• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ক’ভিডঃ ৰাজ্যত বিগত ২৪ ঘণ্টাত আক্ৰান্ত ৬৮ জন

নিউজ ডেস্ক by নিউজ ডেস্ক
June 29, 2022
in স্বাস্থ্য, অসম, সংবাদ
1 min read
0
আকৌ ক’ভিডঃ ২৪ ঘণ্টাত আক্ৰান্ত ৫২৩৩জন, ৭জনৰ মৃত্যু
Share on FacebookShare on Twitter

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে ক’ভিড আক্ৰান্তৰ সংখ্যা। মঙলবাৰে ৰাজ্যখনৰ ৬৮ জন লোকৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি। ইয়াৰে ৫৭ জনেই হৈছে কামৰূপ মহানগৰ জিলাৰ।

বিগত ২৪ ঘণ্টাত ৯০২ জন লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ৭.৫৪ শতাংশ। ৰাজ্যখনত ক’ভিড ৰোগী আছে ৩৬২। মঙলবাৰে ক’ভিড চিনাক্ত সকলৰ ভিতৰত ৬ জন কামৰূপ জিলাৰ হোৱাৰ বিপৰীতে গোৱালপাৰা, হোজাই, যোৰহাট, নগাঁও আৰু নলবাৰী জিলাৰ এজন।

Previous Post

আকৌ বৰষুণ! ২ জুলাইলৈকে অসমত হ’ব নেৰানেপেৰা বৰষুণ

Next Post

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল নগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শক!

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল নগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শক!

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল নগাঁও আৰক্ষীৰ উপ-পৰিদৰ্শক!

কামাখ্যা মাৰ আৰ্শীবাদ লৈ গোৱা ভ্ৰমণ একনাথ সিন্দে বাহিনীৰ! সমাপ্ত হ’ব বিসম্বাদ!

কামাখ্যা মাৰ আৰ্শীবাদ লৈ গোৱা ভ্ৰমণ একনাথ সিন্দে বাহিনীৰ! সমাপ্ত হ’ব বিসম্বাদ!

বুঢ়াপাহাৰত ভূমিস্খলন, প্ৰকাণ্ড শিল–গছ খহি পৰিল ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত

বুঢ়াপাহাৰত ভূমিস্খলন, প্ৰকাণ্ড শিল–গছ খহি পৰিল ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8