• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
October 30, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শৰীৰৰ শুভ কাৰক যদিও আবেলি তিনি বজাৰ পিচত অসুস্থতাৰ যোগ দেখা যায়। আবেলিৰ পৰা মানসিক অশান্তিও বৃদ্ধি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু সাংসৰিকত মধ্যমীয়া হ’ব। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎসুকতা বৃদ্ধিৰ যোগ। সাহিত্য-সংস্কৃতি, ক্ৰীড়াৰ স’তে জড়িত লোকৰ উন্নয়নৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰ বিশেষ উন্নতি হ’ব।

বৃষঃ বৃষ ৰাশিৰ বাবে দিনটো শাৰীৰিক সুস্থতাৰ কাৰক। আবেলিলৈ অধিক শুভ কাৰক হ’ব। আগবেলাটো মনত অশান্তি থাকিব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি আৰু সন্দেহ বৃদ্ধিৰ যোগ। সাহিত্যিক , সমাজকৰ্মী আৰু সংবাদকৰ্মীয়ে কিছু সুফল পাব। আৰ্থিক, কৰ্ম, আৰু বাণিজ্যত লাভজনক হ’ব।

মিথুনঃ মিথুন ৰাশিৰ বাবে দিনটো শাৰীৰিক দিশত মধ্যমীয়া কাৰক। আবেলিৰ পৰা দেহ আৰু মনৰ অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চিন্তা বৃদ্ধিৰ যোগ। সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰো নিৰাশা থাকিব। ৰাজনীতিক, সমাজকৰ্মী আৰু সংবাদকৰ্মীৰ শুভ কাৰক। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত উন্নতি কাৰক।

কৰ্কটঃ কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। আবেলিৰ পৰা মনৰো হতাশা বাঢ়িব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত অশান্তি থাকিব। শিক্ষাৰ্থীৰ মনৰ উৎকণ্ঠা বাঢ়িব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াত জড়িতসকলে আৰ্থিক লাভৱান হ’ব পাৰে। ৰাজনীতি আৰু সমাজসেৱাত জড়িত লোকৰ আবেলিলৈ অশান্তি বৃদ্ধি হ’ব পাৰে। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত শুভ কাৰক।

সিংহঃ সিংহ ৰাশিৰ বাবে আজিৰ দিনটোৰ আগবেলাটো শৰীৰৰ আৰু মনৰো অশান্তি হ’ব পাৰে। আবেলিলৈ কিছু শুভ কাৰক হ’ব। প্ৰেম আৰু পাৰিবাৰিক দিশত মধ্যম। শিক্ষাৰ্থীৰ মনৰ অস্থিৰতা বাঢ়িব। ক্ৰীড়া, সাহিত্য, সংস্কৃতিত যুক্তসকলৰ কিছু সফলতাৰ যোগ। সমাজকৰ্মী আৰু ৰাজনীতিকৰ লাভৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভ কিছু বাঢ়িব।

কন্যাঃ কন্যা ৰাশিৰ বাবে আজিৰ দিনটোৰ আবেলিৰ পৰা শৰীৰ অশান্তি কাৰক হ’ব। মানসিক ক্ষেত্ৰত শুভ। প্ৰেম-প্ৰীতি আৰু সাংসৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ মানসিক অস্থিৰতা বৃদ্ধি পাব। সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ উন্নতিমূলক হ’ব। আৰ্থিক, বাণিজ্য আৰু কৰ্মত উন্নতি হ’ব।

তুলাঃ তুলা ৰাশিৰ বাবে আজিৰ দিনটোৰ আগবেলাটো শাৰীৰিক শুভ কাৰক হ’ব যদিও আবেলিৰ পৰা অশুভ কাৰক। মনৰ অশান্তি থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত সুখ-শান্তিত বাধা হ’ব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত উন্নতি সাধন হ’ব। শিল্পী, সাহিত্যিক , ক্ৰীড়াবিদ, সংবাদকৰ্মীৰ উন্নতিৰ কাৰক যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মত সামান্য লাভৱান হ’ব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটোৰ আগবেলাটো শৰীৰৰ অশুভ কাৰক যদিও আবেলিলৈ শুভ কাৰক। মানসিক ক্ষেত্ৰত শুভ কাৰক। প্ৰেম-প্ৰীতি আৰু সাংসৰিকত শান্তি থাকিব। শিল্পী, সাহিত্যিক, শিক্ষাৰ্থীৰ মানসিক চিন্তা বৃদ্ধি পাব যদিও উন্নতিৰ যোগ। সাংবাদিক আৰু সমাজকৰ্মত যুক্তসকলৰ কষ্টৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু শুভ ফল পাব।

ধনুঃ ধনু ৰাশিৰ বাবে আগবেলাটো শাৰীৰিকভাৱে শুভ কাৰক যদিও আবেলিলৈ অলপ অশান্তিৰ যোগ। কোনো কাৰণত মানসিক অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থী, শিল্পীৰ মনৰ দুশ্চিন্তা আৰু অশান্তি বৃদ্ধিৰ যোগ। ৰাজনীতিকৰ সন্মান লাভৰ কাৰক। বুদ্ধিজীৱী, সমাজকৰ্মীৰ সুফলদায়ক। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু উন্নতি হ’ব।

মকৰঃ মকৰ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অশুভ কাৰক যদিও আবেলিলৈ কিছু শুভ হ’ব। মনৰ অশান্তিৰ যোগ। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব। সাহিত্য-সংস্কৃতিত যুক্তসকলৰ অশান্তি আৰু সফলতা লাভত বাধা হ’ব। কৰ্মক্ষেত্ৰ, বাণিজ্য আৰু আৰ্থিক দিশত লাভৱান হ’ব।

কুম্ভঃ কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো শৰীৰৰ ক্ষেত্ৰত শুভ কাৰক। আবেলিৰ পৰা মনৰ অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ মনৰ উৎকণ্ঠা বাঢ়িব। সাহিত্য-সংস্কৃতি, ক্ৰীড়াৰ লগত জড়িতসকলৰো উন্নতিৰ যোগ। কৰ্মক্ষেত্ৰ, বাণিজ্য আৰু আৰ্থিকত কিছু লাভদায়ক হ’ব।

মীনঃ মীন ৰাশিসকলৰৰ বাবে আজিৰ দিনটোৰ আগবেলাটো শৰীৰৰ অশুভ কাৰক হ’ব যদিও আবেলিলৈ যথেষ্ট শুভ কাৰক হ’ব। মনৰ দুশ্চিন্তা থাকিব। শিক্ষাৰ্থী আৰু শিল্পীৰ মনত সংশয় আৰু অশান্তিৰ যোগ। সাহিত্য-সংস্কৃতি আৰু ক্ৰীড়াৰে যুক্ত লোকৰ সামান্য উন্নতি কাৰক যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু উন্নতি হ’ব পাৰে।

Previous Post

উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কে কে শৰ্মাৰ বাসগৃহত উদ্ধাৰ লাখ লাখ টকা

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 10, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 9, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 8, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 7, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

CAA সন্দৰ্ভত আজি শুনানি উচ্চতম ন্যায়ালয়ত!

CAA সন্দৰ্ভত আজি শুনানি উচ্চতম ন্যায়ালয়ত!

গুজৰাটৰ দুৰ্ঘটনা সন্দৰ্ভত বিজেপিক কঠোৰ সমালোচনা বিৰোধী দলৰ

গুজৰাটৰ দুৰ্ঘটনা সন্দৰ্ভত বিজেপিক কঠোৰ সমালোচনা বিৰোধী দলৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8