• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পুনৰ টোলগেট

অসমত পুনৰ এক নতুন টোলগেট

নিউজ ডেস্ক by নিউজ ডেস্ক
October 20, 2022
in Exclusive, News, অসম, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী, জীৱনশৈলী, প্ৰযুক্তি, বিবিধ
1 min read
0
পুনৰ টোলগেট
Share on FacebookShare on Twitter

নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ দিশত ৰাজ্যৰ আন এক টোলগেট ।

অসম-বংগ সীমান্তৱৰ্তী গোসাঁইগাঁৱৰ তেলিপাৰাত নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত আন এখন টোলগেটৰ ।

উল্লেখ্য যে, পশ্চিম বংগৰ কামাখ্যাগুৰীত এখন টোলগেট থকাৰ তৎচত্তেও তাৰে কিছু নিলগতেই পুনৰ নিৰ্মাণ আন এখন টোলগেটৰ । কামাখ্যাগুৰীৰ পৰা গোসাঁইগাঁৱৰ তেলিপাৰা দূৰত্ব মাথো ২৭ কিলোমিটাৰ হোৱাৰ বিপৰীতে তেলিপাৰাৰ পৰা ৩৭ কিলোমিটাৰ দূৰত্বত থকা কোকৰাঝাৰৰ পাটগাঁৱত আছে আন এখন টোলগেট ।

 

পূৰ্বে কেন্দ্ৰীয় গড়কাপ্তানী মন্ত্ৰীয়ে মন্তব্য কৰিছিল যে, ৰাষ্ট্ৰীয় ঘাইপথত ৬০ কিলোমিটাৰ দূৰত্বত নিৰ্মাণ কৰা হ’ব প্ৰতিটো টোলগেট । তেনেস্থলত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ পাধিকৰণে নীতিবহিৰ্ভূতভাৱে টোলগেট তেলিপাৰাত নিৰ্মাণ কৰিছে নেকি বুলি সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰশ্নৰ উদ্ভাৱন হৈছে  ।

 

যʼত বৰ্তমানেও সম্পূৰ্ণ হোৱা নাই ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য  । অসম-বংগ সীমান্ত শিমুলটাপুৰ পৰা কচুগাঁও লৈ ৩০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যও অৰ্ধনিৰ্মিত হৈ আছে  । তাৰোপৰি অৰ্ধনিৰ্মিত অৱস্থাত আছে কেইবাখনো উৰণীয়া সেতুঁ । যাৰ ফলত ওৱান ৱে’ পথেৰে চলাচল কৰিব লগা হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ সহস্ৰাধিক যান-বাহন । ফলত প্ৰতিদিনে পথ দুৰ্ঘটনা সংঘটিত হৈ প্ৰাণ হেৰুৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছে বহু যান- বাহনৰ আৰোহী তথা পথচাৰীসকল । এইক্ষেত্ৰত চৰকাৰ আৰু আৰক্ষীৰ কৰ্তৃপক্ষই নিৰ্বিকাৰ ভূমিকা পালন কৰিছে ।

Tags: #assam news#assam traffic#Headline8Assam Police
Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

বনবিভাগৰ অভিযানত চোৰাং কাঠসহ ডি আই জব্দ

বনবিভাগৰ অভিযানত চোৰাং কাঠসহ ডি আই জব্দ

মাত্ৰ ৪৫ দিন! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে কৰিলে পদত্যাগ

মাত্ৰ ৪৫ দিন! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে কৰিলে পদত্যাগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8