• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দেশত দ্ৰুতগতিত বৃদ্ধি ক’ভিড আক্ৰান্তৰ সংখ্যা; দিল্লীত উদ্বেগজনক পৰিস্থিতি

নিউজ ডেস্ক by নিউজ ডেস্ক
April 29, 2022
in স্বাস্থ্য, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
গুৱাহাটীত ভয়াবহ ৰূপ ক’ভিডৰ

Image by fernando zhiminaicela from Pixabay

Share on FacebookShare on Twitter

দেশত ক’ভিডত সংক্ৰমিত লোকৰ সংখ্যা বৰ্তমান ১৭,৮০১জন। অফিচিয়েল তথ্য অনুসৰি, এই ভাইৰাছে দেশত এতিয়ালৈ ৫,২৩,৭৫৩জন লোকৰ প্ৰাণ লৈছে। ভাৰতত বিগত ২৪ ঘণ্টাত ৩,৩৭৭জন লোক নতুনকৈ আক্ৰান্ত হৈছে ক’ভিড ভাইৰাছত। ক্ৰমাগত দ্বিতীয় দিনৰ বাবে ক’ভিডৰ সংক্ৰমণৰ নতুন ঘটনা ৩০০০ৰো অধিক। উল্লেখ্য যে, ২৮ এপ্ৰিলত দেশত কোৰোণাত আক্ৰান্ত হয় ৩,৩০৩জন লোক। বিগত ২৪ ঘণ্টাত ২৪৯৬জন লোক কোৰোণামুক্ত হৈছে। আনহাতে, মৃত্যু হৈছে ৬০জন লোকৰ। ICMR জনাইছে যে, ভাৰতত বৃহস্পতিবাৰে ক’ভিড ভাইৰাছৰ সংক্ৰমণৰ বাবে ৪,৭৩,৬৩৫টা নমুনা পৰীক্ষা কৰা হৈছে।

দেশত ক’ভিডত সংক্ৰমিত লোকৰ সংখ্যা বৰ্তমান ১৭,৮০১জন। বিগত ২৪ ঘণ্টাত ভাৰতত ক’ভিড ভেকচিনৰ ২২,৮০,৭৪৩টা পালি প্ৰদান কৰা হৈছে। ইয়াৰ লগতে দেশত বৰ্তমানলৈকে প্ৰদান কৰা ভেকচিনৰ ড’জৰ সংখ্যা ১,৮৮,৬৫,৪৬,৮৯৪টা। ক’ভিড সংক্ৰমণৰ নতুন ঘটনা আটাইতকৈ বেছি আহিছে ৰাজধানী দিল্লীত। দিল্লীত ধাৰাবাহিকভাৱে সপ্তম দিনা ১০০০ৰো অধিক লোক কোভিড ১৯ত আক্ৰান্ত হৈছে।

Previous Post

পুনৰ এনকাউন্টাৰ! কাছাৰত ডকাইতলৈ আৰক্ষীৰ গুলী

Next Post

কিমান টকা ব্যয়ৰে মোদী সভালৈ অনা হৈছিল লাখ লাখ মানুহ ?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কিমান টকা ব্যয়ৰে মোদী সভালৈ অনা হৈছিল লাখ লাখ মানুহ ?

কিমান টকা ব্যয়ৰে মোদী সভালৈ অনা হৈছিল লাখ লাখ মানুহ ?

মহানগৰীত প্ৰৱক্তাৰ প্ৰহাৰত শ্ৰৱণ শক্তি হেৰুৱালে ছাত্ৰই!

মহানগৰীত প্ৰৱক্তাৰ প্ৰহাৰত শ্ৰৱণ শক্তি হেৰুৱালে ছাত্ৰই!

খটখটীত ৫০ লাখ টকা মূল্যৰ হেৰʼইনসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰাজ্যত প্রায় ৫ কোটি টকাৰ ড্রাগছ জব্দ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8