• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দেশত জানুৱাৰী মাহত ক’ভিডৰ ঘটনা ভয়ংকৰ ভাৱে বৃদ্ধি পা’ব!

নিউজ ডেস্ক by নিউজ ডেস্ক
December 29, 2022
in স্বাস্থ্য, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
পুনৰ ক’ভিডঃ অসমত ক’ভিড সংক্ৰমণৰ হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুগুণ
Share on FacebookShare on Twitter

চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰোনা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ক’ৰোনা ভাইৰাছৰ নতুন প্ৰকাৰে ভাৰততো প্ৰভাৱ পেলোৱা দেখা গৈছে। বুধবাৰে ১৮৮ টা নতুন ক’ৰোনা ভাইৰাছ ৰোগীৰ তথ্য নথিভুক্ত কৰা হৈছে। এই সংখ্যাৰ ফলত বৰ্তমান ভাৰতত মুঠ ৰোগীৰ সংখ্যা ৪,৪৬,৭৭,৬৪৭ হৈছে।

উল্লেখ্য যে, দেশত বৰ্তমানলৈকে ক’ভিড সম্পৰ্কীয় মৃত্যুৰ সংখ্যা ৫,৩০,৬৯৬ জন যদিও বিগত ২৪ ঘণ্টাত ক’ভিডৰ বাবে কোনো নতুন মৃত্যু হোৱা নাই। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ক’ভিডৰ দৈনিক পজিটিভিটিৰ হাৰ ০.১৪ শতাংশ ৰেকৰ্ড কৰা হৈছে। আনহাতে, সাপ্তাহিক পজিটিভিটিৰ হাৰ ০.১৮ শতাংশ বুলি মন্ত্ৰালয়ে জনায়।

আনহাতে, কেন্দ্ৰই বুধবাৰে সতৰ্ক কৰি দিছিল যে ভাৰতত আগন্তুক জানুৱাৰীত ক’ভিডৰ ঘটনা তীব্ৰ ভাৱে বৃদ্ধি দেখা পোৱাৰ সম্ভাৱনা আছে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

মহানগৰীত লক্ষাধিক মূল্যৰ ড্ৰাগছ জব্দ

Related Posts

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী
ৰাজনীতি

মহিলা সংৰক্ষণ বিলঃ বিজেপিৰ কাৰ্যালয়ত মহিলা নিৰাপত্তাৰক্ষী

September 22, 2023
ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদানৰ পদক্ষেপক উচ্চ প্ৰশংসা অসমৰ বিজ্ঞান আৰু গৱেষণা সমাজৰ
অসম

ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ প্ৰদানৰ পদক্ষেপক উচ্চ প্ৰশংসা অসমৰ বিজ্ঞান আৰু গৱেষণা সমাজৰ

September 21, 2023
বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী ক্ষেত্ৰত “ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ” শীৰ্ষক এলানি নতুন ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ
সংবাদ

বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী ক্ষেত্ৰত “ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ” শীৰ্ষক এলানি নতুন ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ

September 21, 2023
Next Post
হাজোত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্রাগছ

মহানগৰীত লক্ষাধিক মূল্যৰ ড্ৰাগছ জব্দ

চিৰিয়াখানাৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল হীৰেন গোহাঁই

চিৰিয়াখানাৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল হীৰেন গোহাঁই

পৰিবহণ বিভাগৰ অভিযানত থৰকাছুটি হেৰুৱাইছে বহুজনে

৩১ ডিচেম্বৰৰ ভিতৰত যান-বাহনৰ নথি-পত্ৰ নৱীকৰণৰ আহ্বান পৰিবহণ বিভাগৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8