• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বশিষ্ঠৰ ভাৰতীয় সেনাৰ চিকিৎসালয়ত বিনামূলীয়া অনকলজি পৰীক্ষা শিবিৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
April 28, 2022
in স্বাস্থ্য, গুৱাহাটী
1 min read
0
বশিষ্ঠৰ ভাৰতীয় সেনাৰ চিকিৎসালয়ত বিনামূলীয়া অনকলজি পৰীক্ষা শিবিৰ
Share on FacebookShare on Twitter

গুৱাহাটীৰ ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান (বি বি চি আই) কৰ্কট বা কেন্সাৰ ৰোগ বিষয়ত সেনা বাহিনীৰ কৰ্মৰত – অৱসৰপ্ৰাপ্ত লোকসকলৰ পৰিয়ালৰ লোকৰ মাজত সজাগতা সৃষ্টিৰ বাবে বশিষ্ঠৰ ১৫১ সেনা চিকিৎসালয় চৌহদত আজি এটা বিনামূলীয়া অনকলজী পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত কামৰূপ, কামৰূপ মহানগৰ, বঙাইগাঁও, নলবাৰী, নগাওঁ, গোৱালপাৰা, ধুবুৰী, শোণিতপুৰ, দৰং, বৰপেটা আৰু চিৰাং জিলাৰ সেনা বাহিনীৰ বহু অৱসৰপ্ৰাপ্ত লোক, যুদ্ধত নিহত সৈনিকৰ বিধৱা পত্নী তথা বীৰ নাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বহু লোকে ভাগ লয়।

শিবিৰত বি বি চি আইৰ পৰা অহা এটা বিশেষজ্ঞ চিকিৎসকৰ দলে উপস্থিত লোক সকলৰ স্বাস্থ্য পৰীক্ষা কৰি ৰোগ সন্দৰ্ভত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। আনহাতে শিবিৰত ভাৰতীয় সেনাৰ ১০১ এৰিয়া, ৫১ চাব এৰিয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য সেৱাৰ (চি জি এইছ এছ ) গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ কেবাজনো বিষয়া, চিকিৎসা বিষয়া উপস্থিত থাকে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

পুনৰ এনকাউন্টাৰ! কাছাৰত ডকাইতলৈ আৰক্ষীৰ গুলী

Related Posts

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড
ক্ৰাইম

কামৰূপৰ পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

January 25, 2023
কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!
অসম

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

January 25, 2023
নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ
সংবাদ

নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ

January 24, 2023
পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি
শিক্ষা

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি

January 24, 2023
দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী আন্দোলনৰ নেতা মাণিক চন্দ্ৰ ভাগৱতীৰ স্মৃতিচাৰণ
সংবাদ

দীপৰ বিলৰ পাৰত ডাম্পিং গ্ৰাউণ্ড বিৰোধী আন্দোলনৰ নেতা মাণিক চন্দ্ৰ ভাগৱতীৰ স্মৃতিচাৰণ

January 24, 2023
Next Post
প্ৰাক্তন আলফা নেতা গুলীৱিদ্ধ

পুনৰ এনকাউন্টাৰ! কাছাৰত ডকাইতলৈ আৰক্ষীৰ গুলী

গুৱাহাটীত ভয়াবহ ৰূপ ক’ভিডৰ

দেশত দ্ৰুতগতিত বৃদ্ধি ক'ভিড আক্ৰান্তৰ সংখ্যা; দিল্লীত উদ্বেগজনক পৰিস্থিতি

কিমান টকা ব্যয়ৰে মোদী সভালৈ অনা হৈছিল লাখ লাখ মানুহ ?

কিমান টকা ব্যয়ৰে মোদী সভালৈ অনা হৈছিল লাখ লাখ মানুহ ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8