকিমঃ জুবিন

ফাইজান আহমেদৰ মৃত্যুক লৈ চাঞ্চল্য

ফাইজান আহমেদৰ মৃত্যুক লৈ চাঞ্চল্য

চিটিবাছ সেৱাৰ পৰা বঞ্চিত পশ্চিম গুৱাহাটীবাসী ৰাইজ

চিটিবাছ সেৱাৰ পৰা বঞ্চিত পশ্চিম গুৱাহাটীবাসী ৰাইজ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8