• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দিল্লীৰ এইমছত ভৰ্তি লালু প্ৰসাদ যাদৱ!

নিউজ ডেস্ক by নিউজ ডেস্ক
July 7, 2022
in স্বাস্থ্য, ৰাজনীতি, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
দিল্লীৰ এইমছত ভৰ্তি লালু প্ৰসাদ যাদৱ!
Share on FacebookShare on Twitter

RJDৰ সভাপতি লালু প্ৰসাদ যাদৱক বুধবাৰে নিশা পাটনাৰ এখন চিকিৎসালয়ৰ পৰা বিমানেৰে নিয়াৰ পিছত দিল্লীৰ প্ৰিমিয়াৰ এইমছত ভৰ্তি কৰোৱা হৈছিল য’ত তেওঁ পৰি একাধিক হাড় ভঙাৰ বাবে প্ৰাৰম্ভিক চিকিৎসা গ্ৰহণ কৰিছিল।

বিহাৰৰ ৭৪ বছৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে চিকিৎসকৰ এটা দল আৰু তেওঁৰ জ্যেষ্ঠ কন্যা মিছা ভাৰতী, এগৰাকী ৰাজ্যসভাৰ সাংসদৰ লগতে পত্নী ৰাবড়ী দেৱী আৰু সৰু পুত্ৰ তেজস্বী যাদৱে দিল্লীত উপস্থিত হৈছিল। লালু প্ৰসাদক নিশা প্ৰায় ৯.৩৫ বজাত এইমছত ভৰ্তি কৰোৱা হয়।
ইয়াৰ পূৰ্বে সংবাদ মাধ্যমক তেজস্বী যাদৱে কয় যে RJDৰ সভাপতি গৰাকী ঘৰত পৰি যোৱাৰ পিছত কান্ধকে ধৰি তিনিটা ঠাইত হাড় ভাঙিছিল আৰু পিছলৈ জটিলতা বৃদ্ধি পাই তেওঁ বেছি লৰচৰ কৰিব পৰা নাছিল।

Previous Post

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ আজি দ্বিতীয় বিবাহ!

Next Post

গুৱাহাটীৰ কৃত্ৰিম বান সমাধানৰ চিন্তাৰে এজন সচেতন নাগৰিক তথা পাঠকৰ চিঠি…

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
গুৱাহাটীৰ কৃত্ৰিম বান সমাধানৰ চিন্তাৰে এজন সচেতন নাগৰিক তথা পাঠকৰ চিঠি…

গুৱাহাটীৰ কৃত্ৰিম বান সমাধানৰ চিন্তাৰে এজন সচেতন নাগৰিক তথা পাঠকৰ চিঠি...

এতিয়াও জটিল হৈ আছে ৰাজ্যৰ বান পৰিস্থিতিঃ বিপদসীমাৰ ওপৰত বহু নদী-উপনদী

অসমৰ বানাক্ৰান্তৰ বাবে কেন্দ্ৰই মোকলাই দিলে ৩২৪.৪০ কোটি টকা!

শিক্ষকক স্ব-ইচ্ছাই আন বৃত্তি ত্যাগ কৰাৰ আহ্বান শিক্ষামন্ত্ৰীৰ

শিক্ষকক স্ব-ইচ্ছাই আন বৃত্তি ত্যাগ কৰাৰ আহ্বান শিক্ষামন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8