• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
November 13, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভাশুভ মিশ্রিত ফল লাভৰ যোগ। মানসিক অশান্তি থাকিলেও পৰিয়ালৰ আৰু প্রেম-প্রীতিত শুভ। শিক্ষার্থীয়ে অধ্যয়নৰ ক্ষেত্ৰত বিশেষ দক্ষতা লাভ কৰিব। শিল্পী, সাহিত্যিক, ক্রীড়াবিদৰ মনৰ উৎসাহ বৃদ্ধিৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰ অলপ উন্নতি হ’ব পাৰে। 

বৃষঃ বৃষ ৰাশিৰ আজি পুৱা ৮ বজাৰ পৰা শাৰীৰিক ক্ষেত্রত শুভ কাৰক হ’ব। মনত অশান্তি হ’ব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিকত শুভ কাৰক। শিক্ষার্থীয়ে নতুন পৰিকল্পনা মতে সুসিদ্ধান্ত ল’ব পাৰিব। শিল্পী, সাহিত্যিক, সমাজকর্মী আৰু সংবাদকর্মীৰ কিছু উন্নতি কাৰক। আর্থিক, কৰ্ম আৰু বাণিজ্যত লাভজনক হ’ব। 

মিথুনঃ মিথুন ৰাশিৰ আজিৰ দিনটোত শাৰীৰিক ক্ষেত্ৰত সু-স্বাস্থ্যৰ কাৰক। মানসিক ক্ষেত্ৰতো শুভ। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ মনত কিছু শান্তি লাভৰ যোগ। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰো শুভ কাৰক হ’ব৷ ৰাজৈতিক, সমাজকর্মী আৰু সংবাদকর্মীৰ আশা কৰা মতে উন্নতিমূলক। কর্ম, বাণিজ্য আৰু আর্থিকত কিছু উন্নতি কাৰক। 

কৰ্কটঃ কৰ্কট ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অশান্তি কাৰক হ’ব যদিও মনৰ উৎসাহ বৃদ্ধি পাব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত অযথা অশান্তিৰ যোগ। শিক্ষাৰ্থীৰ নতুন কর্মপৰিকল্পনাত সফলতা লাভ। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ হতাশাৰ মাজতো কিছু সফলতাৰ যোগ। ৰাজনীতি আৰু সমাজসেৱাত জড়িত লোকৰ অস্থিৰতা বাঢ়িব। 

সিংহঃ সিংহ ৰাশিৰ আজিৰ দিনটো শৰীৰৰ অলপ অশান্তিৰ কাৰক। মানসিক ক্ষেত্ৰত শুভ। প্ৰেম আৰু পাৰিবাৰিক দিশতো শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ যোগাযোগত শুভ। ক্রীড়া, সাহিত্য, সংস্কৃতিত যুক্তসকলৰ আৰ্থিক অৱস্থা অশুভ কাৰক হ’ব। সমাজকর্মী আৰু ৰাজনীতিকৰ নতুন ব্যস্ততাৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত অলপ শুভ কাৰক।

কন্যাঃ কন্যা ৰাশিৰ আজিৰ দিনটো শৰীৰ সুস্থ থাকিব। মনৰ অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ মানসিক উৎসাহ বৃদ্ধি পাব। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ অশান্তিৰ মাজতো নতুন কৰ্মৰ সন্ধান পাব। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য শুভ কাৰক হ’ব। 

তুলাঃ তুলা ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শাৰীৰিক আৰু মানসিক শুভ কাৰক। চিন্তা-ভাৱনা হ্রাস পাব পাৰে। প্ৰেম আৰু পাৰিবাৰিক সুখ শান্তিত কিছু বাধা থাকিব পাৰে। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বাঢ়িব। শিল্পী, সাহিত্যিক, ক্রীড়াবিদ আৰু সংবাদকর্মীৰ মনৰ শান্তি বিঘ্নিত হ’ব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মত সামান্য শুভ কাৰক। 

বৃশ্চিকঃ বৃশ্চিক ৰাশিসকলৰ আজিৰ দিনটো শৰীৰৰ অসুস্থতাৰ যোগ। মানসিক দৃঢ়তা বাঢ়িব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিক ক্ষেত্ৰত সুখ শান্তি থাকিব। শিল্পী, সাহিত্যিকৰ মানসিক চিন্তা বৃদ্ধি পাব যদিও উন্নতিৰ আশা দেখিব। ৰাজনীতি আৰু সমাজকৰ্মত জড়িতসকলৰ অস্থিৰতাৰ যোগ। আর্থিক ব্যৱসায় আৰু কর্মক্ষেত্ৰত অলপ শুভ। 

ধনুঃ ধনু ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক। মানসিক অস্থিৰতা হ’ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উৎসাহ-উদ্দীপনা বৃদ্ধিৰ যোগ। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ মনত দুশ্চিন্তা আৰু অশান্তি বৃদ্ধি পাব। ৰাজনৈতিক, বুদ্ধিজীৱী, সমাজকৰ্মীৰ লাভদায়ক। কর্ম, বাণিজ্য আৰু আৰ্থিকত কিছু সুফল পাব।

মকৰঃ মকৰ ৰাশিসকলৰ আজিৰ দিনটোত শৰীৰৰ ৰোগ-ৰিষ্টৰ উপশম হোৱাৰ যোগ। মনৰ কিছু অশান্তি থাকিব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া হ’ব। শিক্ষাৰ্থীৰ মনৰ দৃঢ়তা বাঢ়িব। সাহিত্য, সংস্কৃতিত যুক্তসকলৰ অশান্তি আৰু সফলতাত বাধা হ’ব পাৰে। কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিক দিশত সামান্য লাভ বাঢ়িব।

কুম্ভঃ কুম্ভ ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত শৰীৰে অশান্তি দিব পাৰে। মনৰো অশান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষাৰ্থীৰ উচ্চ আকাংক্ষাই কিছু অশান্তি দিব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ লগত জড়িতসকলৰো উন্নতি কাৰক। কর্মক্ষেত্র, বাণিজ্য আৰু আর্থিকত অলপ সকাহ পাব।

মীনঃ মীন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত অসুস্থতাৰ যোগ। পৰিয়ালৰ আভ্যন্তৰীণ খেলিমেলিয়ে মনৰো দুশ্চিন্তা বঢ়াব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু খেলিমেলি থাকিব। সাহিত্যিক, শিল্পী, খেলুৱৈৰ শুভ। ৰাজনৈতিক আৰু সমাজকৰ্মীৰ সফলতাৰ যোগ। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু শুভ কাৰক হ’ব।

Previous Post

অসমৰ বন্যপ্ৰাণী ব্যৱস্থাপনাৰ দিশবোৰ অধ্যয়নাৰ্থে সপ্তাহজোৰা ভ্ৰমণত ফৰাচী বিশেষজ্ঞৰ দল

Next Post

কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত শ্ৰদ্ধাঞ্জলি সভা সম্পন্ন

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 10, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 9, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 8, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 7, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
Next Post
কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত শ্ৰদ্ধাঞ্জলি সভা সম্পন্ন

কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত শ্ৰদ্ধাঞ্জলি সভা সম্পন্ন

কস্তুৰবা ট্ৰাষ্ট – সৰ্বদয় ট্ৰাষ্টৰ উদ্যোগত অমলপ্ৰভা দাস সর্বোদয় বঁটা, ডাঃ তিলোত্তমা ৰায়চৌধুৰী আৰু ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান

কস্তুৰবা ট্ৰাষ্ট - সৰ্বদয় ট্ৰাষ্টৰ উদ্যোগত অমলপ্ৰভা দাস সর্বোদয় বঁটা, ডাঃ তিলোত্তমা ৰায়চৌধুৰী আৰু ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান

মটৰ পৰিবহণ সন্থা আৰু অটোমোবাইল ডিলাৰৰ গুৰুত্বপূৰ্ণ সভা

সাত মাহত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ ২০১ কোটি টকাৰ ৰাজহ সংগ্ৰহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8