• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
November 1, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক হ’ব। মনৰ অশান্তিও কিছু হ্রাস পাব। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ শুভফল লাভ। শিল্পী, সাহিত্যিকৰ উন্নতি কাৰক শুভ সংযোগ হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ কৰ্মত উৎসাহ বৃদ্ধি হ’ব। বাণিজ্য, কৰ্ম আৰু আৰ্থিক দিশত সামান্য লাভবান হ’ব। 

বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক দিশত শুভাশুভ মিশ্ৰিত কাৰক। মনৰ অশান্তি আৰু হতাশা বাঢ়িব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত অশাস্তি থাকিব। শিক্ষার্থীৰ নতুন পৰিকল্পনা বাস্তৱায়িত হোৱাৰ যোগ। সাহিত্যিক, শিল্পীৰ মনৰ উৎসাহ বৃদ্ধিৰ যোগ। কর্ম, আর্থিক আৰু ব্যবসায় বাণিজ্যত অলপ লাভৱান হ’ব পাৰিব। 

মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটোত শৰীৰত জলজ আৰু বিষজ ৰোগ হ’ব পাৰে। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত শুভ কাৰক। শিক্ষার্থীর অধ্যয়নৰ ক্ষেত্ৰত চিন্তা হ’ব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ পেছাদাৰী মনোভাব বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা কাৰক। আৰ্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি হ’ব। আজিৰে পৰা গুৰু নৱমত অতি শুভ আৰু উন্নতি কাৰক হ’ব।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অসুস্থতাৰ কাৰক হ’ব। মানসিক, পাৰিবাৰিক ক্ষেত্ৰত অশান্তি আৰু প্ৰেমত খেলিমেলি হ’ব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত কিছু শুভ কাৰক। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ কষ্টৰ মাজেৰে সফলতাৰ মুখ দেখিব। ৰাজনীতিকৰ দুশ্চিন্তা হ’ব পাৰে। আৰ্থিক, কর্মক্ষেত্ৰ আৰু বাণিজ্যত কিছু শুভ কাৰক হ’ব। 

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অশান্তি কাৰক যদিও মানসিক দিশত শুভ কাৰক। প্ৰেম-প্রীতি আৰু সাংসাৰিক দিশত শুভ কাৰক হ’ব। শিক্ষাৰ্থীৰ আত্মসন্তুষ্টি লাভৰ যোগ। সাহিত্যিক, শিল্পীৰ মনৰ অশান্তিৰ মাজতো আর্থিক উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অস্থিৰতা দেখা যায়। কর্ম, বাণিজ্য আৰু আৰ্থিক ক্ষেত্ৰত কিছু লাভৱান হ’ব। 

কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক শুভ যদিও চকুৰ ৰোগ হ’ব পাৰে। মানসিক, পাৰিবাৰিক আৰু প্ৰেম-প্রীতিত শুভ কাৰক। শিক্ষার্থীয়ে উচ্চ শিক্ষাত সুনাম অর্জন কৰিব পাৰে। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ বাবে দিনটো ব্যস্ততা বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ দুশ্চিন্তা বাঢ়িব। বাণিজ্য, আর্থিক আৰু কৰ্মক্ষেত্ৰত মধ্যমীয়া হ’ব। 

তুলাঃ তুলা ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ কাৰক যদিও ৰক্তচাপ আৰু চৰ্মৰ ৰোগীয়ে সাবধানে চলা ভাল। মানসিক, পাৰিবাৰিক আৰু প্ৰেম প্রীতিত মধ্যমীয়া হ’ব। বিদ্যাৰ্থীৰ পৰীক্ষাৰ প্ৰস্তুতিত শুভ কাৰক হ’ব। সাহিত্য, ক্রীড়া, সংস্কৃতি আৰু সংবাদসেৱাৰ লগত যুক্তসকলৰ সফলতাৰো যোগ দেখা যায়। কৰ্ম, ব্যৱসায় আৰু আর্থিক দিশত অলপ অসুবিধা হ’ব পাৰে। 

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অলপ অসুস্থতা থাকিব। মানসিক ক্ষেত্ৰত অযথা চিন্তা বাঢ়িব। প্রেম-প্রীতি আৰু সাংসাৰিকত দুশ্চিন্তা হ’ব পাৰে। শিক্ষাৰ্থীৰ মনৰ অশান্তি হ’ব পাৰে। সাহিত্য-সংস্কৃতি আৰু সমাজ কৰ্মৰ লগত যুক্তসকল লাভৱান হ’ব। কর্ম, বাণিজ্য আৰু আর্থিক সামান্য উন্নতি হ’ব। 

ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সু-স্বাস্থ্যৰ যোগ। মানসিক, পাৰিবাৰিক আৰু প্ৰেম-প্রীতিত শুভ কাৰক হ’ব। বিদ্যাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিত জড়িত লোকৰ সমস্যা বাঢ়িল। ৰাজনৈতিক ব্যক্তিৰো অশান্তি হ’ব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত বাধাৰ মাজতো সামান্য লাভৰ যোগ।

মকৰ: মকৰ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক শুভ কাৰক। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিক দিশত অলপ অশাস্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত অশান্তি হ’ব পাৰে। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ দুশ্চিন্তা বৃদ্ধিৰ যোগ। ৰাজনীতিকৰো কৰ্মক্ষেত্ৰত অশান্তি হ’ব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু লাভৰ যোগ। আজিৰে পৰা গুৰু দ্বিতীয়ত শুভ কাৰক হ’ব।

কুম্ভঃ ৰাশিৰ আজি দুপৰীয়ালৈকে শাৰীৰিক আৰু মানসিক উভয়তে অশান্তি বৃদ্ধি হ’ব পাৰে। পিচলৈ শুভ কাৰক। প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি আৰু মূৰৰ বিষ হ’ব পাৰে। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ শুভ যদিও চিন্তা বৃদ্ধিৰ কাৰক। ৰাজনীতিকে সফলতা লাভ কৰাৰ যোগ। কৰ্ম-বাণিজ্য আৰু আৰ্থিক দিশত কিছু লাভৰ যোগ। 

মীনঃ মীন ৰাশিৰ আজি দুপৰীয়ালৈ শৰীৰৰ শুভ যদিও পিচলৈ অশান্তি হ’ব পাৰে। মনৰ অশান্তি বৃদ্ধিৰ যোগ। প্ৰেম-প্ৰীতি আৰু সাংসাৰিক দিশত মধ্যমীয়া৷ বিদ্যাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত বাধাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। কৰ্ম, বাণিজ্য আৰু আর্থিক দিশত কষ্ট বৃদ্ধি পাব পাৰে। 

Previous Post

কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ ‘ধঁপাতৰ ওপৰত কৰ আৰোপ’ শীৰ্ষক মেজমেল

Next Post

আজিৰে পৰা গুৱাহাটীৰ চিটিবাছে যাত্ৰীসকলক দিব লাগিব E-Ticket

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 9, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 8, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 7, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 4, 2023
Next Post
আজিৰে পৰা গুৱাহাটীৰ চিটিবাছে যাত্ৰীসকলক দিব লাগিব E-Ticket

আজিৰে পৰা গুৱাহাটীৰ চিটিবাছে যাত্ৰীসকলক দিব লাগিব E-Ticket

আজিৰে পৰা গুজৰাটত আৰম্ভ হৈছে কংগ্ৰেছৰ ‘পৰিৱৰ্তন সংকল্প যাত্ৰা’

আজিৰে পৰা গুজৰাটত আৰম্ভ হৈছে কংগ্ৰেছৰ 'পৰিৱৰ্তন সংকল্প যাত্ৰা'

অসমত কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ যাত্ৰা আৰম্ভ!

অসমত কংগ্ৰেছৰ 'ভাৰত জোড়ো' যাত্ৰা আৰম্ভ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8