• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
October 21, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ আজিৰ দিনটোত শৰীৰ সামান্য ভাৱে অসুস্থ হ’ব পাৰে। মনত দুখ অশান্তি হ’ব পাৰে। প্রেম-পাৰিবাৰিক দিশত অশান্তি থাকিব। শিক্ষার্থী সাহিত্যিক, শিল্পীৰ উৎসাহ বৃদ্ধি পাব পাৰে। ৰাজনীতি, সংবাদ আৰু সমাজকৰ্মীৰ মনৰ উৎসাহ বাঢ়িব। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত শুভ কৰিব। সংখ্যাতত্ত্বৰ মতে শান্তি কাৰক।

বৃষঃ বৃষ ৰাশিসকলৰ আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক যদিও মানসিক অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত আনন্দ লাভৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ব্যস্ততা বৃদ্ধি পাব। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ উন্নতি কাৰক। বাণিজ্য আৰু কৰ্মত কিছু লাভৱান হ’ব। আর্থিকত নাটনি থাকিব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

মিথুনঃ মিথুন ৰাশিসকলৰ আজিৰ দিনটোত শৰীৰ সুস্থ থাকিব। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত সুখ-শান্তি থাকিব। বিদ্যার্থী, শিল্পী-সাহিত্যিকৰ সু-খবৰ লাভ আৰু উন্নতি কাৰক। ৰাজনীতিক, সমাজকর্মী আৰু সংবাদকর্মীৰ অস্থিৰতা বৃদ্ধি পাব। কর্ম, আর্থিক আৰু বাণিজ্যত কিছু উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে শান্তি কাৰক।

কৰ্কটঃ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত সম্পূৰ্ণ শাৰীৰিক সুস্থতা নাথাকিব পাৰে। মানসিক, প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত অলপ অশান্তি থাকিব। শিক্ষার্থী, শিল্পী, সাহিত্যিকৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনৈতিক নেতা আৰু সমাজকৰ্মীৰ ব্যস্ততা বাঢ়িব। আর্থিক, বাণিজ্য আৰু কৰ্মত লাভৱান হ’ব। সংখ্যাতত্ত্বৰ শুভাশুভ মিশ্রিত।

সিংহঃ সিংহ ৰাশিৰ আজিৰ শৰীৰৰ অসুস্থতাৰ যোগ। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থী আৰু শিল্পীৰ উন্নতিৰ যোগ। সাহিত্য সংস্কৃতিত যুক্তসকলৰ পেছাদাৰী দিশত শুভ। সংবাদসেৱা, সমাজকৰ্ম আৰু ৰাজনীতিত জড়িত ব্যক্তিৰ উন্নতিৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মত শুভ। সংখ্যাতত্ত্বৰ মতে অতি শুভ কাৰক।

কন্যাঃ কন্যা ৰাশিৰ আজিৰ শৰীৰৰ অশান্তি বৃদ্ধিৰ যোগ। মনৰ হতাশা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষার্থী, শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিকৰ সফলতাৰ যোগ। আৰ্থিক আৰু কৰ্মক্ষেত্ৰত অশুভ কাৰক। সংখ্যাতত্ত্বৰ মতে উন্নতি কাৰক।

তুলাঃ তুলা ৰাশিৰ আজিৰ শৰীৰৰ অসুস্থতাৰ যোগ। মনৰ উৎসাহ হ্রাস পাব। প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত কিছু শুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিজৰ কাম-কাজত উন্নতি সাধন হ’ব। ৰাজনীতি, সমাজসেৱাৰ লগত জড়িতসকল অশান্তি হ’ব পাৰে। কৰ্ম আৰু বাণিজ্যত লাভৱান হ’ব। আর্থিকত বাধা থাকিব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ শৰীৰ সুস্থ থাকিব। অলপ মানসিক অশান্তি হ’ব৷ প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত অশুভ। শিক্ষার্থী, সাহিত্যিক আৰু শিল্পীৰ উন্নতি কাৰক যোগ। ৰাজনীতি আৰু সমাজকৰ্মৰ লগত জড়িতসকল লাভৱান হ’ব। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত উন্নতিত কিছু বাধা হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ।

ধনুঃ ধনু ৰাশিৰ আজিৰ শৰীৰৰ সুস্থতাৰ কাৰক। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষা, সাহিত্য, সংস্কৃতিৰে জড়িত লোকৰ উৎসাহ বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ মানসিক অস্থিৰতাৰ যোগ, আৰ্থিক, কৰ্ম আৰু বাণিজ্যত লাভ বৃদ্ধি পাব। সংখ্যাতত্ত্বৰ মতে মধ্যমীয়া কাৰক।

মকৰঃ মকৰ ৰাশিৰ আজিৰ শৰীৰৰ অসুস্থতাৰ যোগ। মনৰ অসন্তুষ্টি বৃদ্ধি হ’ব পাৰে। প্ৰেম-পাৰিবাৰিকত মধ্যমীয়া। শিক্ষা, সাহিত্য, সংস্কৃতিৰে জড়িতসকলৰ কিছু শুভ হ’ব। আর্থিক, ব্যৱসায় আৰু কৰ্মত কিছু লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে অতি অশান্তি কাৰক।

কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ শৰীৰৰ সুস্থতাৰ যোগ। মানসিক আৰু ঘৰুৱা দিশত অশুভ কাৰক। প্ৰেমত কিছু শুভ। শিক্ষা, সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ সুখবৰে মন উৎসাহিত কৰিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎসাহ বাঢ়িব। কর্ম, বাণিজ্য আৰু আৰ্থিকত শুভ কাৰক। সংখ্যাতত্ত্বমতে অশান্তি কাৰক।

মীনঃ মীন ৰাশিৰ আজিৰ শাৰীৰিক ক্ষেত্ৰত মধ্যমীয়া। মনৰ সুখ-শান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পীসকলৰ মনৰ অসন্তুষ্টি বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আর্থিক দিশত উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

Previous Post

পুনৰ টোলগেট

Next Post

বনবিভাগৰ অভিযানত চোৰাং কাঠসহ ডি আই জব্দ

Related Posts

এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 24, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 23, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 21, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 20, 2023
Daily Horoscope
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 19, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 18, 2023
Next Post
বনবিভাগৰ অভিযানত চোৰাং কাঠসহ ডি আই জব্দ

বনবিভাগৰ অভিযানত চোৰাং কাঠসহ ডি আই জব্দ

মাত্ৰ ৪৫ দিন! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে কৰিলে পদত্যাগ

মাত্ৰ ৪৫ দিন! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছে কৰিলে পদত্যাগ

২০৩০ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে প্ৰায় ৭৫ মিলিয়ন মেট্ৰিক্টন ই-আৱৰ্জনা জমা হব: জৰ্জ ছেৰিয়ান

২০৩০ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে প্ৰায় ৭৫ মিলিয়ন মেট্ৰিক্টন ই-আৱৰ্জনা জমা হব: জৰ্জ ছেৰিয়ান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8