• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
October 17, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষ ৰাশি : – মেষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃষ ৰাশি : – বৃষ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ কৰিব, কৰ্মত নতুনকৈ যোগাযোগ হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি :– মিথুন ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্মতক্ষেত্তত আত্মীয়ৰ সহায় সহযোগিতা লাভ হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি : – কৰ্কত ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্মৰ ক্ষেত্রত আনৰ সহায় সহযোগিতা লাভ হব, যদিও আপুনি সজাগ নহলে আৰ্থিক দিশত সামান্য কষ্ট পাৱ পাৰে লগতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

সিংহ ৰাশি :- সিংহ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্মত যশস্যা লাভ কৰিব, প্ৰেম আৰু কৰ্মত শুভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি: – কন্যা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত শিল্পী সকলৰ শুভ হব, আৰ্থিক দিশত শুভ হব, লগতে ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি : – তুলা ৰাশিৰ জাতক জাতিকা সকলে আজিৰ দিনটোত উত্তম বস্ত্ৰ লাভ হব, সুখ বৃদ্ধি হব, লগতে ধন আগমন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি : – বৃশ্চিক ৰাশি জাতক জাতিকাৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, কৰ্মতক্ষেত্ৰত যশস্যা লাভ হব, লগতে কৰ্ম ব্যস্ততা বৃদ্ধি হোৱাৰ যোগা দেখা যায়।

ধনু ৰাশি : – ধনু ৰাশিৰ জাতক জাতিকাৰ আজিৰ মনত দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি আজি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

মকৰ ৰাশি : – মকৰ ৰাশি জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্মত সফল হব, প্ৰেম আৰু কৰ্মত শুভ হব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।

কুম্ভ ৰাশি : – কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত মনত।সামান্য চিন্তা আৰু হতাশাৰ ভাৱ বাঢ়িব পাৰে, লগতে সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি- :- মীন ৰাশি জাতক জাতিকাৰ আজিৰ দিনটোত ভ্ৰমনত শুভ হব, মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

AICC সভাপতি পদৰ নিৰ্বাচনী বতাহ

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 27, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 26, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 23, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 21, 2023
Next Post

AICC সভাপতি পদৰ নিৰ্বাচনী বতাহ

ৰাস মহোৎসৱৰ লাইখুটা স্থাপন

ৰাস মহোৎসৱৰ লাইখুটা স্থাপন

অসমৰ নিবনুৱাসকলৰ বাবে সুখবৰ

অসমৰ নিবনুৱাসকলৰ বাবে সুখবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8