• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
November 9, 2022
in দৈনিক ৰাশিফল
2 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিসকলৰ আজিৰ দিনটো শাৰীৰিক দিশত মধ্যম কাৰক হ’ব। মনৰ সুখ শান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত অতি শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত ব্যস্ততা বাঢ়িব। শিল্পী, সাহিত্যিকৰ নিজ কৰ্মৰ প্ৰতি আগ্রহী হ’ব। ৰাজনৈতিক আৰু সমাজকৰ্মীৰ মনত সন্দেহ আহিব। কৰ্ম আৰু আর্থিক দিশত কিছু লাভবান হব।

বৃষঃ বৃষ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো শৰীৰৰ বাবে শুভ কাৰক। মনৰ অশান্তি থাকিব পাবে। প্ৰেম আৰু পাৰিবাৰিক দিশত কিছু অশান্তি থাকিব। শিক্ষাৰ্থীৰ প্রতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত কিছু বাধা হ’ব পাৰে। সাহিত্যিক, শিল্পীৰ মনৰ অস্থিৰতা থাকিব। কৰ্ম, আর্থিক আৰু ব্যৱসায়ত লাভৱান হ’ব।

মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটোত শৰীৰ সামান্য ৰোগাক্রান্ত হ’ব পাৰে। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত আনন্দ লাভ। বিদ্যাৰ্থীৰ উৎসাহ উদ্দীপনা বৃদ্ধি পাব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ উন্নতি কাৰক হ’ব। ৰাজনীতিকৰ লাভৰ যোগ। আর্থিকত অভাৱ হ’লেও বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু লাভৱান হ’ব।

কর্কটঃ কৰ্কট ৰাশিৰ আজি দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ যদিও সন্ধিয়াৰ পৰা অশান্তি হ’ব পাৰে। মানসিক দিশত শুভ। পৰিয়ালৰ অশান্তি হ’ব পাৰে। প্ৰেম-প্রীতিত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত মনৰ অসন্তুষ্টি লাভ। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ সফলতা লাভৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ মনৰ দুশ্চিন্তা বাঢ়িব।

সিংহঃ সিংহ ৰাশিৰ আজি শৰীৰৰ অশান্তি থাকিলেও গধূলিৰ পৰা শুভ। মানসিক অশান্তি থাকিব পাৰে। প্ৰেম আৰু সাংসাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উদ্যম বাঢ়িব। সাহিত্যিক, শিল্পী, ক্রীড়াবিদৰ উন্নতি কাৰক। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ব্যস্ততা বৃদ্ধি হ’ব। কৰ্ম, বাণিজ্য আৰু আর্থিক ক্ষেত্রত শুভ কাৰক হ’ব।

কন্যাঃ কন্যা ৰাশিসকলৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ দেখা যায়। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ কাৰক হ’ব। শিক্ষার্থীয়ে আশা কৰামতে সুযোগ লাভ কৰিব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ বাবে দিনটো ব্যস্ততাৰ মাজতো আনন্দ লাভৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ’ব।

তুলাঃ তুলা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো শাৰীৰিক অসুস্থতাৰ যোগ। মানসিক, প্রেম প্রীতি আৰু সাংসাৰিক ক্ষেত্ৰত শুভাশুভ মধ্যমীয়া। বিদ্যাৰ্থীৰ অধ্যয়নত উৎসাহ বৃদ্ধি পাব। সাহিত্য, ক্রীড়া সংস্কৃতিৰ লগত যুক্তসকলৰ কৰ্মত শুভ কাৰক। আর্থিক দিশত অভাৱ থাকিলেও বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ’ব।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজি শৰীৰত স্নায়ু আৰু সামান্য পেটৰ ৰোগ হ’ব পাৰে। মানসিক অশান্তি হ’ব, প্রেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ মনৰ উৎকণ্ঠা বাঢ়িব। সাহিত্য-সংস্কৃতি আৰু সমাজকৰ্মৰ লগত যুক্তসকলৰ উন্নতিকৰ সংযোগ হ’ব। ৰাজনীতি আৰু সংবাদকর্মীৰ উন্নতি কাৰক। কৰ্ম আৰু বাণিজ্যত লাভবান হ’ব। আর্থিকত সামান্য নাটনিৰ যোগ।

ধনুঃ ধনু ৰাশিৰ আজি শৰীৰ সুস্থ থাকিব। মানসিক, প্ৰেম-প্ৰীতি আৰু সাংসাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষার্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত কিছু সময়ৰ অপচয় হ’ব। সাহিত্য, সংস্কৃতিত জড়িত লোকৰ কিছু আশাৰ যোগ। ৰাজনৈতিক ব্যক্তিৰ চিন্তা বৃদ্ধি পাব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু লাভৱান হ’ব।

মকৰঃ মকৰ ৰাশিৰ আজি শাৰীৰিক অসুস্থতাৰ যোগ। মনৰো অশান্তি হ’ব পাৰে। প্ৰেম আৰু সাংসাৰিক দিশত অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত অশান্তি হ’ব পাৰে। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ উন্নতিমূলক যোগ। ৰাজনীতিকৰ লাভৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ’ব।

কুম্ভঃ কুম্ভ ৰাশিৰ আজি শৰীৰৰ শুভ কাৰক যদিও মানসিক অশান্তি হ’ব। প্ৰেম আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত সফলতাৰ যোগ। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ উন্নতি কাৰক। ৰাজনীতিকৰ অশান্তি হ’ব পাৰে। কৰ্ম, বাণিজ্য আৰু আর্থিকত শুভ কাৰক।

মীনঃ মীন ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। মানসিক অস্থিৰতা বাঢ়িব পাৰে। প্ৰেম-প্রীতি আৰু সাংসাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চিন্তা বৃদ্ধি পাব। শিল্পী, সাহিত্যিক, সংবাদকর্মীয়ে নতুন কৰ্মৰ সুযোগ-সুবিধা পাব। ৰাজনৈতিক ব্যক্তিৰ সফলতাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিক দিশত লাভ বৃদ্ধি পাব।

Previous Post

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত DST – FIST লেবৰেটৰী উদ্ধোধন

Next Post

মহিলা অগ্নিবীৰ ৪০,০০০ পদৰ বাবে আবেদন প্ৰায় ২০ লাখৰ!

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 9, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 8, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 7, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 4, 2023
Next Post
মহিলা অগ্নিবীৰ ৪০,০০০ পদৰ বাবে আবেদন প্ৰায় ২০ লাখৰ!

মহিলা অগ্নিবীৰ ৪০,০০০ পদৰ বাবে আবেদন প্ৰায় ২০ লাখৰ!

মৰিগাঁৱত ড্ৰাগছসহ এজনক আটক

মৰিগাঁৱত ড্ৰাগছসহ এজনক আটক

ৰাজ্যত ডেংগুৰ ভয়াৱহ ৰূপ!

ডিফুত ডেংগুত এই পৰ্যন্ত ৪৮৫ গৰাকী আক্ৰান্ত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8