• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো ?

নিউজ ডেস্ক by নিউজ ডেস্ক
April 25, 2022
in দৈনিক ৰাশিফল
1 min read
0
আজিৰ দিনটোৰ ৰাশিফল
Share on FacebookShare on Twitter

মেষ ৰাশি: মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, মনত সাহস বাঢ়িব, লগতে আজি আপোনাৰ শাৰিৰীক দিশতো শুভ হোৱাৰ যোগ দেখা যায়।
শুভ নম্বৰ :- ৪
শুভ ৰং :- ক’লা আৰু নীলা

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্ম কৌশল আয়ত্ব হব, কৰ্মক্ষেত্ৰত সফল হব যদিও আজি আপুনি ব্যৱসায়িক দিশত সজাগ হোৱাটো ভাল হব।
শুভ নম্বৰ :- ৮
শুভ ৰং :- ক’লা আৰু নীলা

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত বিবাদ নিস্পত্তি হব, মনত শান্তি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মৰ প্ৰতি আগ্ৰহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
শুভ নম্বৰ :- ৫
শুভ ৰং :- সেউজীয়া আৰু ৰত্ন

কৰ্কট ৰাশি : কৰ্কত ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, সঞ্চয় বৃদ্ধি হব, যদিও আজি আপুনি সজাগ নহলে আপোনাৰ পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
শুভ নম্বৰ :- ৭
শুভ ৰং :- মাখন আৰু বগা

সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত উন্নতি হব, লগতে আজি আপোনাৰ ঘৰত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
শুভ নম্বৰ :- 8
শুভ ৰং :- ক’লা আৰু নীলা

কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যথেষ্ট ভালেৰে পাৰ হব, লগতে আজি উকীল সকলৰ কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।
শুভ নম্বৰ :- ১
শুভ ৰং :- সুমথিৰা আৰু সোণালী
তুলা ৰাশি: তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সজাগ নহলে মিছা অপৱাদ পাব পাৰে, লগতে আজি আপোনাৰ সামান্য ধনৰ নাটনি হোৱাৰ যোগ দেখা যায়।
শুভ নম্বৰ :- ৪
শুভ ৰং :- মটীয়া আৰু ছাই ৰং

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত মনত শুভ বুদ্ধিৰ উদয় হব, সন্মান বাঢ়িব,যদিও সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগা দেখা যায়।
শুভ নম্বৰ :- ২
শুভ ৰং :- ৰূপালী আৰু বগা

ধনু ৰাশি : ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব, মনৰ আশা পুৰণ হব,লগতে আজি আপোনাৰ আত্মীয়ৰ আগমন হোৱাৰ যোগ দেখা যায়।
শুভ নম্বৰ :- ১
শুভ ৰং :- সুমথিৰা আৰু সোণালী

মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত ক্ষেত্রত যশস্যা লাভ বাঢ়িব, মনত আনন্দ বাঢ়িব, যদিও আপুনি সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
শুভ নম্বৰ :- ২
শুভ ৰং :- বগা

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোত কৰ্মত উন্নতি হব, কৰ্মত নতুনকৈ যোগাযোগৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হব।

শুভ নম্বৰ :- ৩
শুভ ৰং :- হালধীয়া

মীন ৰাশি : মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ হব, কৰ্মক্ষেত্ৰত বাধাবোৰ আতৰিব যদিও আজি আপুনি সজাগ হনলে মনত সামান্য হতাশাৰ ভাল বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
শুভ নম্বৰ :- ৬
শুভ ৰং :- ৰঙা আৰু নীলা

Previous Post

কিয় প্ৰতিবাদত নামিল সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী ?

Next Post

যোৰহাটত ভয়ঙ্কৰ দুৰ্ঘটনাত পতিত বিলাসী বাহন

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 27, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 26, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 23, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 21, 2023
Next Post
যোৰহাটত ভয়ঙ্কৰ দুৰ্ঘটনাত পতিত বিলাসী বাহন

যোৰহাটত ভয়ঙ্কৰ দুৰ্ঘটনাত পতিত বিলাসী বাহন

SI পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল কৰা যুৱকক আটক

SI পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল কৰা যুৱকক আটক

কংগ্ৰেছ দল এতিয়াও শেষ হৈ যোৱা নাই : গৌৰৱ গগৈ

কংগ্ৰেছ দল এতিয়াও শেষ হৈ যোৱা নাই : গৌৰৱ গগৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8