• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো

নিউজ ডেস্ক by নিউজ ডেস্ক
November 18, 2022
in দৈনিক ৰাশিফল
1 min read
0
Daily Horoscope
Share on FacebookShare on Twitter

মেষঃ মেষ ৰাশিসকলৰ আজিৰ দিনটো শৰীৰৰ বাবে সুস্থতাৰ যোগ। পৰিয়ালৰ বাবে মনৰ অশান্তি বৃদ্ধি হ’ব পাৰে। প্রেম-প্রীতিত মধ্যমীয়া। শিক্ষাৰ্থীৰ প্রতিযোগিতাৰ মনোভাব বৃদ্ধি পাব। সাহিত্যিক, শিল্পী আৰু খেলুৱৈসকলৰ কিছু সফলতা আহিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎসাহ বৃদ্ধি পালেও মনৰ অশান্তি হ’ব। আর্থিক দিশত শুভ। বাণিজ্য আৰু কৰ্মক্ষেত্ৰতো কিছু লাভৱান হ’ব।

বৃষঃ বৃষ ৰাশিৰ জাতক-জাতিকাৰ আজিৰ শাৰীৰিক দিশত শুভ কাৰক হ’ব। মানসিক অশান্তি আৰু সিৰ পীড়া হ’ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত মধ্যমীয়া কাৰক। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত উন্নতি কাৰক। সাহিত্যিক-শিল্পীৰ উন্নতি শুভ কাৰক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অস্থিৰতা বাঢ়িব। কৰ্ম আৰু বাণিজ্যত লাভৱান হ’ব যদিও আর্থিক ক্ষতিৰ সম্ভাৱনা।

মিথুনঃ মিথুন ৰাশিৰো আজিৰ শৰীৰৰ সুখ-শান্তি থাকিব। মানসিক চিন্তা বৃদ্ধি হ’ব। প্রেম-প্রীতি আৰু সাংসাৰিক ক্ষেত্ৰত সুখ-শান্তি যোগ। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাত আশানুৰূপ সফলতাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ উন্নতি কাৰক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ মনৰ অসন্তুষ্টি বাঢ়িব। আর্থিকত কিছু শুভ, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ’ব।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজিৰ শাৰীৰিক কষ্ট আৰু দুৰ্বলতাৰ যোগ। মানসিক অশান্তিও থাকিব। প্রেম-প্রীতি আৰু সাংসাৰিক দিশত অশান্তি থাকিব। বিদ্যার্থীৰ অধ্যয়নত উৎসাহ বৃদ্ধিৰ যোগ। সাহিত্য, ক্রীড়া সংস্কৃতিত যুক্ত লোকৰ উন্নতি কাৰক। ৰাজনীতিক আৰু সমাজকৰ্মীৰ চিন্তাৰ যোগ। কৰ্ম, বাণিজ্যত উপার্জন বৃদ্ধি হ’ব। আর্থিক দিশত নাটনি থাকিব।

সিংহঃ সিংহ ৰাশিসকলৰ আজিৰ দিনটো শৰীৰৰ বাবে যথেষ্ট শুভ কাৰক। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বাঢ়িব। সাহিত্যিক, শিল্পীৰ নতুন নতুন উন্নতিমূলক কৰ্মত যোগাযোগ হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতাৰ কাৰক। কৰ্ম, বাণিজ্য আৰু আর্থিক ক্ষেত্ৰত লাভৰ যোগ।

কন্যাঃ কন্যা ৰাশিৰ আজিৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত কিছু অশান্তিৰ যোগ। পাৰিবাৰিক আৰু প্ৰেমত শুভ কাৰক। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎসাহিত হ’ব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ ব্যস্ততা বাঢ়িব আৰু উন্নতি কাৰক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অশান্তি থাকিব। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত অধিক ‘লাভৱান হ’ব। 

তুলাঃ তুলা ৰাশিসকলৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। মানসিক আৰু পাৰিবাৰিক কিছু অশান্তি হ’ব পাৰে। প্রেম-প্রীতিত শুভ। বিদ্যাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু বাধাৰ কাৰক। সাহিত্য, ক্রীড়া-সংস্কৃতি আৰু সংবাদসেৱাৰ লগত যুক্তসকলৰ কৰ্মত কিছু উন্নতি কাৰক হ’ব। ব্যৱসায়িক আৰু আর্থিক দিশত উন্নতিৰ যোগ।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজিৰ দিনটো শৰীৰৰ সুস্থতাৰ যোগ। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ কিছু উৎকণ্ঠা বাঢ়িব। সাহিত্য-সংস্কৃতি আৰু সমাজকৰ্মৰ লগত জড়িতসকলৰ উন্নতি কাৰক। ৰাজনীতিক আৰু সংবাদকর্মীৰ অশান্তি হ’ব পাৰে। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু লাভৰ যোগ।

ধনুঃ ধনু ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতাৰ যোগ। মানসিক অশান্তি কিছু থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ কাৰক। বিদ্যাৰ্থীৰ অশান্তি আৰু অস্থিৰতা থাকিব। সাহিত্য, ক্রীড়া-সংস্কৃতিত জড়িত লোকৰ উৎসাহজনক হ’ব। ৰাজনৈতিক ব্যক্তিৰ চিন্তা বৃদ্ধিৰ যোগ। কর্মক্ষেত্র, বাণিজ্য আৰু আৰ্থিক লাভৰ যোগ।

মকৰঃ মকৰ ৰাশিৰ আজিৰ শাৰীৰিক অসুস্থতাৰ যোগ। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া হ’ব। বিদ্যাৰ্থীৰ অধ্যয়নত উৎসাহ হ্রাস পাব। ক্রীড়া, সাহিত্য-সংস্কৃতিত যুক্তসকলৰ উপাৰ্জনৰ ক্ষেত্ৰত শুভ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু লাভৱান হ’ব।

কুম্ভঃ কুম্ভ ৰাশিসকলৰ আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক। মানসিক কিছু অশান্তি থাকিব। প্রেম-প্রীতি আৰু সাংসাৰিকত শুভ। শিক্ষাৰ্থীৰ অধ্যয়নত মনঃসংযোগ হ্রাস পাব পাৰে। সাহিত্য, ক্রীড়া-সংস্কৃতিৰে যুক্তসকলৰ কিছু উন্নতি কাৰক। ৰাজনীতিকৰ কৰ্মত কিছু অশান্তি হ’ব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু শুভ কাৰক হ’ব।

মীনঃ মীন ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত শাৰীৰিক সুখ-শান্তিত বাধাৰ যোগ। মানসিক ক্ষেত্ৰত অস্থিৰতা থাকিব। প্রেম-প্রীতি আৰু সাংসাৰিক দিশত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ কাৰক হ’ব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ নিজৰ কৰ্মত উন্নতিৰ যোগ। ৰাজনৈতিক ব্যক্তিৰ সফলতাৰ যোগ। কৰ্ম আৰু বাণিজ্যত আয় বৃদ্ধি পাব যদিও আর্থিক নাটনি থাকিব।

Previous Post

বিজেপি মন্ত্ৰীসভাত চোৰ! কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা

Next Post

৫০ বছৰীয়া হ’ল অসমবাসীৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ

Related Posts

আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 10, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 9, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 8, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 7, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
আজিৰ দিনটোৰ ৰাশিফল
দৈনিক ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

June 5, 2023
Next Post
৫০ বছৰীয়া হ’ল অসমবাসীৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ

৫০ বছৰীয়া হ'ল অসমবাসীৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ

দ্যা মছলা ৱক ৰেষ্টুৰেন্টত ডঃ সংগীতা কাকতিৰ “বীৰ লাচিত বৰফুকন” গীত মুকলি

দ্যা মছলা ৱক ৰেষ্টুৰেন্টত ডঃ সংগীতা কাকতিৰ "বীৰ লাচিত বৰফুকন" গীত মুকলি

১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ হোলোংগী বিমানবন্দৰৰ

১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব অৰুণাচল প্ৰদেশৰ হোলোংগী বিমানবন্দৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8