• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
October 27, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ভাৱে শুভ। প্ৰেম-পাৰিবাৰিক দিশত মধ্যমীয়া কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ চিন্তা বাঢ়িব। সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজতো কিছু লাভ হ’ব পাৰে। বাণিজ্য , কৰ্ম আৰু আৰ্থিকত সামান্য লাভ হ’ব । ৰাজনীতি আৰু সমাজকৰ্মীৰ মনৰ অশান্তি বাঢ়িব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভ কাৰক হ’ব।

বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক অশান্তিৰ কাৰক। মানসিক অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত শান্তিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ লাভৰ যোগ। শিক্ষাৰ্থীৰ চিন্তা-ভাবনা বাঢ়িব। সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজতো কিছু পৰিমাণে শুভ কাৰক হ’ব। বাণিজ্য আৰু কৰ্মত অলপ লাভৱান হ’ব। আৰ্থিকত শুভ কাৰক। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো অতি শুভ কাৰক হ’ব।

মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সামান্য ৰোগৰ যোগ। কৰ্ম, আৰ্থিক আৰু বাণিজ্যত উন্নতিত বাধাৰ মাজাতো কিছু লাভৱান হ’ব। বিদ্যাৰ্থীৰ প্ৰগতিৰ বাধকতাৰ যোগ। শিল্পী, সাহিত্যিকৰ নিৰাশাৰ মাজতো কিছু শুভকাৰক হ’ব। ৰাজনীতিক, সমাজকৰ্মী আৰু সংবাদকৰ্মীৰ ব্যস্ততা সত্ত্বেও অশান্তি থাকিব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মাধ্যম কাৰক হ’ব।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ভাৱে কিছু অসুস্থতাৰ যোগ। শিক্ষাৰ্থীৰ নিজৰ ভৱিষ্যতৰ কাৰণে চিন্তা বৃদ্ধিৰ যোগ। মাজনিশাৰ পৰা শুভ কাৰক। শিল্পী, সাহিত্যিকৰ আৰ্থিক সমস্যা আৰু চিন্তাৰ মাজতো উৎসাহ বৃদ্ধিৰ যোগ। প্ৰেম আৰু পাৰিবাৰিকত সন্দেহ থাকিব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতো কিছু লাভ হ’ব। ৰাজনৈতিক নেতা আৰু সমাজকৰ্মীৰ সফলতা বাঢ়িব। 

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটোত শৰীৰ আৰু মন ভালি থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত মধ্যমীয়া। শিক্ষাৰ্থী আৰু শিল্পীৰ অশান্তিৰ মাজতো সামান্য লাভৰ যোগ। সাহিত্য-সংস্কৃতিত যুক্তসকলৰো অশান্তি, কষ্ট সত্ত্বেও লাভজনক হ’ব। সংবাদসেৱা , সংমাজকৰ্ম আৰু ৰাজনীতিত জড়িত ব্যক্তিৰ শুভ কাৰক। 

কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ কাৰক ।  আৰ্থিক আৰু কৰ্মক্ষেত্ৰত কিছু শুভ । শিক্ষাৰ্থীৰ সামান্য উন্নতি সাধন হ’ব। শিল্পী, সাহিত্যিক আৰু সংবাদকৰ্মীৰ কিছু পৰিমাণে উৎসাহ বৃদ্ধি পাব। ৰাজনীতিকৰ সফলতাৰ যোগ। প্ৰেম-প্ৰীতি আৰু আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো শুভাশুভ মধ্যম কাৰক হ’ব।

তুলাঃ তুলা ৰাশিৰ আজি ১২ বজাৰ পিচৰ পৰা শৰীৰৰ শুভ হ’ব পাৰে। মনৰ উৎসাহ হ্ৰাস পাব। প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ যোগাযোগত বাধা। সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজতো উন্নতিমূলক কাম-কাজত জড়িত হ’ব। ৰাজনীতি, সমাজসেৱাৰ লগত জড়িতসকলৰ আশানুৰূপ সফলতা লাভ। 

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ কাৰক। মানসিক ক্ষেত্ৰত উৎসাহিত হ’ব। প্ৰেম-প্ৰীতি, সাংসৰিকত অশুভ। শিক্ষাৰ্থীৰ উচ্চবিদ্যাৰ নামত অশান্তি বাঢ়িব। সাহিত্যিক আৰু শিল্পীৰ অশান্তিৰ মাজতো উন্নতি কাৰক। ৰাজনীতি আৰু সমাজকৰ্মৰ লগত জড়িতসকল লাভৱান হ’ব। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত বাধা সত্ত্বেও কিছু লাভাৱান্বিত হ’ব। 

ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শৰীৰৰ বাবে যথেষ্ট শুভ কাৰক যদিও মাজনিশাৰ পৰা কিছু অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব। সাহিত্য, সংস্কৃতিৰে জড়িত লোকৰ অশান্তিৰ মাজতো উৎসাহ বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অস্থিৰতাৰ যোগ। আৰ্থিক, কৰ্ম আৰু বাণিজ্যত অশান্তি হ’ব পাৰে। 

মকৰঃ মকৰ ৰাশিৰ আজি শৰীৰৰ শুভকাৰক । মনৰ দুশ্চিন্তা কিছু হ’ব পাৰে। প্ৰেম-পাৰিবাৰিকত কিছু শুভ কাৰক। শিক্ষা, সাহিত্য, সংস্কৃতিৰে জড়িতসকলে হতাশাত ভোগাৰ যোগ। আৰ্থিক, ব্যৱসায় আৰু কৰ্মত বাধা সত্ত্বেও লাভৱান হ’ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা দিনটো মধ্যমীয়া হ’ব।

কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ কিছু শুভ কাৰক যদিও নিশালৈ অশান্তিৰ যোগ। মানসিক অশান্তিও বৃদ্ধিহ’ব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ নতুন আশাৰ যোগ। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ নিৰাশাৰ মাজতো কিছু উৎসাহিত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎসাহ বাঢ়িব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু শুভ কাৰক হ’ব।

মীনঃ মীন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুখ-শান্তিত থাকিব যদিও সন্ধিয়াৰ পৰা সুখ-শান্তিত কিছু বাধা হ’ব পাৰে। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত দুশ্চিন্তা থাকিব। শিক্ষাৰ্থীৰ নতুন পৰিকল্পনাত খেলিমেলি হ’ব পাৰে। সাহিত্যিক, শিল্পীসকলৰ মনৰ অশান্তিৰ মাজতো উৎ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অশান্তি লাভৰ যোগ। প্ৰেম-পাৰিবাৰিক দিশত শুভ। 

Previous Post

‘লেটচ গেট ইনক্ল’ড 1.0’

Next Post

মহানগৰীত বালি কঢ়িওৱা গাড়ীৰ দৌৰাত্ম্য

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 27, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 26, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 24, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 23, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

January 21, 2023
Next Post
গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

মহানগৰীত বালি কঢ়িওৱা গাড়ীৰ দৌৰাত্ম্য

৩ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ

যোৰাবাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

ICU ত চিকিৎসাধানী অভিনেতা নিপন গোস্বামী

অসমীয়া ছবিজগতৰ পিতৃস্বৰূপ নিপন গোস্বামী আৰু নাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8