• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পুনৰ ক’ভিডঃ অসমত ক’ভিড সংক্ৰমণৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুগুণ

নিউজ ডেস্ক by নিউজ ডেস্ক
July 1, 2022
in স্বাস্থ্য, অসম, ৰাষ্ট্ৰীয়
1 min read
0
পুনৰ ক’ভিডঃ অসমত ক’ভিড সংক্ৰমণৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুগুণ
Share on FacebookShare on Twitter

দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ভিড সংক্ৰমণে উদ্বিগ্ন কৰি তুলিছে দেশবাসীক৷ অসমত ক’ভিড-১৯ পজিটিভিটিৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়তকৈ দুগুণ। ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ভিড পজিটিভিটিৰ হাৰে চিন্তিত কৰি তুলিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক।

অসমত সৰ্বভাৰতীয় পৰ্যায়ত ৩.৩৫ শতাংশৰ বিপৰীতে অসমত ক’ভিড সংক্ৰমণৰ হাৰ ৭.৫৪ শতাংশ। বিগত ৭ দিনৰ পৰা ৰাজ্যত গড় ক’ভিড পজিটিভিটিৰ হাৰ ৫.৯২ শতাংশ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ৩.৩০ শতাংশ। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মতে, ৰাজ্যত বৃদ্ধি পোৱা কোভিড পজিটিভিটিৰ হাৰ উদ্বেগজনক। কমকৈ পৰীক্ষা কৰাৰ লগে লগে ৰাজ্যত নতুনকৈ আক্ৰান্ত হোৱা লোকো কম।

কিন্তু যিমানেই বেছি পৰীক্ষা কৰা হ’ব সিমানেই নতুনকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব বুলি তেওঁ মন্তব্য কৰে। চৰকাৰী সূত্ৰ অনুসৰি যোৱা সপ্তাহত ৰাজ্যত ২৯৮ জন নতুনকৈ ক’ভিড আক্ৰান্ত ধৰা পৰিছে। যিহেতু বৰ্তমান সময়ত বানৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে, সেয়ে চিকিৎসক আৰু স্বাস্থ্য বিষয়াসকল বানপীড়িত লোকসকলৰ সৈতে ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। অৱশ্যে অতি সোনকালে অসমত এটা বিশেষ ক’ভিড টেষ্টিং ড্ৰাইভ আৰম্ভ কৰা হ’ব বুলি স্বাস্থ্যবিভাগৰ এগৰাকী বিষয়াই অৱগত কৰে।

Previous Post

মণিপুৰৰ ভূমিস্খলনত সন্ধানহীন অসমৰ ১৭ শ্ৰমিক!

Next Post

যশপ্ৰীত বুমৰাহ টীম ইণ্ডিয়াৰ নতুন অধিনায়ক

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
Next Post
যশপ্ৰীত বুমৰাহ টীম ইণ্ডিয়াৰ নতুন অধিনায়ক

যশপ্ৰীত বুমৰাহ টীম ইণ্ডিয়াৰ নতুন অধিনায়ক

শীঘ্ৰেই আস্থা ভোটৰ সন্মুখীন হব লাগিব সিন্দেৰ চৰকাৰ!

শীঘ্ৰেই আস্থা ভোটৰ সন্মুখীন হব লাগিব সিন্দেৰ চৰকাৰ!

১৯৮ টকালৈকে হ্ৰাস পালে বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য

১৯৮ টকালৈকে হ্ৰাস পালে বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8