• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দেশত ২৪ ঘণ্টাত ১২.৮% বৃদ্ধিৰ সৈতে ৩,৩০৩ জন লোক আক্ৰান্ত

নিউজ ডেস্ক by নিউজ ডেস্ক
April 28, 2022
in স্বাস্থ্য, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
মহানগৰীত ১৮ দিনত ১২,৬৬১জন আক্রান্ত ক’ভিডত
Share on FacebookShare on Twitter

ভাৰতত যোৱা ২৪ ঘণ্টাত ক’ৰোনা ভাইৰাছ  সংক্ৰমণৰ ৩,৩০৩ টা নতুন ঘটনা পোহৰলৈ আহিছে। ই পূৰ্বতকৈ ১২.৮% অধিক। মঙলবাৰে, কৰোনাৰ ২,৯২৭ টা নতুন ঘটনা পোহৰলৈ আহিছিল। দেশত মুঠ ক’ভিড-১৯ সংক্ৰমণৰ সংখ্যা এতিয়া ৪ কোটি ৩০ লাখ, ৬৮ হাজাৰ ৭৯৯ লৈ বৃদ্ধি হৈছে। যোৱা ২৪ ঘণ্টাত, সমগ্ৰ দেশত কৰোনা সংক্ৰমণৰ ফলত ৩৯ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ সৈতে, এতিয়ালৈকে ভাৰতত কোভিড-১৯-ত মুঠ ৫ লাখ ২৩ হাজাৰ ৬৯৩ জন লোকৰ মৃত্যু হৈছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দেশত কৰোনা সংক্ৰমণৰ মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা বৰ্তমান প্ৰায় ১৭ হাজাৰ পাৰ হৈছেগৈ। বৰ্তমান, ভাৰতত কৰোনা সংক্ৰমণৰ ১৬,৯৮০ টা সক্ৰিয় ঘটনা আছে। এয়া হৈছে মুঠ ঘটনাৰ ০.০৪%। দেশৰ ক’ভিড-১৯ পুনৰুদ্ধাৰৰ হাৰ হৈছে ৯৮.৭৪%। যোৱা ২৪ ঘণ্টাত, সমগ্ৰ দেশত মুঠ ২,৫৬৩ জন ৰোগী কৰোনা সংক্ৰমণৰ পৰা আৰোগ্য হৈছে। সেয়েহে, মুঠ ৪ কোটি, ২৫ লাখ, ২৮ হাজাৰ, ১২৬ জন লোকে এই ভাইৰাছৰ সংক্ৰমণক পৰাস্ত কৰিছে।

Previous Post

নগাঁৱত দুৰ্ঘটনাগ্ৰস্ত মোদীৰ সভালৈ যোৱা ট্ৰেভেলাৰ

Next Post

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ মাজতে AAPৰ তীব্ৰ প্ৰতিবাদ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ মাজতে AAPৰ তীব্ৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ মাজতে AAPৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড়ত কেঞ্চাৰ হাস্পতাল উদ্বোধনৰ বাবে ৰাওনা হ’ল প্ৰধানমন্ত্ৰী

ডিব্ৰুগড়ত কেঞ্চাৰ হাস্পতাল উদ্বোধনৰ বাবে ৰাওনা হ'ল প্ৰধানমন্ত্ৰী

বিশ্ব বিখ্যাত সংগ্ৰহালয়ত এতিয়াৰে পৰা থাকিব জাতিৰ স্বাভিমান গামোচা

বিশ্ব বিখ্যাত সংগ্ৰহালয়ত এতিয়াৰে পৰা থাকিব জাতিৰ স্বাভিমান গামোচা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8