মেষঃমেষ ৰাশিৰ আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যােগ। কোনো কাৰণত মানসিক কিছু অশান্তি হব পাৰো পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মত উন্নতিৰ য়ুগ। শিক্ষার্থী আৰু শিল্পীসকল শুভ। ৰাজনৈতিক আৰু সমাজকর্মী নতুন লাভজনক কামত লাগিব।
বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক। মনৰ কিছু অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষাত কিছু অশান্তি হ’ব। সাহিত্যিক, শিল্পীৰ শুভ সংযােগকাৰক হ’ব। ৰাজনীতিক, আৰু সমাজকৰ্মীৰ কৰ্মত উৎসাহ বৃদ্ধি হ’ব। প্রেম,আৰু পাৰিবাৰিক দিশত অলপ অশান্তি হ’ব। আর্থিক, বাণিজ্য আৰু কৰ্মত অলপ উন্নত’হ’ব।
মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ যদিও মনৰ কিছু অশান্তি থাকিব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত শুভ।আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতাে লাভৰ যােগ। বিদ্যার্থী, শিল্পী, সাহিত্যিকৰ অস্থিৰতা সত্ত্বেও নতুন উন্নত যােগাযােগ হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যােগ।
কৰ্কটঃ কৰ্কট ৰাশিৰ আজি শাৰীৰিক ৰোগ-ৰিষ্টৰ কাৰক যদিও শুভ হ’ব। মনৰ অশান্তি থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ। শিক্ষার্থী, শিল্পী, সাহিত্যিকৰ অস্বস্তি মাজতত আশাৰ যােগ। আর্থিক বাণিজ্য আৰু কৰ্মত অলপ শুভফল পাব। ৰাজনীতিক আৰু সমাজকর্মীৰ লাভ হ’ব।
সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক কিছু শুভ কাৰক। কোনাে কথাত মনৰ অশান্তি বৃদ্ধি হব পাৰে। শিক্ষার্থী, শিল্পীৰ মনত অশান্তি থাকিলেও কিছু সুফল লাভৰ যােগ। সমাজসেৱা, ৰাজনীতি আৰু সংবাদসেৱাত যুক্তসকলৰ কিছু অশান্তি থাকিব। কর্ম, বাণিজ্য আৰু আর্থিকত আংশিক লাভৰ যােগ।
কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক, মানসিক শুভ কাৰক যদিও হতাশা আহিব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কষ্টৰ যােগে লাভ হ’ব। শিক্ষার্থী, শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ যথেষ্ট কষ্টৰ মাজত কিছু সফলতা পাব। ৰাজনীতিকৰ চিন্তা বৃদ্ধিৰ যােগ।
তুলাঃ তুলা ৰাশিৰ আজিৰ দিনটো শৰীৰৰ কিছু অশান্তি থাকিব। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ। অলপ বিষাদৰাে যােগ আছে। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজেৰে নতুন কামত আগবাঢ়িব। ৰাজনীতিক, সমাজসেৱীৰ লাভৰ যােগ।
বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ উন্নতিৰ যােগ যদিও চঞ্চলতা বৃদ্ধিৰ যােগ। মন ভাগৰুৱা হ’ব পাৰে। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিৰাশাৰ মাজতাে নতুন পৰিকল্পনামতে আগবাঢ়িব। কর্ম, বাণিজ্য আৰু আর্থিক সামান্য লাভৰ যােগ। ৰাজনীতিক, সমাজকর্মীৰ অযথা ক্ষতি হ’ব।
ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শৰীৰৰ উন্নতি কাৰক যদিও দুপৰীয়াৰ পৰা দুৰ্বলতাৰ যােগ। মানসিক দিশত নিৰাশ হ’ব পাৰে। আর্থিক, কৰ্ম আৰু বাণিজ্যত লাভ কিছু কমকৈ পাব। প্রেম-পাৰিবাৰিক দিশত অশুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিৰাশাৰ মাজতে কিছু আশাব্যঞ্জক উৎসাহ বাঢ়িব।
মকৰঃ মকৰ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অশান্তিৰ যােগ। মনৰ সাহস অক্ষুন্ন থাকিব। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ মানসিক অশান্তি কাৰক। প্রেম-পাৰিবাৰিকত অশুভ কাৰক। যথেষ্ট কষ্টৰে আর্থিক ব্যৱসায় আৰু কর্মক্ষেত্ৰত লাভৱান হ’ব।
কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক দিশত শুভ কাৰক হ’ব। মনৰ অশান্তি থাকিব পাৰে। পৰিয়ালৰ অশান্তিৰ যােগ শিক্ষার্থী, সাহিত্যিক, শিল্পী, খেলুৱৈৰ নিৰাশাৰ মাজতো শুভ ফলৰ প্রচেষ্টা চলিব।ৰাজনীতিক আৰু সমাজকর্মীৰ অশান্তিৰ মাজেৰেও লাভৰ যােগ। কর্ম, বাণিজ্য আৰু আর্থিক অলপ উন্নতি কাৰক।
মীনঃ মীন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক আৰু মানসিক দিশত অশান্তি কমিব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ কাৰক।শিক্ষার্থী, সাহিত্যিক, শিল্পীসকলৰ হতাশাৰ মাজতাে উন্নতি কাৰক হ’ব। ৰাজনীতিক আৰু সমাজকর্মীৰ উন্নতিৰ যােগাযােগ।