• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
October 26, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ বাবে আজিৰ দিনটোত শৰীৰ সুস্থ থাকিব। পৰিয়ালত কিছু খেলিমেলি থাকিব। প্রেম-প্রীতিত মধ্যমীয়া। শিক্ষাৰ্থীৰ অধ্যয়নৰ প্রতি আগ্রহ হ’ব। ৰাজনৈতিক আৰু সামাজিক কৰ্মত থকা ব্যক্তিৰ চিন্তা বৃদ্ধি হ’ব। কর্ম, বাণিজ্য আৰু আর্থিক দিশত কিছু লাভৱান হ’ব।

বৃষঃ বৃষ ৰাশিৰ বাবে দিনটো শাৰীৰিক অসুস্থতাৰ কাৰক। পৰিয়ালকেন্দ্রিক মানসিক অশান্তি বৃদ্ধি হ’ব পাৰে। প্রেম-প্রীতিত অশান্তি হ’ব। শিক্ষার্থীৰ মনৰ উৎসাহ বৃদ্ধি পাব। সাহিত্যিক, শিল্পীৰ আত্মসন্তুষ্টিৰ যোগ। কর্ম, আর্থিক আৰু ব্যৱসায়ত সামান্য লাভ হ’ব। 

মিথুনঃ মিথুন ৰাশিৰ বাবে দিনটো শাৰীৰিক শুভ যদিও সামান্য মানসিক অশান্তি হ’ব পাৰে। প্রেম-প্রীতি আৰু ঘৰুৱা দিশত শুভ। বিদ্যার্থীৰ অধ্যয়নকেন্দ্রিক চিন্তা বাঢ়িব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ উন্নতিকাৰক যোগাযোগ হ’ব। ৰাজনীতিকৰ অশান্তিৰ মাজতে লাভৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু উন্নত হ’ব। 

কর্কটঃ কর্কট ৰাশিৰ বাবে দিনটো শৰীৰৰ সুস্থতাৰ যোগ। মানসিক আৰু পাৰিবাৰিক দিশত কিছু সুখ-শান্তি থাকিব। প্ৰেমত শুভ কাৰক। বিদ্যাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ কাৰক। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ সফলতা লাভৰ যোগ। ৰাজনীতিকৰ পৰিভ্ৰমণৰ যোগ। কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ কাৰক হ’ব। 

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। বন্ধু আৰু পৰিয়ালৰ লগত মতানৈক্য হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত কিছু অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ মনৰ সন্তুষ্টি লাভৰ যোগ। সাহিত্যিক, শিল্পী, ক্রীড়াবিদৰ মনত নতুন উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকর্মীৰো চিন্তা বাঢ়িব। কর্ম, বাণিজ্য আৰু আর্থিক ক্ষেত্রত শুভ কাৰক হ’ব। 

কন্যাঃ কন্যা ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক হ’ব যদিও পাৰিবাৰিক ক্ষেত্ৰত মনৰ অশান্তি হ’ব পাৰে। প্রেম-প্রীতিত অশান্তি থাকিব। বিদ্যার্থীৰ মনৰ উৎসাহ হ্রাস পাব পাৰে। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ বাবে দিনটোত নতুন উন্নতি কাৰক যোগাযোগ হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ। আর্থিক আৰু কর্মক্ষেত্ৰত পৰিশ্ৰম বৃদ্ধি হ’ব। 

তুলাঃ তুলা ৰাশিৰ বাবে দিনটো শৰীৰৰ অশান্তি কাৰক যদিও মানসিক দিশত শুভ প্রভাব পৰিব। প্ৰেম আৰু সাংসাৰিক ক্ষেত্ৰত শুভাশুভ মধ্যম। শিক্ষার্থীৰ আশানুৰূপ সফলতাত বাধা হ’ব। সাহিত্য, ক্রীড়া সংস্কৃতিৰ লগত যুক্তসকলৰ উন্নয়নত বাধকতাৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মত মধ্যম উন্নতি। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মিশ্ৰিত কাৰক।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে দিনটো শৰীৰ অলপ অসুস্থ হ’ব। পেটৰ ৰোগ হ’ব পাৰে। পৰিয়ালৰ বাবে মনৰ অশান্তি বাঢ়িব পাৰে। প্রেম-প্রীতিত কিছু অশান্তিৰ যোগ। শিক্ষাৰ্থীৰ অধ্যয়ন স্পৃহা বৃদ্ধিৰ যোগ। শিল্প, সাহিত্য-সংস্কৃতি আৰু সমাজকৰ্মৰ লগত যুক্তসকলৰ কিছু লাভৰ যোগ। ৰাজনীতিক আৰু সংবাদকর্মীৰ মধ্যমীয়া। কর্ম, বাণিজ্য আৰু আৰ্থিকত শুভ। 

ধনুঃ ধনু ৰাশিৰ বাবে দিনটো শৰীৰৰ সু-স্বাস্থ্যৰ যোগ। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্ৰেম, সাংসাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উন্নতিমূলক। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িত লোকে উন্নতিৰ ক্ষেত্ৰত সুযোগ-সুবিধা পাব। ৰাজনৈতিক ব্যক্তি চিন্তান্বিত হ’ব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু সুফল লাভ হ’ব। 

মকৰঃ মকৰ ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মিশ্রিত কাৰক হ’ব। মনৰো অশান্তি হ’ব পাৰে। প্ৰেম আৰু সাংসাৰিক দিশত মধ্যমীয়া হ’ব। শিক্ষার্থীৰ অধ্যয়নৰ প্ৰতি ধাউতি বাঢ়িব। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ অস্থিৰতাৰ মাজতো সফলতা লাভৰ যোগ। ৰাজনীতিকৰ লাভৰ কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত শুভ কাৰক।

কুম্ভঃ কুম্ভ ৰাশিৰ বাবে দিনটো শৰীৰৰ অশান্তি হ’ব পাৰে। মানসিক অশান্তিও ভোগ কৰিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ মনৰ সন্দেহ বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ নিৰাশাৰ মাজতো উন্নতিৰ যোগ। ৰাজনীতিকৰ শুভ কাৰক। আৰ্থিকত অভাৱ থাকিব যদিও বাণিজ্য আৰু কৰ্মত কিছু উন্নতি হ’ব।

মীনঃ মীন ৰাশিৰ বাবে দিনটো শৰীৰৰ অলপ অশান্তি হ’ব পাৰে। মানসিক ক্ষেত্ৰত শুভ। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ মনৰ সন্তুষ্টি লাভৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ কর্মত ব্যস্ততা বৃদ্ধি পাব, মনত নতুন আশাৰ যোগ। ৰাজনৈতিক ব্যক্তিৰ সফলতাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আর্থিক দিশত কিছু লাভ পাব। 

Previous Post

নাহৰলগুন থানাৰ সন্মুখত ভয়াৱহ অগ্নিকাণ্ড

Next Post

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া ভাষাৰ বাতৰি বন্ধ কৰাকলৈ আছুৰ প্ৰতিবাদ!

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

October 3, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাাশিফল

October 2, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

October 1, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 30, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 29, 2023
এপ্ৰিল মাহত আপোনাৰ ৰাশিলৈ কি পৰিৱৰ্তন আহিব….জানিবলৈ পঢ়ক
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

September 28, 2023
Next Post
আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া ভাষাৰ বাতৰি বন্ধ কৰাকলৈ আছুৰ প্ৰতিবাদ!

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া ভাষাৰ বাতৰি বন্ধ কৰাকলৈ আছুৰ প্ৰতিবাদ!

মুখ্যমন্ত্ৰীৰ পৰিয়াল ক’ভিড সামগ্রী যোগানৰ লগত জড়িত নহয়ঃ পীয়ুষ হাজৰিকা

মিঞা মিউজিয়ামত সংৰক্ষণ কৰা জাকৈ, খালৈ, চাবৰেঙ আদি অসমীয়াৰ সম্পদ!

ডিব্ৰুগড় জিলাৰ খহনীয়া আক্ৰান্ত অঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰুগড় জিলাৰ খহনীয়া আক্ৰান্ত অঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8