• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
November 5, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ আজিৰ দিনটোত শৰীৰ সুস্থ থাকিব। কোনো কাৰণত মানসিক অশান্তি হব পাৰে। পাৰিবাৰিক আৰু প্রেম-প্রীতিত শুভ কাৰক। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি হব। শিল্পীসকল অশান্তিৰ মাজতেই কিছু উন্নয়নমূলক কামত আগবাঢ়িব। ৰাজনৈতিক আৰু সমাজকর্মীয়ে নতুন লাভজনক কামত লাগিব পাৰে। 

বৃষঃ বৃষ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক। মনৰ কিছু অশান্তি হ’ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষাত কিছু অশান্তি হ’ব। সাহিত্যিক আৰু শিল্পীসকলৰ শুভ সংযােগকাৰক হ’ব। ৰাজনৈতিক, আৰু সমাজকৰ্মীৰ কৰ্মত উৎসাহ বৃদ্ধি হ’ব। প্রেম,আৰু পাৰিবাৰিক দিশত কিছু অশান্তি হ’ব পাৰে।

মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটো শৰীৰৰ শুভ যদিও মনৰ বিভিন্ন অশান্তি আৰু দুশ্চিন্তা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত শুভ। আর্থিক, বাণিজ্য আৰু কৰ্মত বাধাৰ মাজতাে লাভৰ যােগ। বিদ্যার্থী, শিল্পী, সাহিত্যিকৰ অস্থিৰতা সত্ত্বেও নতুন উন্নত যােগাযােগ হ’ব। ৰাজনৈতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যােগ।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজি শাৰীৰিক দিশত শুভ হ’ব। মনৰ অশান্তি থাকিব পাৰে। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট অশান্তি হ’ব পাৰে। শিক্ষার্থী, শিল্পী, সাহিত্যিকৰ অস্বস্তি মাজতত আশাৰ যােগ। আর্থিক বাণিজ্য আৰু কৰ্মত অলপ শুভফল পাব। ৰাজনীতিক আৰু সমাজকর্মীৰ লাভ হ’ব।

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক দিশত কিছু শুভ কাৰক। কোনাে কথাত মনৰ অশান্তি বৃদ্ধি হব পাৰে। শিক্ষার্থী, শিল্পীৰ সুফল লাভৰ যােগ। সমাজসেৱা, ৰাজনীতি আৰু সংবাদসেৱাত যুক্তসকলৰ কিছু অশান্তি থাকিব। কর্ম, বাণিজ্য আৰু আর্থিকত আংশিক লাভৰ যােগ। প্ৰেম আৰু সাংসাৰিক শুভ।

কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শাৰীৰিক, মানসিক শুভ কাৰক যদিও হতাশা আহিব। আর্থিক, বাণিজ্য আৰু কর্মক্ষেত্ৰত কষ্টৰ যােগে লাভ হ’ব। শিক্ষার্থী, শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ যথেষ্ট কষ্টৰ মাজত কিছু সফলতা পাব। ৰাজনৈতিকৰ চিন্তা বৃদ্ধিযােগ। 

তুলাঃ তুলা ৰাশিৰ আজিৰ দিনটো শৰীৰৰ কিছু অশান্তি থাকিব। মনতাে চিন্তা, হতাশাৰ যােগ। প্রেম-প্রীতি, ঘৰুৱা দিশত শুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ অশান্তিৰ মাজেৰে নতুন কামত আগবাঢ়িব। ৰাজনৈতিক, সমাজসেৱীৰ লাভৰ যােগ। 

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ উন্নতিৰ যােগ। মন ভাগৰুৱা হোৱাৰ লগতে  অলপ বিষাদৰাে যােগ আছে। শিক্ষার্থী, সাহিত্যিক, শিল্পীসকলে নতুন পৰিকল্পনা মতে আগবাঢ়িব। কর্ম, বাণিজ্য আৰু আর্থিকত সামান্য লাভৰ যােগ। ৰাজনীতিক, সমাজকর্মীৰ অযথা ক্ষতি হ’ব। প্রেম-প্রীতি আৰু সাংসাৰিক শুভ কাৰক। 

ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শৰীৰৰ উন্নতি কাৰক যদিও দুপৰীয়াৰ পৰা দুৰ্বলতাৰ যােগ। আর্থিক,কৰ্ম আৰু বাণিজ্যত লাভ কিছু কমকৈ পাব। প্রেম-পাৰিবাৰিক দিশত অশুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিৰাশাৰ মাজতে কিছু আশাব্যঞ্জক উৎসাহ বাঢ়িব। ৰাজনৈতিক, সমাজকর্মীৰ মানসিক দুশ্চিন্তা সত্ত্বেও লাভৰ যােগ। 

মকৰঃ মকৰ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অশান্তিৰ যােগ। মনৰ সাহস অক্ষুন্ন থাকিব। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ মানসিক অশান্তি কাৰক। প্রেম-পাৰিবাৰিকত অশুভ কাৰক। যথেষ্ট কষ্টৰে আর্থিক ব্যৱসায় আৰু কর্মক্ষেত্ৰত লাভৱান হ’ব। 

কুম্ভঃ কুম্ভ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক দিশত শুভ কাৰক হ’ব। মনৰ অশান্তি থাকিব পাৰে। পৰিয়ালৰ অশান্তিৰ যােগ। শিক্ষার্থী, সাহিত্যিক, শিল্পী, খেলুৱৈৰ শুভ কাৰক।ৰাজনীতিক আৰু সমাজকর্মীৰ অশান্তিৰ মাজেৰেও লাভৰযােগ। কর্ম, বাণিজ্য আৰু আর্থিক অলপ উন্নতি কাৰক। প্ৰেমত হতাশাৰ যােগ। 

মীনঃ মীন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক আৰু মানসিক দিশত অশান্তি কমিব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক দিশত অলপ শুভ কাৰক।শিক্ষার্থী, সাহিত্যিক, শিল্পীসকলৰ হতাশাৰ মাজতাে উন্নতি কাৰক হ’ব। ৰাজনীতিক আৰু সমাজকর্মীৰ উন্নতিৰ যােগাযােগ।

Previous Post

গুৱাহাটীত ‘উত্তৰ-পূবত প্ৰাকৃতিক ৰবৰৰ বিকাশ’ সন্দৰ্ভত মিডিয়া ৰাউণ্ড টেবুলৰ আয়োজন

Next Post

দুর্নীতি নিবাৰকৰ জালত পৰিল লখিমপুৰ জলসম্পদৰ ২কৰ্মচাৰী!

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 10, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 9, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 8, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 7, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
Next Post
দুর্নীতি নিবাৰকৰ জালত পৰিল লখিমপুৰ জলসম্পদৰ ২কৰ্মচাৰী!

দুর্নীতি নিবাৰকৰ জালত পৰিল লখিমপুৰ জলসম্পদৰ ২কৰ্মচাৰী!

পাঞ্জাৱত শিৱ সেনাৰ নেতা সুধীৰ চুৰীক গুলিয়াই হত্যা!

পাঞ্জাৱত শিৱ সেনাৰ নেতা সুধীৰ চুৰীক গুলিয়াই হত্যা!

ধেমাজিত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ড্ৰাগছসহ ব্যৱসায়ী

ধেমাজিত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ড্ৰাগছসহ ব্যৱসায়ী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8