• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিৰাট কোহলীৰ ভাইৰেল হৈছে এখন বিশেষ ফটো

নিউজ ডেস্ক by নিউজ ডেস্ক
October 13, 2022
in Exclusive, News, ক্ৰীড়া, ফটো, মনোৰঞ্জন, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
বিৰাট কোহলীৰ ভাইৰেল হৈছে এখন বিশেষ ফটো
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলে আসন্ন টি-২০ বিশ্বকাপ ২০২২ৰ বাবে বিগত এসপ্তাহ ধৰি অষ্ট্ৰেলিয়াত আছে ।অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ পিছতে অনুশীলন আৰম্ভ কৰিছে টীম ইণ্ডিয়াৰ ক্ৰিকেটাৰসকলে । টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ মাজতে মঙলবাৰে টীম ইণ্ডিয়াৰ খেলোৱৈসকলে এদিনৰ বাবে বিৰতি লৈছিল । বিৰতিৰ দিনটোত অষ্ট্ৰেলিয়াৰ ৰটনেষ্ট দ্বীপ ভ্ৰমণলৈ যায় সমগ্ৰ টীমটো । বিৰাট কোহলীয়ে বিৰল প্ৰাণী কোক্কাৰ সৈতে এখন ফটো তুলিলে ।

 

বিশ্বৰ সুন্দৰ ঠাইসমূহৰ অন্যতম সমুদ্ৰৰ স্বৰ্গ বুলি খ্যাত ৰটনেষ্ট দ্বীপৰ ইতিহাস ৫০,০০০ বছৰ পুৰণি । এই দ্বীপ পাৰ্থ উপকূলৰ পৰা ১৯ কিলোমিটাৰ দূৰত্বত অৱস্থিত ।এই দ্বীপৰ আকৰ্ষণৰ অন্য কেন্দ্ৰবিন্দু ʼকোক্কাʼ নামৰ এছিয়ান ছিভেট কেট । ই এক বিৰাল প্ৰজাতিৰ প্ৰাণী । শান্ত ৰটনেষ্ট দ্বীপৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা ।

Tags: #Headline8Virat Kohli
Previous Post

উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত প্ৰথম স্থান দখল কৰা ধৃতিৰাজৰ যাত্ৰা পুনেলৈ

Next Post

অপ্প’ৰ সকলো ৫জি ডিভাইচত ৫জি অভিজ্ঞতা লাভ কৰিবলৈ এয়াৰটেল ব্যৱহাৰকাৰীক আদৰণি জনাইছে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
অপ্প’ৰ সকলো ৫জি ডিভাইচত ৫জি অভিজ্ঞতা লাভ কৰিবলৈ এয়াৰটেল ব্যৱহাৰকাৰীক আদৰণি জনাইছে

অপ্প’ৰ সকলো ৫জি ডিভাইচত ৫জি অভিজ্ঞতা লাভ কৰিবলৈ এয়াৰটেল ব্যৱহাৰকাৰীক আদৰণি জনাইছে

HDFC বেংকে SmartHub Vyapar বেংকিংৰ সমাধানৰ বাবে ৱান-ষ্টপ মাৰ্চেণ্ট সমাধান এপ

HDFC বেংকে SmartHub Vyapar বেংকিংৰ সমাধানৰ বাবে ৱান-ষ্টপ মাৰ্চেণ্ট সমাধান এপ

সাৰেগামাৰ গানবোৰ বৰ্তমান মেটা প্লেটফৰ্মত উপলব্ধ

সাৰেগামাৰ গানবোৰ বৰ্তমান মেটা প্লেটফৰ্মত উপলব্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8